English বাইদেউ

English বাইদেউ Promote your music video's, Blogs, Website,Page YouTube channel, Business Here ! DM me 🙏 Please follow me

Pushpa ককাইদেউ ViLd PG
09/12/2024

Pushpa ককাইদেউ

ViLd PG

লৰালি কালত এইবিধ খানা কোনে কোনে উপভোগ কৰি পাইছা।Cdt =hrt bk naba
09/12/2024

লৰালি কালত এইবিধ খানা কোনে কোনে উপভোগ কৰি পাইছা।
Cdt =hrt bk naba

ধন্যবাদ
07/12/2024

ধন্যবাদ

 #হনুমান_চালিশা🙏শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে।কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ।চতুবৰ্গ ফল যে...
07/12/2024

#হনুমান_চালিশা🙏
শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে।
কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥
শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ।
চতুবৰ্গ ফল যেন লভো অনুক্ষন॥
বুদ্ধিহীন মই অতি পবন কুমাৰ।
গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥
জয় জয় হনুমান গুণৰ সাগৰ। ১
জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥
শ্ৰীৰামৰ দূত তুমি অতি বলবান।
অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২
মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান।
কুমতি নাশিয়া কৰা সুমতি প্ৰদান॥ ৩
কাঞ্চন বৰণ তযু তুমি হে সুবেশ।
কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ॥
ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ।
কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ॥ ৫
অপৰূপ বাহু তৱ পবন নন্দন।
মহাতেজ জ্যোতিৰূপ জগত বন্দন॥ ৬
বিদ্যাৱান গুণৱান তুমি হে চতুৰ।
শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ॥ ৭
সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন।
হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ॥ ৮
সূক্ষ্মৰূপ ধৰি তুমি লঙ্কা প্ৰবেশিলা।
বিকট ৰূপৰে লঙ্কা ধ্বংস কৰিলা॥ ৯
ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ।
সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ॥ ১০
সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ।
ৰঘুবীৰ তাৰ বাবে আনন্দিত মন॥ ১১
ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান।
দান কৰে ভাতৃ স্থান ভৰত সমান॥ ১২
ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি।
এই বুলি আলিঙ্গন কৰে ৰঘুপতি॥ ১২
সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ।
নাৰদ সাৰদ আদি দেৱ ঋষিগণ॥ ১৪
যমৰাজ কুবেৰ আৰু দিকপালগণ।
কবি কবিৰে যত ভৰা ত্ৰিভুৱন॥ ১৫
সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা।
ৰামৰ লগত মিলাই ৰাজপদ দিলা॥ ১৬
তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ।
হৈছিল ৰাৱণৰ ভয়ে কম্পমান॥ ১৭
সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে।
সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে॥ ১৮
জয় ৰাম বুলি তুমি অসীম সাগৰ।
পাৰ হৈ প্ৰবেশিলা লঙ্কাৰ ভিতৰ। ১৯
দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে।
সুগম কৰিলা তুমি ’ৰাম-ৰাম’ গানে॥ ২০
শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে।
তযু অনুমতি বিনা সোমাব নোৱাৰে॥ ২১
শৰণ লইনু প্ৰভু আজি যে তোমাৰ।
ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ॥ ২২
নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ।
তোমাৰ হুঙ্কাৰতে কম্পে ত্ৰিভুৱন॥ ২৩
ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে।
মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪
ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ।
মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫
সঙ্কটত হনুমানে ৰক্ষা কৰি যায়।
হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥ ২৬
সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা।
শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা॥ ২৭
তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব।
জীৱনত সেইজনে সদা সুখ পাব॥ ২৮
প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন।
তযু নামে উজ্জ্বলিব এই ত্ৰিভুবন॥
সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান।
শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান॥ ৩০
অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে।
সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে॥ ৩১
তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ।
ৰামৰ তুমিয়ে দাস জানে সৰ্বজন॥ ৩২
তোমাৰ ভজন কৰি লভিব ৰামক।
জনমে জনমে সেয়ে দুখ বিমোচক॥ ৩৩
অন্তকালে পাব তেওঁ ৰামৰ চৰণ।
এই সাৰ কথা শুনা সব ভক্তগণ॥ ৩৪
সকলো বিষয় ত্যাগি বোলা হনুমান।
হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান॥ ৩৫
সৰ্বসুখ আঁতৰিব সঙ্কটো কাটিব।
সেইজনে হনুমন্তক স্মৰণ কৰিব॥ ৩৬
জয় জয় জয় প্ৰভু জয় হনুমান।
তযু কৃপা বিনে মোৰ গতি নাই আন॥ ৩৭
যেইজনে শতবাৰ এই পাঠ কৰে।
সকলো অশান্তি তাৰ নাশ হৈ পৰে॥ ৩৮
হনুমান চালিশা যেয়ে সদা পাঠ কৰে।
সিদ্ধি লাভ কৰে আৰু বিপদত তৰে॥ ৩৯
তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস।
মনৰমন্দিৰত প্ৰভু সদা কৰা বাস॥ ৪০

