✅মানকাচৰৰ দিয়াৰাত টেম্পো আৰু পিকআপ ভানৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় ভ-য়ং-কৰ পথ দু-ৰ্ঘট-না
✅দূ-ৰ্ঘট-নাত আ-হত হয় শাহেৰ আলী,আখেৰ জামাল আৰু আনোৱাৰ ইছলাম।
✅হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত উদ্বোধন ইংৰাজী মাধ্যমৰ এটা ব্যক্তিগত খণ্ডৰ বিদ্যালয়।
✅খাৰুৱাবান্ধাস্থিত ফাইভ ষ্টাৰ জাতীয় বিদ্যালয়ৰ নতুন শাখা ফাইভ ষ্টাৰ ইংলিছ একাডেমী নামৰ বিদ্যালয়টোৰ আজি শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয়।
✅হাটশিঙিমাৰীৰ ব্ৰহ্মপুত্ৰত ভ-য়ং-কৰ নাও দূ-ৰ্ঘট-নাত ব্ৰহ্মপুত্ৰৰ বুকুত নিৰুদ্দেশ তিনিজন নাও যাত্ৰী।
✅হাটশিঙিমাৰীৰ কালিৰ আলগা পাৰ ঘাটৰ পৰা নেপুৰেৰ আলগা চৰাঞ্চললৈ যাত্ৰা কৰিছিল এটা ভটভটী নাও।
✅স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই সংকট জনক অৱস্থাত ছামেন মণ্ডল নামৰ এজন শি-শুক উদ্ধাৰ কৰে যদিও কিছু সময় পিছত শি-শুটো মৃ-ত্যু হয়।
✅আনহাতে এতিয়াও নিৰুদ্দেশ হৈ আছে ইছমাইল হুছেইন নামৰ ৮ বছৰীয়া শি-শু আৰু কুবাদ হুছেইন নামৰ এজন বৃদ্ধ।
✅দক্ষিণ শালমাৰাৰ মাজেৰ আলগাত নিজ গৃহত ১৭ বছৰীয়া নাবালীকাৰ চীপ লৈ আত্মহত্যা।
✅মাজেৰ আলগা গাঁৱৰ কুৰপান আলিৰ ছোৱালী খাদিজা খাতুনৰ ৰহস্যজনক আত্মহত্যা।
✅মানকাচৰৰ ভাৰত বাংলা সীামন্তত জব্দ বৃহৎ পৰিমানৰ অবৈধ সুৰাৰ বটল
✅নিশা মানকাচৰৰ ছালাপাৰা 49BN BSF যে অভিযান চলাই ১২৯৮ টা অবৈধ সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।
✅জব্দকৃত অবৈধ সুৰাৰ বজাৰ মূল্য ২ লাখ ৪ হেজাৰ ৫ শ ৯ টকা বুলি জানিব পৰা গৈছে।
মানকাচৰৰ চিৰাখোৱাত ইটা ভাটাত দূ-ৰ্ঘট-নাত নি-হত আলী আকবৰ নামৰ এজন ২২ বছৰেকীয়া যুবক
কালাপানীৰ পৰা মসাৰোফ হুচেইনৰ প্ৰতিবেদন
✅মানকাচৰৰ কালাপানীত কংগ্ৰেছৰ সমূহীয়া ইফতাৰ পাৰ্টি আৰু কৰ্মী সভাত উপস্থিত ৰূপহীহাটৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা
✅যোৱা ১৫ বছৰে AIUDF দলে বিভিন্ন প্ৰতাৰণা কৰি মানুহক ঠগিছে
✅সাম্প্ৰদায়িকতাৰ নামত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে বিভিন্ন প্ৰলোভন দি আবেগিক ভাবে ভোট আদায় কৰিছে বুলি মন্তব্য বিধায়ক গৰাকীৰ
ধুবুৰীৰ দক্ষিন শালমাৰা সমষ্টিৰ শিমুলতলাত হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ৰকীবুল হুছেইনৰ।
✅সাংসদ মৌলানা বদৰউদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ মানকাচৰৰ হাটশিঙিমাৰী নৈপৰীয়া ৰাইজৰ৷
✅বিকল্প জনপ্ৰতিনিধিৰ বাবে চিন্তা এইবাৰৰ নিৰ্বাচনত
✅জৰাফুঁকাৰ ৰাজনীতি নচলিব বুলি হুংকাৰ নৈপৰীয়াৰ
মানকাচৰৰ হাটশিঙিমাৰীৰ আসামেৰ আলগাত মন্দিৰত চুৰি কাণ্ড,চোৰে সোনৰ অলংকাৰ সহ লুটি নিলে নগদ ১২ হেজাৰ টকা
✅আপোনাৰ অঞ্চলত হৈছে নেকি ধুমুহা-শিলাবৃষ্টি
✅দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত শিলাবৃষ্টিৰ লগতে ধুমুহা
✅মানকাচৰৰ Aiudf ৰ কৰ্মীৰ বিষ্ফোৰক মন্তব্য।
✅কমিচনৰ বাহিৰে কোনো কাম নকৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম!
