Pampi Kitchen & Vlogs

Pampi Kitchen & Vlogs নমস্কাৰ মই Pampi Deka Mangaldoi ৰ ছোৱালী ৷ অসমীয়া বোৱাৰী,বৰ্তমান Hyderabad ত থাকো ৷ মৰম দিব video ত Review

05/01/2024

যিসকলে কমেন্ট কৰি আছিল Plastic tiffin box is dangerous for health ভিডিঅ’টো চাব লগতে শুনিব ৷ আজি raw video upload দিলো 😁

I've just reached 15K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
05/01/2024

I've just reached 15K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

04/01/2024

যেতিয়া craving হয় তেতিয়া এই বস্তুবোৰৰ জন্ম হয়😁😁

04/01/2024
03/01/2024

दूध जल मिश्रित शर्करा युक्त पर्वतीय बूटी

অৱশেষত এই নিচাটো কমালো finally 🤞

03/01/2024

নিয়তিৰো কি যে লিখন, মৃত সকলৰ আত্মাৰ সৎগতি কামনা কৰিছো আৰু আহত সকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো 🙏🙏 প্ৰভু ৷
বছৰটোহে নতুন গতিকে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব চেষ্টা কৰা ভাল যদিও বিপদে আগজাননী নিদিয়াকৈ আহে ৷৷
শ্ৰদ্ধাঞ্জলী🙏🙏 দেৰগাওঁৰ সেইলোকসকলৰ বাবে

01/01/2024

Minivlog

01/01/2024

মই কোনো অশ্লীল ভিডিঅ’, ফটো পোস্ট নকৰো লগতে music ও add নকৰো ভিডিঅ’ বোৰত ৷ কিন্তু copyright issues কিয় আহে বাৰু ?? অনুগ্ৰহ কৰি সহায় অকন কৰিবচোন🙏

31/12/2023

কিছু চিন্তা নিজৰ বাবে 💖
Because self care is most important.

Follow Pampi Kitchen & Vlogs

এটা দিন মোৰ বাবে❤️ Rinkumani
31/12/2023

এটা দিন মোৰ বাবে❤️ Rinkumani

29/12/2023

Thank you for 100k🙏

29/12/2023

This is my passion

Follow Pampi Kitchen & Vlogs

27/12/2023

এই ভিডিঅ’টো কিছুদিন আগৰ, মোৰ এটা নতুন অভিজ্ঞতা ৷

Follow Pampi Kitchen & Vlogs

27/12/2023

ভিডিঅ’ হয়তো নাপাব আৰু !! ইচ্ছা নাই
মনবোৰ আজিকালি অশান্ত

27/12/2023


24/12/2023

Minivlog || এটা দিন খুব ব্যস্ততাৰে উফ্

Pomegranate
23/12/2023

Pomegranate

22/12/2023

শীতকালৰ এই তৰকাৰী খনৰ সোৱাদেই বেলেগ ৷৷

22/12/2023

তেনেই সাধাৰন but this is my comfort food

21/12/2023

একে জুতি সদায় ভাল লাগে জানো !!

Follow Pampi Kitchen & Vlogs

20/12/2023

ৰ’দত বহি কমলাৰ জুতি 😋

20/12/2023

কম সময়ত হোৱা আৰু delicious Paneer ৰ এটা recipe || Pampi Kitchen & Vlogs

18/12/2023

কিয় ভাল বাৰু ??

Follow Pampi Kitchen & Vlogs

ওম শান্তি 🙏🙏এজন খুবেই ভাল লগা মানুহ, ভাৰাঘৰ খণ্ডবোৰ এতিয়াও মাজে মাজে চাই ভাল পাওঁ ৷৷
16/12/2023

ওম শান্তি 🙏🙏
এজন খুবেই ভাল লগা মানুহ, ভাৰাঘৰ খণ্ডবোৰ এতিয়াও মাজে মাজে চাই ভাল পাওঁ ৷৷

16/12/2023

এই পিটিকা বিধ যদি খোৱা নাই বহুত কিবা মিচ কৰিব গৈ আছে ৷৷ A unique recipe from Pampi Kitchen & Vlogs

16/12/2023

About our yesterday lunch plate || মোৰ সদায় very simple thali থাকে ৷৷ দালি ভাতেৰে এসাজঁ জুতি বেছিকৈ পাওঁ মই❤️

Follow Pampi Kitchen & Vlogs

14/12/2023

এটা সচাঁ ঘটনা ৷৷ মানুহক আজিও চিনিব নোৱাৰো😰

Please সহায় অকন কৰক 🙏🙏 কালি এই ভিডিঅ’টো দিলো, recipe video ও sensitive content হ’ব পাৰে নে বাৰু ? কোনোধৰনৰ background mu...
14/12/2023

Please সহায় অকন কৰক 🙏🙏
কালি এই ভিডিঅ’টো দিলো, recipe video ও sensitive content হ’ব পাৰে নে বাৰু ? কোনোধৰনৰ background music ও মই ব্যৱহাৰ কৰা নাছিলো তাৰ পিছতো☹️😭 কি যে হৈছে😡😡

13/12/2023

Minivlog ৷৷

11/12/2023

সত্যনাৰায়ণ পূজা এখনৰ বাবে ৷৷ মেখেলা চাদৰ main মোৰ বাবে
Follow Pampi Kitchen & Vlogs

11/12/2023

মেখেলা চাদৰ পিন্ধিলে কেনেকুৱা লাগে বাৰু ??

Gdmrng
11/12/2023

Gdmrng

Address

Mangaldai

Alerts

Be the first to know and let us send you an email when Pampi Kitchen & Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pampi Kitchen & Vlogs:

Videos

Share


Other Mangaldai media companies

Show All