M LIVE AXOM

M LIVE AXOM সত্য আৰু ন্যায়ৰ সপক্ষে আপোচবিহীন যাত্ৰা
(1)

15/06/2024

ঈদৰ প্ৰাক মুহূৰ্তত মৈৰাবাৰীত কটকটীয়া নাকা চেকিং আৰক্ষীৰ।

ঈদলৈ মাথোঁ মাজতে এটা দিন।
সকলো ব্যস্ত ঈদৰ বজাৰ কৰাত।
বজাৰত ভিৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ।

এই ঈদৰ প্ৰাকক্ষণত আৰক্ষী প্ৰশাসনো সষ্টম হোৱা পৰিলক্ষিত হৈছে। হেলমেট বিহীন চালকক বিহিছে জৰিমনা।

13/06/2024

বিজেপি আৰু AIUDF ৰ বিৰুদ্ধে সৰব লাহৰিঘাট বিধায়ক আছিফ নাজাৰ

12/06/2024

নগাঁও লোকসভাৰ সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈক উষ্ম আদৰণি মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ পৰা

10/06/2024

মৈৰাবাৰী আৰক্ষীৰ উদ্যোগত যান-বাহন আইনৰ নিয়মাৱলীৰ সজাগতা সভা।

09/06/2024

বিজেপি চৰকাৰৰ শপত গ্ৰহণৰ বিজয় উল্লাহ মৈৰাবাৰীত

07/06/2024

Neet'ত স্থানপ্ৰাপ্ত দুগৰাকী ছাত্ৰীক সম্বৰ্ধনা মৈৰাবাৰী MEM স্কুলত।

31/05/2024

এখন বিদ্যালয়ৰ এগৰাকী আদৰ্শ শিক্ষকে আজি অৱসৰ গ্ৰহণ কৰিলে।

31/05/2024
31/05/2024

মৈৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিদায় সম্বাৰ্ধনা

31/05/2024

মৈৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিদায় সভা

31/05/2024

মৈৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিদায় সভাত কুইজ প্ৰতিযোগিতা

31/05/2024

মৈৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিফজুৰ ৰহমান খানৰ বিদায় উপলক্ষে বৃক্ষ ৰুপন কাৰ্য্যসূচী।

30/05/2024

গোটখা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে সৰৱ প্ৰশাসন।

29/05/2024

মৈৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিফজুৰ ৰহমান খানৰ বিদায়ী সম্ভৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিবলৈ আয়োজক সমিতিৰ আহ্বান।

29/05/2024

মৈৰাবাৰী এম ই মাদ্ৰাছাৰ শিক্ষক হিফজুৰ ৰহমান খান ছাৰৰ বিদায়ী প্ৰস্ততি সভা

28/05/2024

মৈৰাবাৰী আৰক্ষী থানাত দুমুহাৰ তাণ্ডৱ।
প্ৰায় দুশ বছৰীয়া আহত গছৰ কেইবাটাও ঠাৰি ভাঙি পৰিল।

23/05/2024

𝐁𝐑𝐄𝐀𝐊𝐈𝐍𝐆।
▶️মৈৰাবাৰীৰ বৰথল দলৈ গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দূছক ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল এজন যুৱক।

22/05/2024

মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্প মৰিগাঁৱৰ ব্যৱস্থাপনাত নিচামুক্তি সজাগতা সভা।

22/05/2024

মৰিগাঁও জিলাৰ দলংঘাট মডেল হস্পিতালত অঘটন।

21/05/2024

Breaking: মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাক আক্ৰমণ কৰা ড্ৰাগছ ব্যৱসায়ী ছাকাবোৰ অৱশেষত আৰক্ষীৰ জালত।

20/05/2024

সুখবৰ.....সুখবৰ.....শিশুৰ পিতৃ মাতৃ সকলৰ বাবে সুখবৰ।

19/05/2024

মৈৰাবাৰী আৰক্ষীৰ জালত এজন চাইবাৰ অপৰাধী।

19/05/2024

মানৱতা আজিও জীয়াই আছে..এজন আৰক্ষী বিষয়াৰ মানৱতাক লৈ ৰাইজৰ প্ৰশংসা

18/05/2024

Breaking: মৈৰাবাৰীত পুখুৰীত পৰি কৰুণ মৃ*****ত্যু** দুটাকৈ ক**ণ্যা শি**শুৰ।

17/05/2024

মৈৰাবাৰীত মাৰপিটৰ ঘটনাত ৬০ বছৰীয়া বৃদ্ধাৰ কাটিলে কাণ।

Address

Goriabori Pather
Morigaon
782126

Telephone

+919435433609

Website

Alerts

Be the first to know and let us send you an email when M LIVE AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to M LIVE AXOM:

Videos

Share