Heritage Assam

Heritage Assam Official page of Heritage Assam YouTube channel
Like share and subscribe আপোনাৰ প্ৰতিভা প্ৰচাৰৰ বাবে আমাৰ লগত যোগাযোগ কৰক।
(2)

14/04/2024

💥অসমীয়াৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এনেকৈয়ে জীয়াই থাকিব বিহু❤️
Bihu Reels
Bihu Asomiya bihu

08/04/2024

📍 এখন ভয়ংকৰ যুদ্ধ
📍 দেৱতা আৰু শাল্বৰ ভয়ানক যুদ্ধ
📍 দোহাৰঃ Utpal Kaushik Saikia
#সদৌঅসমভাওনাপ্ৰতিযোগিতা #ভাওনা

07/04/2024

📍 এক হৃদয়স্পৰ্শী দৃশ্য
📍 চন্দ্ৰ মণি গগৈৰ অভিনয়ে কন্দুৱালে দৰ্শকক

♦️বিপ্ৰ দামোদৰ আখ্যান
♦️ ভাওনা

06/04/2024

📍 জয় বিজয়ৰ এক কৰুণ দৃশ্য
📍 কি অভিশাপ দিলে চাৰি সিদ্ধই ???

♦️ নৃসিংহ অৱতাৰ
♦️সাৰংগপাণি নাট্য গোষ্ঠী মাজুলী
♦️জয়ঃ দেৱজিৎ বৰা
♦️বিজয়ঃ অংকুৰ শইকীয়া
♦️ বিষ্ণুঃ মন্টু বৰুৱা
♦️লক্ষীঃ আদিত্য দত্ত
♦️লোহাৰঃ উৎপল শইকীয়া

05/04/2024

♦️নাৰদ আৰু দেৱতাৰ কুমন্ত্ৰনা
♦️দেৱগনক ভয় খুৱাই মাৰিলে 😂😂
♦️ নৃসিংহ অৱতাৰ ভাওনা
♦️সাৰংগপাণি নাট্য গোষ্ঠী মাজুলী

03/04/2024

🔥আচৰিত দৃশ্য 🔥
📍 ভোমোৰা হৈ চিত্ৰলেখাই অনিৰুদ্ধক কৰিলে হৰণ
📍 কুমৰ হৰণ হৰি-হৰ যুদ্ধ
📍 উষা -চিত্ৰলেখা

ভাওনা

31/03/2024

📍 ঢোলবাদন
📍 মহিলাৰ ঢোলবাদন দেখি সকলো অভিভূত
শেষলৈকে চাব আৰু ভাল লাগিলে চেয়াৰ কৰিব 🙏

#বিহু
অসমীয়া বিহু ঢোলবাদন মহিলা ঢুলীয়া

29/03/2024

📍 গুৰু-শিষ্যৰ মাজত যুদ্ধ
📍 ভীষ্মৰ হাতত প্ৰাণ গ'ল পৰশুৰামৰ!!
📍 ভয়ংকৰ দৃশ্য

নাটঃ অম্বাৰ দেহ ত্যাগ
সদৌ অসম ভাওনা প্ৰতিযোগিতা ঢকুৱাখানা ২০২৪
#ভাওনাৰপ্ৰৱেশ Anupam Bitopan

25/03/2024

📍ভীষ্মৰ প্ৰৱেশ
📍নাটঃ অম্বাৰ দেহ ত্যাগ
📍 অভিনয়তঃ উৎপল দত্ত

📍 শ্ৰেষ্ঠ অভিনেতা
📍 ভাওনা প্ৰতিযোগিতা ঢকুৱাখানা

04/03/2024

🔱 দেৱাদিদেৱ মহাদেৱৰ প্ৰৱেশ
🔱 মৎস্য অৱতাৰ ভাওনা
🔱 বৃন্দাবন যুৱ শিল্পী সমাজ মাজুলী

♦️ অভিনয়তঃ সত্যজিত হাজৰিকা
♦️ দোহাৰঃ দিব্যজ্যোতি শইকীয়া , সীমান্ত, বিনোদ
♦️ মাছখোৱা , ধেমাজি

