মাজুলীৰ ভকত চাপৰিত ৭২ কৃষিভূমিত তৰমুজৰ আনুষ্ঠানিক বীজ সিঁচা আৰু বীজ বিতৰণ কাৰ্যসূচী◼️আগন্তুক বৰ্ষত মাজুলীত উৎপাদিত তৰমুজেৰে উজনি অসমৰ বজাৰ দখলৰ লক্ষ্য
জিলা আয়ুক্তৰ অংশগ্ৰহণ ----
#AssamNews #hilights #assam
জৰাজীৰ্ণ কাঠৰ দলঙত যমৰ যাতনা লোহিত খাবলুবাসীৰ।
ভগা দলংৰ উপৰেৰে যাতায়ত ৩০ গাৱঁৰ বাসিন্দাৰ ।
বিপদ সংকুল ভাৱে পাৰা পাৰ হ'ব লাগে ছাত্ৰ-ছাত্ৰী।
দলঙৰ ওপৰেৰে পাৰা পাৰ নহয় চাৰিচুকীয়া বাহন।
ভগা দলঙৰ বাবে লোহিত খাবলুলৈ নাযায় ১০৮ এম্বুলেঞ্চ। #assam #AssamNews #hilights
অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে মাজুলীত ভাৰতীয় জনতা পাৰ্টিৰ সুশাসন দিৱস উদযাপন ----
#Assam#hilight
মাজুলী প্ৰাক্তন আলফা নেতাৰ সেউজ বিপ্লৱ : স্বাধীন অসমৰ সপোন এৰি কৃষি বিপ্লৱৰ সূচনা মাজুলীৰ প্ৰাক্তন আলফা: ব্ৰহ্মপুত্ৰৰ চাপৰিত ২০০০ বিঘা ভূমিত সৰিয়হ,আলু,ভোট জলকীয়া,নেহৰুৰ বিশাল কৃষিক্ষেত্ৰ : ২০০ বিঘা ভূমিত বিশাল সৰিয়হ খেতি ---
#AssamNews #assam #hilights @topfans
বি আৰ আম্বেদকাৰৰ সন্মানাৰ্থে মাজুলীত দেখা গল কংগ্ৰেছৰ সন্মান যাত্ৰা ----
মাজুলীৰ ৰাজীৱ ভৱনৰ পৰা আয়ুক্ত কাৰ্য্যালয়লৈ কংগ্ৰেছৰ সন্মান যাত্ৰাৰ কাৰ্যসূচী-----
মংগলবাৰৰ পৰিৱেশ এয়া ------
মাজুলীৰ শ্ৰীলোহিত উচ্চ মাধ্যমিক বিদ্যালয়ৰ "বিদ্যালয় সপ্তাহ" আৰম্ভ
#AssamNews Jadu Kalita
চূড়ান্ত অৰাজকতাৰে চলিছে লোহিত খাবলু অঞ্চলৰ একাংশ বিদ্যালয় :
অঞ্চলটোৰ একাংশ বিদ্যালয়ৰ শিক্ষক বদলিকৰণতো চূড়ান্ত বৈষম্যৰ অভিযোগ :
সমল কেন্দ্ৰৰ সমন্বয়কক ঘেৰাও কৰি ৰাইজৰ জবাবদিহি ----==
মাজুলীৰ পথাৰত মেছিনেৰে ধান কটা মৰণা মৰাত ব্যস্ত কৃষক ----
#AssamNews #hilights #assam
দিল্লীত প্ৰধানমন্ত্ৰীৰ ঘৰটো বান্দৰ সোমাই ---বান্দৰক লৈ চিন্তিত মূখ্যমন্ত্ৰী
#AssamNews #assam #hilights
উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস পালন
'সাহিত্যৰ এদিন' শীৰ্ষক অনুষ্ঠান সম্পন্ন
সৰ্বস্তৰৰ জণগনক সাহিত্যমুখী কৰাৰ মূল মাধ্যম শাখা সাহিত্য সভাঃ অসম সাহিত্য সভাৰ কুঁহি আহ্বায়ক
মাজুলীৰ জিলা আয়ুক্ত ৰাতুল পাঠকে স্থানীয় ৰাইজ, স্বেচ্ছাসেৱী সংগঠন আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত 'চৰাইচোং' পুনৰুদ্ধাৰৰ পদক্ষেপ
৩৯০ বছৰীয়া ঐতিহ্য বহন কৰি ৰাজকীয় পৃষ্ঠপোষকতাত গঢ়ি তোলা এচিয়া মহাদেশৰ প্ৰথমখন পক্ষী অভয়াৰণ্য 'চৰাইচোঙ'লৈ আলহী পক্ষীৰ আগমন*
*প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন দাঙি ধৰি আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই ১৬৩৩ খ্ৰীষ্টাব্দত উজনি মাজুলীত আৱিষ্কাৰ কৰিছিল পক্ষী অভয়াৰণ্যখন*
মাজুলীৰ মনোমোহা সূৰ্য্যস্তৰ পৰিৱেশ কত দেখিবলৈ পাব ----
মাজুলীৰ কত -কত বনভোজৰ পৰিৱেশ ভাল লগা ----
আপুনিও আহক মাজুলীলৈ ----
District Administration Majuli @topfans #AssamNews #assam Pran Pranjal Khound @majuli