Pahi Production

Pahi Production ৰাইজৰ সতে �

পাহি প্ৰডাকচন নিবেদন....
05/04/2023

পাহি প্ৰডাকচন নিবেদন....

Pahi Production Presents an Assamese Music Video "Abhimani Tumi" ( 4K Music Video ) by Anjan Hazarika featuring Aayat Khan and Jenny Ahmed . Presenting a bea...

02/05/2022

#দৰঙৰ একমাত্ৰ শাসকীয় বিধায়কৰ বৰ্ষপূৰ্তি উদযাপন।।

10/01/2022

#21/22/23 January 2022
Video Credit: Rupomjit Saharia

29/12/2021

#ৰাজ্যিক ভিত্তিত আৰ্চাৰী প্ৰতিযোগিতা
#মঙ্গলদৈ মহাবিদ্যালয়
২১ ,২২ আৰু ২৩ জানুৱাৰী 2022

29/12/2021

#ৰাজ্যিক ভিত্তিত আৰ্চাৰী প্ৰতিযোগিতা
২১ ২১ আৰু২৩ জানুৱাৰী 2022
#মঙ্গলদৈ মহাবিদ্যালয়।

28/11/2021

#মঙ্গলদৈ_মহাবিদ্যালয়ত ডিচেম্বৰ ১৫ তাৰিখৰ পৰা #আৰ্চাৰী_প্ৰশিক্ষণ_শিবিৰৰ আৰম্ভণি ।
প্ৰপত্ৰ সমূহ ২৯ নৱেম্বৰৰ পৰা #মঙ্গলদৈ_টাউন_ক্লাবত
দিনৰ ১১ বজাৰ পৰা ১ বজালৈ আৰু
আবেলি ৪ বজাৰ পৰা সন্ধিয়া৭ বজালৈ উপলব্ধ হব।

15/08/2021

#৭৫ তম স্বাধীনতা দিৱসৰ এটি সৰু প্ৰতিবেদন

11/08/2021

#পুলিচৰ গুলিত নিহত আইনবিদ #বিনয় কুমাৰ ঘোষৰ হত্যাৰ অভিযুক্ত....

07/07/2021

#মঙ্গলদৈৰ বিধায়ক #বসন্ত_দাসৰ #সংবাদ_মেল।
#মুখ্যমন্ত্ৰীক সমষ্টিৰ উন্নয়নৰ বাবে #স্মাৰক_পত্ৰ প্ৰেৰণ
#সাংবাদিক সকলৰ লগত সমষ্টিৰ বিভিন্ন #সমস্যা তথা #ভৱিষ্যত_পৰিকল্পনাৰ ওপৰত মত বিনিময়

04/07/2021

মঙ্গলদৈ পৌৰসভাৰ জাৱৰ পেলোৱা বাহনে আৰু কি কঢ়িয়াই??
দেওবাৰৰ ৰাতিপুৱাৰ কেইটামান দৃশ্য
মঙ্গলদৈ পৌৰসভাৰ এটি সৰু কাহিনী

30/06/2021

#সন্দেহজনক ভাবে বৃদ্ধি হৈছে বেদখলকৰি
#চৰকাৰী ভূমিত অভিলাষী আঁচনি আৰম্ভণিত বাধা
প্ৰস্তুত আৰু অনুমোদন হোৱাৰ পিছতো ভূমিৰ অভাৱত কাৰ্যকৰী হোৱা নাই বৈজ্ঞানীক পদ্ধতিৰ জাৱৰ নিষ্কাশনৰ বহুলাখ টকীয়া প্ৰকল্প।
#আপোন চহৰৰ...আপোন বতৰা...

21/06/2021

#সামাজিক_মাধ্যমত চৰ্চিত কেইখনমান ছবি
#প্ৰাক্তন বিধায়ক/বিধায়িকাৰ কায্যকলাপত অসন্তুষ্টি বৰ্তমানৰ বিধায়কৰ
#মুখ্যমন্ত্ৰীৰ আহ্বানক #বিৰোধী_বিধায়কৰ লৈ যোৱাৰ যাত্ৰাৰ পথ সুচল হব নেকি?

