বৰপেটা এলেকাসমুহত প্ৰচণ্ড শিলাবৃষ্টি।
১৭ বছৰীয়া নাবালীকাৰ চীপ লৈ আত্মহত্যাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
দক্ষিণ শালমাৰাৰ বন্দীহানা আৰক্ষী চকী এলেকাত সংঘটিত হৈছে এই ঘটনা
ৰাকিবুল ইছলামৰ বিস্ফোৰণ:
ধুবুৰী লোকসভা পৰা আজমলক উৎখাত কৰক আৰু অগপ প্ৰাৰ্থী জাবেদ ইছলামক জয়যুক্ত কৰিবলৈ আহ্বান অসম ছাত্ৰ পৰিষদৰ নেতা ৰাকিবুল ইছলামৰ।
ধিঙৰ ৰৌমাৰীৰ বিশাল ইফতাৰ পাৰ্টিত প্ৰদ্যুৎ বৰদলৈ নগাওঁ জিলাৰ নৱ গঠিত ধিং সমষ্টিৰ অন্তৰ্গত উত্তৰ ৰৌমাৰীত আজি এক বিশাল ইফতাৰ পাৰ্টি অনুষ্ঠিত হৈ যায়
আজি ২৭/০৩/২০২৪ তাৰিখে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা এবিএমছু ৰ গোসাইগাওঁ জিলা সমিতিৰ অন্তৰ্গত ভাওৰাগুৰী আঞ্চলিক সমিতি উদ্যোগত আয়োজিত ভাওৰাগুৰী জামে মছজিদত সমূহীয়া দোৱা ও ইফতাৰ মেহফিলত আয়োজন কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা (এবিএমছু)
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তর্গত আজি ভাওৰাগুৰী জামে মসজিদ বিৰাট এখন ইফতাৰ মেহফিলৰ আয়োজন কৰে |
উক্ত ইফতাৰ মেহফিলত বহু ৰাইজৰ ভিৰ দেখা যায় |
যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ মনোনয়ন দাখিল ৰ বাবে ওলাই আহিল হাজাৰ হাজাৰ যোৰহাটৰ ৰাইজ...
হাটশিঙিমাৰীৰ মলাখোৱা গাওঁ পঞ্চায়ত অন্তগৰ্ত ফাত্তাপাৰাত অগপৰ মিত্ৰজোঁটৰ দলৰ ইফতাৰ পাৰ্টি কৰ্মী সভা.
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোলীৰ উৎসাহ উদ্দীপনা অব্যাহত থকাৰ সময়তে ৰঙিয়া ক্ষুদ্ৰ ডিমুৰ নবুৰ্কা সত্ৰত 22মাৰ্চৰ পৰা শ্ৰী শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা উপলক্ষে পাচ দিনীয়া কাৰ্যসূচীৰে এইবেলি হীৰক জয়ন্তী বৰ্ষৰ উদযাপন কৰিছে আয়োজক সমিতিয়ে । সাংস্কৃতিক সন্ধিয়া মহিলাৰ নাগাৰা নাম পৰিবেশনকে ধৰি কেইবাটাও কাৰ্যসূচীৰে আয়োজন কৰিছে ডিমু নবুৰ্কাত শ্ৰী শ্ৰী কৃষ্ণৰ ৭৫তম দৌল মহোৎসৱ।
ধুবুৰী লোকসভা সমষ্টি কাৰ ১.অগপৰ জাবেদ ২.কংগ্ৰেছৰ ৰকিবুল ৩.AIUDF আজমল
ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম ২ নং ধুবুৰী লোকসভা সমষ্টিৰ বাবে অসম গণ পৰিষদৰ দলীয় টিকট লাভ কৰি প্ৰথমবাৰৰ বাবে শুকুৰবাৰে বিয়লি বিলাসীপাৰাত উপস্থিত হয় দলটোৰ মনোনীত প্ৰাৰ্থী জাভেদ ইছলাম |
ধুবুৰী জিলাৰ পানবাৰীত গুলী চালনাৰ ঘটনা।
গৌৰীপুৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছত গুলী লাগি আহত এজন।
কোকৰাঝাৰ জিলাৰ ভাঁওৰাগুৰীৰ পৰা ধুবুৰী অভিমুখী AS-19-C-8597 বাছখনে পৰ্বতঝোৰাৰ পানবাৰী আৰু চুপাৰিঘাট মাজত ১৭নং ৰাষ্ট্রীয় ঘাইপথত হঠাৎ সন্দেহজনক বন্দুকৰ গুলী আহি বাছৰ গ্লাছ ভাঙি এজন যাত্ৰী আহত হয়।
আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকাশ পাৱ প্ৰকৃত ঘটনা।
ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিক ভাৱে যোগদান কৰে।
এ আই ইউ ডি এফ কৰ্মীৰ বিষ্ফোৰক মন্তব্য:
কমিচনৰ বাহিৰে কোনো কাম নকৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে:
মানকাচৰত এআইইউডিএফ দলৰ মোক্ষম আঘাত:
আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মেল সংবাদ মেল সম্বোধন দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ।
দিল্লীৰ শৈক্ষিক বিপ্লৱৰ অন্যতম বাটকটীয়া তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰলিনাৰ অসম আগমনকলৈ সম্বোধন এই সংবাদ মেল।
অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।
অসমীয়াৰ অতিকৈ আদৰৰ ব'হাগ বিহুলৈ সম্পূৰ্ণ এমাহো নাই।বহাগীক আদৰিবলৈ চ'তৰ বিহুৰ ইতিমধ্যে ঠাই বিশেষত আৰম্ভ হৈছে।এফালে যদি ব'হাগ বিহু আনফালে আকৌ লোকসভা নিৰ্বাচন।সকলোফালে ব্যস্ত জনসাধাৰণ।
জাবেদ ইছলাম জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপি দলৰ কৰ্মকৰ্তা সকলৰ লগত মত বিনিময়: