Pradip official

Pradip official Hello my dear friends, This is Pradip, a vlogger on YouTube. Do support for more entertaining videos.

অনুগ্ৰহ কৰি Post টো  SHARE কৰিব  নমস্কাৰ মোৰ নাম প্ৰদীপ বিশ্বাস।মোৰ ঘৰ মৰিগাঁওৰ ভূৰাগাঁও অঞ্চলত।সহায় বিচাৰি মই এই post ...
19/11/2023

অনুগ্ৰহ কৰি Post টো SHARE কৰিব নমস্কাৰ মোৰ নাম প্ৰদীপ বিশ্বাস।
মোৰ ঘৰ মৰিগাঁওৰ ভূৰাগাঁও অঞ্চলত।
সহায় বিচাৰি মই এই post টো দিছো।
মোৰ দেউতাৰ 🧠 Brain MRI কৰাৰ ফলত Brain tumor পুবা গৈছে| আজিৰ পৰা 20 দিনৰ আগত GATE hospital ত ভৰ্তি হৈ আছিল আৰু তাতে খৰছ পাতি বহুত ।যিহেতু আমি আৰ্থিক ভাৱে বহুত একেবাৰে দুৰ্বল আৰু আমাৰ সাচতিয়া ধন গোটেই শেষ হৈছে আৰু গুৱাহাটী GMC IUC WITH VENTILATOR seat নোপোৱা বাবে বৰ্তমান GNRC GOOD HEALTH HOSPITAL ত ৰাখিছো কোনো সদাশয় ব্যক্তিয়ে আমাক যদি সহায় কৰে বহুত ধন্য হম । আজিলৈকে মোৰ দেউতাৰ Sence আহা নাই লগতে আমাৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী মহোদয় PIJUSH HAZARIKA, Ramakanta Dewri , keshab Mahanta, Himanta biswa Sharma ডাঙৰীয়াকো অনুৰোধ জনালোঁ ।

ধন্যবাদ 7896997136

23/04/2023

ইয়াকে কয় জুবিন গাৰ্গৰ Program ♥️
এটা Share কৰি দিয়ক জুবিন গাৰ্গৰ বাবে

16/04/2023

, শোনিতপুৰ জিলা কপাই তুলিছিল বিহুৱে

14/04/2023

অবশেষেত ১১০০০ হাজাৰ নাচনীয়ে অসমৰ গৌৰৱ কৰিৱাই আনিলে

14/04/2023

Finally গীনিজ বুকুত স্থান পলে বিহুৱে/ Guinness World record Bihu at sarusajai stadium

02/04/2023

Guinness world records bihu dance , , #বিহু , ,

28/03/2023

Second hand bike dealers Madhurjya motors/10 হাজাৰ টকাত পাব ছেকেণ্ড হেন্ড বাইক

Celebrating my newest top fans! 💎Kasem Ali
24/03/2023

Celebrating my newest top fans! 💎

Kasem Ali

16/03/2023

Second hand Mobile in Morigaon// Lowest price second hand Mobile Morigaon.





11/03/2023

মাত্ৰ 3000 টকাত পাব Second hand Mobile in Morigaon M/S mobile city Dandua.

04/03/2023

50 বছৰ অতিক্ৰম কৰিলে মৰিগাঁও কোর্ট এ/ Golden Jubilee celebration in Morigaon court

22/02/2023

প্ৰথমবাৰ ট্ৰেইনেৰে লক্ষীমপুৰত পৰীক্ষা দিব গৈ বহুত লটি ঘটি হ'ল 😱 /ভবা নাছিলো এনেকুৱা হ'ব

12/02/2023

সবিশেষ জানিবৰ বাবে আপুনি এই number ত যোগাযোগ কৰক +919085494752 Mobile repairing centre basic to advance lavel in Morigaon JSM Team







ইয়াৰ ওপৰত Video দিছোঁ https://youtu.be/rCosX6XrnbEসবিশেষ জানিবৰ বাবে আপুনি এই number ত যোগাযোগ কৰক +919085494752  Mobil...
10/02/2023

ইয়াৰ ওপৰত Video দিছোঁ https://youtu.be/rCosX6XrnbE
সবিশেষ জানিবৰ বাবে আপুনি এই number ত যোগাযোগ কৰক +919085494752 Mobile repairing centre basic to advance lavel in Morigaon JSM Team

06/02/2023

বাম্পাৰ Offers Starting দহ হাজাৰ
Contact কৰক 7002614410
Second hand bike dealers in Morigaon

Address

Morigaon
782105

Telephone

+917002346785

Website

Alerts

Be the first to know and let us send you an email when Pradip official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Digital creator in Morigaon

Show All