20/06/2021

#শিক্ষা বিভাগে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰিলে
#চৰম হতাশাত পৰীক্ষাৰ্থী , #শিক্ষক আৰু অভিভাৱকৰ অসন্তুষ্টি
#সদৌ_দৰং_জিলা_ছাত্ৰ_সন্থাৰ #সভাপতিৰ প্ৰতিক্ৰিয়া

17/06/2021

#অন্য_এক_পথৰুঘাট... #পৰমানন্দ_ৰাজবংশী

15/06/2021

ৰাজ্য চৰকাৰৰ নতুন SOP. চাওঁ আহক কি আছে নতুন SOP ত

15/06/2021

চাইকেল নহয় টিলিঙা...
১৯৯৩ চন...মঙ্গলদৈৰ ৫জন যুবকৰ এক অনবদ্য যাত্ৰা..
আপোন চহৰৰ...আপোন বতৰা...

12/06/2021

আহি আছে...আছুতীয়া সাক্ষাৎকাৰ... ডঃ পৰমানন্দ ৰাজবংশীৰ সৈতে...একমাত্ৰ পাহিত

10/06/2021

#প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যে কোৱা #ভোকেল_ফৰ_লোকেল
#জনসংযোগ মন্ত্ৰী #পিজুছ_হাজৰিকাই নতুন আইন অনাৰ পোষকতা
#স্থানীয় বা-বাতৰি দিয়া #নিউজ_পৰ্টেলৰ ভৱিষ্যত আৰু কিমান দূৰ?

08/06/2021

মঙ্গলদৈ চহৰৰ এটা #পিছপৰা_ৱাৰ্ড
িশেষ_প্ৰতিবেদন

06/06/2021

#কাৰিকৰী জ্ঞানৰ অভাৱ নে ধনৰ নাটনি ?
#মঙলদৈৰ ব্যস্ত ৰাজপথত একাঠু পানী

04/06/2021

আজিৰে পৰা ৰাজ্যত বলবত কৰা হৈছে নতুন ক'ভিড সম্পৰ্কীয় নিৰ্দেশনা
#৪ জুন ২০২১

03/06/2021

দৰং ক্ৰমে "আনলক"ৰ দিশত

02/06/2021

#মঙলদৈ_চিভিলত অৱশেষত মুকলি হ'ল

01/06/2021

#দৰং_জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথমটো ভ্ৰমণত আজি চন্দ্ৰ মোহন পাটোৱাৰী
#কি কি গুৰুত্বপূৰ্ণ বিষয়ে কি মন্তব্য প্ৰকাশ কৰিলে জানো আহক....

30/05/2021

#খোৱাপানীৰ অভাৱত মঙ্গলদৈ ৱাৰ্ডৰ বাসিন্দা
#প্ৰাথমিক সুবিধা #পানী আজিও নাই পোৱা

29/05/2021

#কভিডমুক্ত হৈয়েই চিকিৎসালয় পৰিদৰ্শন মঙলদৈৰ বিধায়ক বসন্ত দাসৰ
#দুখন এম্বুলেন্স প্ৰদানৰ দিলে প্ৰতিশ্ৰুতি

27/05/2021

# দেশ জুৰি চাঞ্চল্যক সৃষ্টি কৰা ভাইৰেল ভিডিও ৰ শুংসূত্ৰ বিচাৰি পাইছে দেশৰ আৰক্ষীয়ে
# জঘন্য যৌন নিৰ্যাতনৰ লগত জড়িত পাঁচ পাষণ্ডক চিনাক্ত আৰক্ষীৰ
# পাঁচ জন অপৰাধীক গ্ৰেপ্তাৰ বেংলুৰুত
# যুৱতী গৰাকীৰ ঘৰ ঢাকাত
# কিছুদিন আগতে ভাৰতলৈ আহিছিল যুৱতী গৰাকী
# যুৱতী গৰাকীৰ পিতৃয়ে চিনাক্ত কৰিলে পাঁচ অপৰাধীক
# আৰক্ষীৰ তদন্ত অব্যাহত

27/05/2021

#এটা ভাইৰেল ভিডিঅ ক লৈ দেশ জুৰি চাঞ্চল্য
#চাৰি পাঁচ গৰাকী যুৱকে এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলাইছে
#সমগ্ৰ ঘটনা মোবাইলত ৰেকৰ্ডিং কৰি চচিয়েল মিডিয়াত ভাইৰেল কৰিছিল

25/05/2021

#দৰং_জিলাৰ ক'ভিড সম্পৰ্কীয় শেহতীয়া তথ্য
ে_২০২১

Address

Mangaldai
784125

Alerts

Be the first to know and let us send you an email when Pahi Production posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pahi Production:

Videos

Share


Other News & Media Websites in Mangaldai

Show All