Isha24x7digital

Isha24x7digital News & Media company in assamese language.

04/06/2024

#জামুগুৰিহাটৰ আমদাৰাত চাঞ্চল্য৷
#নিশা আকাশৰ পৰা বেলুন আকৃতিৰ সামগ্ৰী আৰু ৰিম’টক লৈ চাঞ্চল্য৷

01/06/2024

#নাজিৰাৰ মলাগাঁৱত খাদ্যত বিষক্ৰিয়া হৈ ছজনকৈ লোক অসুস্থ।

27/05/2024

#নগাঁৱৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয় আৰু আৰক্ষী থানাৰ স্থান পৰিবৰ্তনকলৈ চামগুৰিৰ বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ।

27/05/2024

Searching Professional Course after 10/12 onwards
Saraswati Group of Institutions offering 3 year B. Voc. degree & 2 year diploma in the following courses affiliated from Om Sterling Global University & All India Vocational and Paramedical Council.
With 100% placement by the mission earning while learning.
Minimum fee structure.
Expert faculties.
Skill based curriculum.
,
,
,
,
,
,









Interested candidates can apply for more details -
Call/WhatsApp:+918638115187

24/05/2024

#মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ পৰ্যটকৰ বাহনলৈ তীব্ৰ চোঁচা প্ৰকাণ্ড গঁড়ৰ।
বাঁহবাৰী ৰেঞ্জৰ মথনগুৰী -বাঁহবাৰী পথত সংঘটিত হৈছে এই ঘটনা।

18/05/2024

"শিক্ষাই জ্ঞান জ্ঞানেই শক্তি"
মঙ্গলদৈৰ সৰস্বতী গ্ৰুপ অফ ইনচটিটিচনৰ ২ বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম মেট্ৰিক বা উচ্চতৰ মাধ্যমিকত উন্নীত ছাত্ৰ ছাত্ৰীৰ বাবে ------
👉নাৰ্ছিং আৰু পেচেন্ট কেয়াৰ
👉মেডিকেল লেবৰ'টৰি টেকনলজি
👉মেডিকেল ৰেডিঅ'লজী আৰু ইমেজিং টেকনলজি
👉ফিজিঅ'থেৰাপী
👉পেৰামেডিকেল
👉চিএমএছ এণ্ড ইডি
👉এগ্ৰিকালচাৰ
লগতে
👉সাংবাদিকতা
যোগাযোগ কৰক
8638115187
SARASWATI GROUP OF INSTITUTIONS
Civil Hospital Road, Mangaldai

সমূহ ইছলামধৰ্মী লোকলৈ পবিত্ৰ ৰমজানৰ শুভেচ্ছা
12/03/2024

সমূহ ইছলামধৰ্মী লোকলৈ পবিত্ৰ ৰমজানৰ শুভেচ্ছা

11/03/2024

#মাজবাটত ইউ পি পি এল দলৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্রার্থী দীলিপ শইকীয়াক আদৰণি।

11/03/2024
10/03/2024

#দৰঙৰ দক্ষিণ বৰসত্ৰ প্ৰাথমিক বিদ্যালয়ত প্ৰচাৰমুখী ভাগৱত অনুষ্ঠান আৰু পৰম পূজ্যবাদ চিৰনমস্য গুৰু কৃষ্ণ প্ৰেমানন্দ ঈশ্বৰৰ শুভাগমণ
অনুষ্ঠান।

10/03/2024

#ৰঙিয়াৰ লাছি বিষ্ণুপুৰ গাওঁৰ শ্ৰীশ্ৰী বুঢ়াগোসাঁই থানত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি ।

10/03/2024

#প্ৰায় প্ৰতিটো দিনতে মানাহত সংঘটিত হৈ আহিছে গঁড়ে চোঁচা লোৱাৰ শিহৰণকাৰী ঘটনা।
#পুনৰ বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰকাণ্ড গঁড়ৰ লক্ষ্য হৈ পৰিছে পৰ্যটকৰ বাহন।

09/03/2024

#বিৰোধী নহ'লে গণতন্ত্রৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য বিধায়ক ফণীধৰ তালুকদাৰৰ।
#বিৰোধী শক্তিশালী হলেহে যুদ্ধ কৰি ভাল লাগে বুলি মন্তব্য।

09/03/2024

#কামৰূপৰ বংশৰ সানপাৰা পৰ্বতৰ ত্ৰিনাথ মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মহা শিৱৰাত্ৰি পূজা ৷

 #প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ছেলা সুৰংগ। #৬৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ১১.৩১৫ কিঃমিঃ দৈৰ্ঘ্যৰ সু...
09/03/2024

#প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ছেলা সুৰংগ।
#৬৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ১১.৩১৫ কিঃমিঃ দৈৰ্ঘ্যৰ সুৰংগটো।

09/03/2024

#বজালীৰ পাঠশালা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা ।
#চুপাৰী ভৰ্তি AS01P CO526 নম্বৰ দহচকীয়া ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ।

