SY Mili

SY Mili write ����

22/09/2024
29/01/2024

বেছিকৈ গুৰুত্ব দিলে মেকুৰীয়েও নিজকে বাঘ বুলি ভাবিবলৈ ধৰে
সেইকাৰণে কিছুমান মানুহক বেছিকৈ গুৰুত্ব দিব নালাগে!

🕉️🕉️🕉️🕉️🕉️Jai shree Ram 🕉️🕉️🕉️🕉️                          🙏🙏🙏🙏
22/01/2024

🕉️🕉️🕉️🕉️🕉️Jai shree Ram 🕉️🕉️🕉️🕉️
🙏🙏🙏🙏

21/01/2024

জয় শ্ৰী ৰাম
जय श्री राम
Jai shree Ram
🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️

জীৱনে আমাক ইমানবোৰ শিকাইছে যে সকলোৰে লগত সম্পৰ্ক ৰাখিবা কিন্তু, কাৰো পৰা একো আশা নকৰিব।
20/01/2024

জীৱনে আমাক ইমানবোৰ শিকাইছে যে সকলোৰে লগত সম্পৰ্ক ৰাখিবা কিন্তু, কাৰো পৰা একো আশা নকৰিব।

সকলো থাকিও যেতিয়া অকলশৰীয়া অনুভৱ হয় তেতিয়া নিসংগতাৰ অৰ্থ ভালদৰে বুজা যায় প্রকৃতার্থত একো নাই, কোনো নাই কিন্তু নামত সকলো ...
19/01/2024

সকলো থাকিও যেতিয়া অকলশৰীয়া অনুভৱ হয় তেতিয়া নিসংগতাৰ অৰ্থ ভালদৰে বুজা যায় প্রকৃতার্থত একো নাই, কোনো নাই কিন্তু নামত সকলো আছে...
Thembelihle Writings

19/01/2024

কেতিয়াবা ভাবিছানে M চিধা আৰু W উল্টা কিয় লিখে?

কাৰণ সদায় Men চিধা আৰু Women উল্টা টো ভাবি থাকে............!!!!!
@🤣🤣🤣🤣🤣🤣🤣

M. W

এতিয়া সময় মোৰ পক্ষত নাই, কোনোবাই উপলুঙা কৰিলেও সহিবলে মই বাধ্য! যিদিনা মোৰো ভাল সময় আহিব সিদিনা কিন্তু সকলো কথাৰ হিচাপ...
17/01/2024

এতিয়া সময় মোৰ পক্ষত নাই, কোনোবাই উপলুঙা কৰিলেও সহিবলে মই বাধ্য! যিদিনা মোৰো ভাল সময় আহিব সিদিনা কিন্তু সকলো কথাৰ হিচাপ ভালকৈয়ে দিম কথাষাৰ মনত ৰাখিবা...!

হ'ল?আজি যদি সপোনবোৰ ভাঙি গৈছে ।কি হ'ল আজি যদি কোনো কাষত নাই । কেতিয়াবাটো মনে বিচৰাবোৰ পাম । বিশ্বাস ৰাখা নিজৰ ওপৰত, তুমি...
16/01/2024

হ'ল?

আজি যদি সপোনবোৰ ভাঙি গৈছে ।

কি হ'ল আজি যদি কোনো কাষত নাই । কেতিয়াবাটো মনে বিচৰাবোৰ পাম । বিশ্বাস ৰাখা নিজৰ ওপৰত, তুমি বেয়া নহয়, তোমাৰ এই সময় বেয়া।

মিছা বিয়পাই দিব পাৰি,                      কিন্তু প্ৰতিষ্ঠা কৰিব নোৱাৰি। সঁচা লুকুৱাই ৰাখিব পাৰি, কিন্তু তাৰ অস্তিত্ব সম...
16/01/2024

মিছা বিয়পাই দিব পাৰি,
কিন্তু প্ৰতিষ্ঠা কৰিব নোৱাৰি। সঁচা লুকুৱাই ৰাখিব পাৰি, কিন্তু তাৰ অস্তিত্ব সম্পূৰ্ণৰূপে নোহোৱা কৰিব নোৱাৰি।

I've received 300 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
15/01/2024

I've received 300 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

সময় সলনি হোৱাটো স্বাভাৱিক কথা; কিন্তু সময়ৰ লগে লগে বিশ্বাসী মানুহবোৰো যে সলনি হৈ যায় সেইটোহে আচৰিত লাগে!✍️✍️✍️এছ ৱাই মি...
15/01/2024

সময় সলনি হোৱাটো স্বাভাৱিক কথা; কিন্তু সময়ৰ লগে লগে বিশ্বাসী মানুহবোৰো যে সলনি হৈ যায় সেইটোহে আচৰিত লাগে!

✍️✍️✍️
এছ ৱাই মিলি

15/01/2024

সকলো বন্ধুবৰ্গ‌লৈ ভোগালী বিহুৰ উলগ্ জনালোঁ

নতুন আৰু পুৰণিৰ মাজত তেনে কোনো পার্থক্য নাই,মোৰ বাবে প্ৰত্যেকটো দিনেই নতুন অথচ চিনাকি।
12/01/2024

নতুন আৰু পুৰণিৰ মাজত তেনে কোনো পার্থক্য নাই,
মোৰ বাবে প্ৰত্যেকটো দিনেই নতুন অথচ চিনাকি।

সু-প্ৰভাত 🤔🤔🤔🤔
12/01/2024

সু-প্ৰভাত 🤔🤔🤔🤔

Address

ফুলেশ্বৰী থাণ
Majuli
785104

Website

Alerts

Be the first to know and let us send you an email when SY Mili posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share