04/03/2024

🔱 কালযৱনৰ মৃত্যু কেনেকৈ হৈছিল ?
🔱 কৃষ্ণই কি ষড়যন্ত্ৰ ৰচিলে?
🔱 জানিবলৈ সম্পূৰ্ণকৈ চাওক

♦️ কুমৰ হৰণ হৰি-হৰ যুদ্ধ
♦️ কালযৱনঃ যতীন বৰা
♦️ সাৰঙ্গপাণি নাট্য গোষ্ঠী মাজুলী

01/03/2024

💥শিৱৰ সুন্দৰ প্ৰবেশ।
💥ৰাগঃ আশোৱাৰী তালঃ ৰক্ত
💥গায়নঃ উৎপল কৌশিক, প্ৰীতম
💥বায়নঃ সমুদ্ৰ, মন্টু
💥বাঁ‌হীঃ নৱজ্যোতি।

📍 অভিনয়ঃ সত্য হাজৰীকা
📍 সাৰঙ্গপাণি নাট্য গোষ্ঠী মাজুলী

24/02/2024

💥ফুলি আছে চেনী চম্পা মেলি আছে পাহি
💥 ভাওনাৰ এক সুন্দৰ দৃশ্য
💥 দৈত্যৰ প্ৰেম নিবেদন
💥 নাটঃ শ্ৰী শ্ৰী ভগৱত দৰ্শন

#ভাওনাৰপ্ৰৱেশ #ভাওনা
#ভাওনাসমাৰোহ

☘️  #কলীয়া দা  অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক অমূল্য সম্পদ ।এই মহান সম্পদভাগি ৰক্ষা কৰাৰ স্বাৰ্থত দয়া কৰি সকলো ৰাইজে একাঁ...
16/02/2024

☘️ #কলীয়া দা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক অমূল্য সম্পদ ।
এই মহান সম্পদভাগি ৰক্ষা কৰাৰ স্বাৰ্থত দয়া কৰি সকলো ৰাইজে একাঁজলি আশীৰ্বাদ তথা সকলোৱে সহায়ৰ হাত আগবঢ়াব বুলি আমি কৰযোৰে প্ৰাৰ্থনা জনাইছোঁ ।
🙏🙏🙏🙏🙏🙏

11/02/2024

🌀 ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰ
🌀 কি ভাল লগা দৃশ্য
🌀 ভাওনা
♦️ ভাল লাগিলে কৰিব

10/02/2024

♦️ কল্যাণ -খৰমান
♦️ অসমৰ ভাওনা জগতৰ দুই খ্যাতনামা শিল্পী
♦️ যদু দত্ত 🌀 উৎপল শইকীয়া
♦️ নৃসিংহ অৱতাৰ ভাওনা

10/02/2024

♦️ দৃশ্যটো সম্পূৰ্ণকৈ চাই কান্দিবলৈ 😭 বাধ্য
♦️পুত্ৰই শিৰচ্ছেদ কৰিলে মাতৃক
♦️ পৰশুৰামৰ পিতৃ ভক্তি
♦️ ভাল লাগিলে Share কৰিব 🙏

08/02/2024

♦️ এখন ভয়ংকৰ যুদ্ধ
♦️ দুই ভাতৃৰ মাজত তয়াময়া ৰণ
♦️ নাট শ্ৰী শ্ৰী ভগৱত দৰ্শন
♦️ শ্যামকানু নাট্য গোষ্ঠী শিৱসাগৰ
♦️ অসম ভাওনা সমাৰোহ মাজুলী ২০২৪

06/02/2024

♦️ ৰজা পৰীক্ষিতক তক্ষকে দংশন কৰিব পাৰিলেনে?♦️
♦️ভগৱত দৰ্শন ♦️
♦️ ভাওনা সমাৰোহ মাজুলী ২০২৪ ♦️

04/02/2024

♦️ পিতৃ পুত্ৰৰ ভয়ংকৰ যুদ্ধ ♦️
♦️ লৱ-কুশৰ হাতত পৰাজয় ৰামৰ ♦️
♦️ৰাম পৰাজয় ভাওনা ♦️

03/02/2024

♦️ল'ৰা দুটাৰ অভিনয় চাওকচোন 🔥
♦️যোৰহাটৰ ভাইৰেল যমজ ভাতৃ ❤️
♦️অমৰ অসীম বৰাৰ 🔥 কণ্ঠ