✅কিয় এনেকৈ কলে মানকাচৰৰ Aiudf ৰ এজন সক্ৰিয় কৰ্মী?
হাটশিঙিমাৰীৰ সোনাপুৰত পৈত্ৰিক সম্পত্তি লৈ দুই ভগ্নীৰ পৰিয়ালৰ মাজত মা-ৰপি-ট!
#ভাইৰেল_ভিডিও
আগন্তক ২০২৪ লোকসভা নিৰ্বাচনকলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্তৰ সংবাদমেল।
নিজ সমষ্টি মানকাচৰত উপস্থিত হৈ নিৰ্বাচনী ৰণডংকা বজালে ধুবুৰী লোকসভা সমষ্টিত অগপৰ মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামে।
✅হাটশিঙিমাৰীৰ দক্ষিণ খোপাতিয়াত ভ-য়ঙ্ক-ৰ অ-গ্নিকা-ণ্ড
✅হুৰমুজ আলী আৰু নুৰুল সেখৰ ছয়খন বাসগৃহ সহ পাচটা গো-ধন,ধান,মৰাপাট,প্ৰয়োজনীয় নথিপত্ৰ আৰু এখন ট্ৰেক্টৰ জু-ইত ভ-ষ্মিভূ-ত হয়
✅লগতে এজন শিশু জু-ইত পুৰি আ-হত হোৱাত হাটশিঙি মাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা হৈছে
✅হাটশিঙিমাৰীৰ দক্ষিণ খোপাতিয়াত ভ-য়ঙ্ক-ৰ অ-গ্নিকা-ণ্ডৰ ফলত নিমিষতে ভ-ষ্মিভূ-ত হৈছে কেইবাটাওঁ বাসগৃহ।✅অ-গ্নিকা-ণ্ডৰ সূত্ৰপাতৰ কাৰণ লগতে ক্ষয় ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই।
✅১৫ জনকৈ ছাত্ৰ সন্থাৰ কৰ্মীক আটক আৰক্ষীৰ
✅ হাটশিঙিমাৰীৰ পৰা জিলা আছুৱে কা বিৰোধী সত্যাগ্ৰহ উলিওৱাৰ সময়তে জিলা আছুৰ সভাপতি,উপসভাপতি আৰু সম্পাদককে আদি কৰি মুঠ ১৫ জনকৈ ছাত্ৰ সন্থাৰ কৰ্মীক আটক কৰে আৰক্ষীয়ে।
মানকাচৰৰ পূৱেৰ গাওঁৰ পৰা জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় দ্ৰৱ মানকাচৰ আৰক্ষীৰ।
Paid Content
✅মানকাচৰৰ হাটশিঙিমাৰীত বৃহৎ উপহাৰ কুপণৰ খেল।✅অনলাইন যোগে টিকট সংগ্ৰহ কৰিবলৈ 9678222477 / 6002415035 নম্বৰত যোগাযোগ কৰক।