#শ্বেয়াৰ_কৰিব_পাৰে 🙏❣️

যোৰহাট শিৱসাগৰৰ চুকে-কোনে গোটেই ফালে এইখন পোষ্টাৰ মাথো।কি হয় বাৰু কোনোবাই ক'ব নে ?
06/12/2024

যোৰহাট শিৱসাগৰৰ চুকে-কোনে গোটেই ফালে এইখন পোষ্টাৰ মাথো।
কি হয় বাৰু কোনোবাই ক'ব নে ?

জনা সকলোৱে উত্তৰ দি যাওক। 👇👇👇👇👇👇
06/12/2024

জনা সকলোৱে উত্তৰ দি যাওক। 👇👇👇👇👇👇

প্ৰতিজন সন্তানে বুজি পোৱা উচিত !😥
06/12/2024

প্ৰতিজন সন্তানে বুজি পোৱা উচিত !😥

05/12/2024

বাইক চুৰি 😲😲

05/12/2024

কইনা বিদায় দিয়া মূহুৰ্ত 😪
দুখ লগাই দিলে

Comment please 🙏
05/12/2024

Comment please 🙏

Good 👍 news
04/12/2024

Good 👍 news

   my pageআজি  অসমীয়া ১৮ আঘোণ,  ইংৰাজী ০৪ ডিচেম্বৰ,২০২৪  বুধবাৰ , দিনটোৰ ৰাশিফল
04/12/2024

my page
আজি অসমীয়া ১৮ আঘোণ, ইংৰাজী ০৪ ডিচেম্বৰ,২০২৪ বুধবাৰ , দিনটোৰ ৰাশিফল

03/12/2024

এইবোৰ মানুহৰ বাবেই বনৰীয়া হাতীয়ে উমুকত মানুহ মাৰিলে তুমুকত মানুহ মাৰিলে খবৰবোৰ সঘনাই শুনিবলৈ পোৱা যায়।( নামটো হয় হাতীৰ হে) ভুলটো কৰে ইহঁতে
ইহঁত বোৰক কি কৰিব লাগে আপোনালোকে ই ক'ব চোন।

বেমাৰী পত্নী মৃত্যু হ’ব বুলি জানি  স্বামীক সুধিলে, ‘বাৰু, মোৰ মৃত্যুৰ কিমান দিন পিছত আকৌ বিয়া কৰিবা?’।স্বামীয়ে ক’লে যেত...
03/12/2024

বেমাৰী পত্নী মৃত্যু হ’ব বুলি জানি স্বামীক সুধিলে, ‘বাৰু, মোৰ মৃত্যুৰ কিমান দিন পিছত আকৌ বিয়া কৰিবা?’।

স্বামীয়ে ক’লে যেতিয়ালৈকে তোমাৰ কবৰ সম্পূৰ্ণ শুকাই নাযায়।
কিছুদিন পিছত তেওঁৰ পত্নীৰ মৃত্যু হয়।
প্ৰতিদিনে স্বামী ঘৈণীয়েকৰ কবৰ চাবলৈ গৈছিল যদিও মাটি শুকাই অহা নাই.!
এনেকৈ প্ৰটি দিন চাবলৈ গৈছিল কিন্তু ইমানেই তিতি থাকে যে । স্বামীয়ে ভাবিছে কেনেকৈ সম্ভৱ? 🤔