🌀 লৱ-কুশৰ প্ৰৱেশ 🌀
চাবচোন ভাল লাগিলে আগুৱাই নিব কনমানি দুটাক

03/02/2024

♦️ মাজুলী ভাওনা সমাৰোহৰ আটাইতকৈ সুমধুৰ কণ্ঠ
♦️ শেষলৈকে নোচোৱাকৈ নোৱাৰে

♦️ মহাভগৱত ৰজা পৰীক্ষিতৰ প্ৰৱেশ
♦️ নাট শ্ৰী শ্ৰী ভগৱত দৰ্শন
♦️ শ্যামকানু নাট্য গোষ্ঠী শিৱসাগৰ
#ভাওনা

02/02/2024

♦️ভাওনাৰ মাজতে ওলাল ঘোঁৰা আৰু গৰু♦️
♦️ নকুল সহদেৱ এইবাৰ গৰুৰখীয়া ৰূপত ♦️

♦️ কণ্ঠ: বেদব্ৰত দত্ত ♦️
♦️ নাট: বৃহন্নলাৰ গাণ্ডীৱ ধাৰণ ♦️
♦️ অসম ভাওনা সমাৰোহ মাজুলী ২০২৪ ♦️
#ভাওনা

01/02/2024

📍💥 অজ্ঞাত বাসী ভীম ৰ কি সুন্দৰ প্ৰৱেশ💥📍
📍দোহাৰৰ কণ্ঠ ত আপ্লুত হাজাৰ হাজাৰ দৰ্শক📍
📍 ভাওনা সমাৰোহ মাজুলী ২০২৪📍

🙏🙂 ভাল লাগিলে Share কৰিব🙂🙏
🙏🙏Page টো Follow কৰিব🙏🙏

31/01/2024

📌 আপোনাৰ জীৱনত প্ৰভাব পেলাব পৰা ভাওনাৰ এক দৃশ্য📌
🙂 মনুষ্য জীৱনৰ সংজ্ঞা কি? মুক্তিৰ পথ কি? কৰ্ম কি?🙂
🌀🌀🌀সকলো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'ত পাব🌀🌀🌀
🩸🩸সকলোৱে শিকিব পৰাকৈ Share কৰিব🩸🩸

♦️নাট: শ্ৰী শ্ৰী ভগৱত দৰ্শন
♦️শ্যামকানু নাট্য গোষ্ঠী শিৱসাগৰ
♦️অসম ভাওনা সমাৰোহ মাজুলী ২০২৪

30/01/2024

ৰাৱণ (উৎপল খনিকৰ)
শ্ৰেষ্ঠ অভিনেতা মাজুলী ভাওনা সমাৰোহ

29/01/2024

♦️সভাত কৌৰৱৰ প্ৰৱেশ♦️
♦️ শ্ৰী কৃষ্ণৰ বিৰাট ৰূপ দৰ্শন♦️
♦️ সমন্বয় শিল্পী সমাজ হাফলুটিং♦️

28/01/2024

♦️বাৰে বাৰে শুনিও মন নভৰে♦️
♦️ স্বৰ্গৰ অপ্সৰাৰ জলকেলি♦️
সদৌ অসম ভাওনা সমাৰোহ মাজুলী ২০২৪

27/01/2024

♦️ অজ্ঞাতবাসী ভীম(বল্লভ)আৰু কীচকৰ যুদ্ধ♦️
♦️ ভাওনাৰ পৌৰাণিক বাহু‌ যুদ্ধ♦️
🔥বাঁহীৰ সুৰটো বিশেষকৈ শুনিব🔥

26/01/2024

⭕⭕⭕সভাত ধৰ্মৰ প্ৰবেশ⭕⭕⭕
⭕⭕দোহাৰৰ অতি সুন্দৰ কণ্ঠ⭕⭕
⭕⭕শ্ৰী শ্ৰী ভাগৱৎ দৰ্শন ভাওনা⭕⭕
♐♐ভাল লাগিলে share কৰিব♐♐

Address

Majuli

Alerts

Be the first to know and let us send you an email when Heritage Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share