09/03/2024

ঐতিহাসিক তৈলনগৰী ডিগবৈ জুবিলী খেলপথাৰত ভাৰ্চুৱেল পদ্ধতিৰে ডিগবৈ শোধনাগাৰ ক্ষমতা বৃদ্ধিৰ ( ডি . আৰ ১.০) প্ৰকল্প শিলান্যাস কৰে প্ৰধানমন্ত্ৰী।

09/03/2024

#আদৰ্শ চিকিৎসালয় স্বীকৃতিৰ নামত কেৱল যে ফুলদানীহে প্ৰদান কৰিছে সেই কথা প্ৰমানিত কৰিছে একাংশ চিকিৎসালয়ে ৷

09/03/2024

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যোৰহাটত একেলগে উদ্বোধন কৰিব কেইবাটাও প্ৰকল্প । উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত অন্তৰ্ভুক্ত থকা বিভিন্ন জিলাৰ পৰা আত্মসহায়ক মহিলা গোটৰ সদস্যাসকলৰ দ্বাৰা লাখপতি বাইদেউ সকল ।

09/03/2024

#ৰঙিয়া মহকুমাৰ কঞা ৰাজহ চক্ৰ ৰ অন্তৰ্গত জনপ্ৰিয় গাওঁ বালিসত্ৰ ৰ গোলাঘাট ত এদিনীয়া ভাৱে মহাশিৱৰাত্ৰি উদযাপন।

09/03/2024

#১৩৫ কোটিটকীয়া পথ নিৰ্মাণ হোৱাৰ পূৰ্বে ই বিতৰ্কত সোমাই পৰা বাবে ভেৰগাঁৱৰ উত্তৰ নাওঁবান্ধাত প্ৰতিবাদ ।
#ভেৰগাঁৱত বগামাটি-খাগ্ৰাবাৰী পথটো ১০ মাৰ্চত শিলান্যাস কৰিব মুখ্যমন্ত্ৰীয়ে ।

09/03/2024

#মাজুলী জিলা মহিলা সমিতি আৰু জিলা আইন সাহাৰ্য কোষৰ উদ্যোগত নাৰী দিৱস উদযাপন।

09/03/2024

#আন্তৰ্জাতিক নাৰী দিৱসত ওৱাৰিৱাৰ্চ মহিলা সমিতিৰ প্ৰসংশনীয পদক্ষেপ।
#মহিলা সকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে বিনিমূলীয়া আচাৰ তৈয়াৰৰ প্ৰশিক্ষণ।

09/03/2024

আপুনি যদি বাহিৰলৈ যাম বুলি ভাবিছে তেন্তে ওলাই নাহিব ঘৰৰ পৰা।
আজি ৰাজপথত দেখা নাপাব যাত্ৰীবাহী বাছ।
কাৰণ অসম ভ্ৰমণলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

09/03/2024

নাৰীৰ সুৰক্ষা, অধিকাৰ, নাৰী সৱলীকৰণৰ উদ্দেশ্যে ওদালগুৰিৰ ৰৌতাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ।

09/03/2024

#ইউপিপিএল, বিজেপি আৰু অগপ মিত্ৰজোঁটে আৰম্ভ কৰিছে আধাৰশিলাৰ ৰাজনীতি।
#মাৰ্চৰ ১২ , ১৩ তাৰিখৰ ভিতৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিব ইউপিপিএলে।
#লোকসভা নির্বাচনত নৱ শৰণীয়া আৰু বিপিএফক এইবাৰ ফেক্টৰ হিচাপে নলয় ইউপিপিএলে।

08/03/2024

#দৰঙৰ দক্ষিণ বৰসত্ৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত প্ৰচাৰমুখী ভাগৱত অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি।

08/03/2024

▶️ অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
▶️ তেজপুৰ বিমান বন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান

08/03/2024

বস্ত্ৰনগৰী শুৱালকুছিত শুক্ৰবাৰে পাণ্ডৱ সজাতি দলৰ কাৰ্যলয়ৰ আধাৰশিলা স্থাপন।
আধাৰশিলা স্থাপন কৰে উত্তৰ কামৰূপ জিলাৰ sc মৰ্চাৰ সভাপতি ৰাজিপ দাসে।

08/03/2024

#মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁ‌ড়ৰ চোঁ‌চা৷*
#পৰ্যটকৰ পিছত এইবাৰ বন কৰ্মীৰ বাহনলৈ চোঁ‌চা প্ৰকাণ্ড গঁ‌ড়ৰ৷
#মানাহৰ বাঁ‌হবাৰী বনাঞ্চলত মথনগুৰি পথত আক্ৰমণাত্মক ৰূপত চোঁ‌চা গঁ‌ড়টোৰ।

Address

Civil Hospital Road
Mangaldai
784125

Alerts

Be the first to know and let us send you an email when Isha24x7digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Isha24x7digital:

Videos

Share


Other News & Media Websites in Mangaldai

Show All