Saddam Hussain Ck

Saddam Hussain Ck Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Saddam Hussain Ck, Digital creator, Abhoypukhuri, Mangaldai.

30/08/2024

Good night

দৰং জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক  #আছাদুল্লা মণ্ডল(ৰাজু) ডাঙৰীয়াক আজি ছিপাঝাৰ ব্লক কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক (In...
29/08/2024

দৰং জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক #আছাদুল্লা মণ্ডল(ৰাজু) ডাঙৰীয়াক আজি ছিপাঝাৰ ব্লক কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক (Incharge)হিচাপে নিযুক্তি দিয়ে। গতিকে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। লগতে তেওঁ এজন কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী হিচাপে সুচাৰুৰূপে তেওঁৰ দ্বায়িত্ব পালন কৰি কংগ্ৰেছ দলটো শক্তিশালী কৰাত অনুপ্ৰেৰণা যোগাৱ বুলি আমি আশাবাদী।

28/08/2024

Good Night

28/08/2024

Hi guys good evening

01/01/2024

new year 2024


12/07/2023

journey
to Tangla PHED
Islam
Bhaity

26/06/2023

অভয়পুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কাছাৰীবাৰী গাওঁৰ #অহিমন বেওৱা ২৩/০৬/২৩ তাৰিখে প্ৰায় ৪ মান বজাত মঙলদৈ নদী(টেক্সী নদী) পাৰ হয় যাওতে পানীয়ে ওটোৱাই লৈ য়ায়। বৰ্তমান সময়লৈ SDRF বাহিনী লগতে ৰাইজ তথা অভয়পুখুৰী গাওঁ পঞ্চায়তৰ সভাপতি #আছাদুল্লা মণ্ডলে নিজে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে, কিন্তু এতিয়ালৈ সন্ধান পোৱা নাই।
স্হান:-বৰঝাৰ বাগিছা দক্ষিণ ঘাটপাৰ



02/06/2023

Maa o meri Maa
#মেৰী মা অ মেৰী মা


06/05/2023

Heart ❤️❤️❤️

Address

Abhoypukhuri
Mangaldai
784190

Alerts

Be the first to know and let us send you an email when Saddam Hussain Ck posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share