GK Mangaldai

GK Mangaldai Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from GK Mangaldai, News & Media Website, Mangaldai.

19/08/2022

আনন্দত মতলীয়া ....

কৃষ্ণ কৃষ্ণ ...টকা আৰু জনপ্ৰিয়তাৰ বাবে মানুহে কি নকৰে।
22/07/2022

কৃষ্ণ কৃষ্ণ ...
টকা আৰু জনপ্ৰিয়তাৰ বাবে মানুহে কি নকৰে।

21/07/2022

দ্ৰুৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দেশজুৰি বৈছে আনন্দৰ লহৰ। ব্যতিক্রম নহয় মঙ্গলদৈ। মঙ্গলদৈৰ বাংলাগড় চাহ বাগিচাত ঝুমুৰৰ তালে তালে নৃত্য কৰাৰ লগতে ফটকা ফুটাই , মিঠাই খাই আনন্দ কৰে চাহ বাগানৰ আদিবাসী সকলে।

19/07/2022

১৯ জুলাইৰ সন্ধিয়া শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱৰ গীতেৰে জীপাল হৈ পৰিল মঙ্গলদৈ জেব্ৰা ফৰ্চৰ বাকৰি । ১৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা জয়ন্ত হাজৰিকাৰ গীতৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান । এই অনুষ্ঠানত শিল্পী গৰাকীৰ গীত পৰিবেশন কৰে কণ কণ প্ৰশিক্ষাৰ্থী সকলে।

18/07/2022

INTER POLICE STATION FOOTBALL TOURNAMENT OF DARRANG DEF, 2022
0RGANISED BY DARRANG DEF

17/07/2022

গাড়ীত পেট্ৰল ভৰাওতে একাংশ পেট্ৰল ডিপোই জোখতকৈ কিমান পেট্ৰল কমাই দিয়ে এবাৰ চাওক। চৰকাৰে কৰা মূল্যবৃদ্ধিৰ উপৰিও ডিপোৰ স্বত্বাধিকাৰীৰ লুণ্ঠন।

17/07/2022

চেৰাপুঞ্জী ............

14/07/2022

গৰমৰ বন্ধ .......

Address

Mangaldai
784125

Website

Alerts

Be the first to know and let us send you an email when GK Mangaldai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in Mangaldai

Show All