এদিন স্বামী কবৰৰ কাষেৰে খোজ কাঢ়ি গৈ আছিল।
ভনীয়েকৰ কবৰৰ পৰা পত্নীৰ ভায়েক আহি থকা দেখিলে। হাতত এটা খালী বাল্টি লৈ।
সি পত্নীৰ ভায়েকক সুধিলে হাতত বাল্টিটো লৈ কি কৰি আছা?
পত্নীৰ ভায়েকে ক'লে, "ভনীৰ মৃত্যুৰ আগে আগে তাই মোক প্ৰতিদিনে তাইৰ কবৰত পানী ঢালিবলৈ কৈছিল।" মই বুজি পাইছিলোঁ যে মোৰ ভনী নিশ্বয় শান্তি পাব। 😇

Moral of the story: "A wife will never share her Husband even after her death."💝"💝

পত্নীয়ে কেতিয়াও স্বামীৰ ভাগ কাকো নিদিয়ে; মৃত্যুৰ পিছতো নহয়!

   my pageআজি  অসমীয়া ১৭ আঘোণ,  ইংৰাজী ০৩ ডিচেম্বৰ,২০২৪  মঙলবাৰ , দিনটোৰ ৰাশিফল
03/12/2024

my page
আজি অসমীয়া ১৭ আঘোণ, ইংৰাজী ০৩ ডিচেম্বৰ,২০২৪ মঙলবাৰ , দিনটোৰ ৰাশিফল

 #ডিচেম্বৰৰ দুই-এক তাৰিখৰ পৰা আৰম্ভ হৈ যায়  বিহু কেছেট ওলোৱাৰ পৰ্ব ৷জানমনি,  মৰমজান, অঞ্জনা, নাহৰ, জোনবাই…  জুবিনৰ ফটোখন...
03/12/2024

#ডিচেম্বৰৰ দুই-এক তাৰিখৰ পৰা আৰম্ভ হৈ যায় বিহু কেছেট ওলোৱাৰ পৰ্ব ৷জানমনি, মৰমজান, অঞ্জনা, নাহৰ, জোনবাই… জুবিনৰ ফটোখনি থাকিলেই হ'ল ৷ ডেকত শুনি শুনি নিজে হিট বনাই লওঁ ৷ তাৰপাছত যদি সেইবোৰ বাহিৰত বাজি থাকে কথাই নাই আৰু ৷ মন বিহু বিহু ৷ উৰুকাৰ ৰাতি মাইকত কেৱল সেইবোৰেই দূৰৈৰ পৰা ভাঁহি আহে ৷ শৈশৱ-কৈশোৰ-যৌৱনৰ আধাচোৱা কেৱল জুবিনৰ বাবেই পাৰ কৰিলোঁ ৷ জুবিন সম্পৰ্কে আৰু বহু কথাই ক'বলৈ আছে ৷ ক'ম! কেছেটৰ বিহুৰ দিনবোৰ সাংঘাটিকভাবে আজিও মিছ কৰোঁ😔🥀

©️জিতুল ডেকা❣️

বৰ-অসম গঢ়াৰ ক্ষেত্রত ছুকাফাৰ অৱদানলৈ শ্রদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্র অসমবাসীয়ে ১৯৯৬ চনৰ পৰা অসম দিৱস বা ছুকাফা দি...
02/12/2024

বৰ-অসম গঢ়াৰ ক্ষেত্রত ছুকাফাৰ অৱদানলৈ শ্রদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্র অসমবাসীয়ে ১৯৯৬ চনৰ পৰা অসম দিৱস বা ছুকাফা দিৱস হিচাপে পালন কৰি আহিছে

Address

Mön Tawang

Website

Alerts

Be the first to know and let us send you an email when English বাইদেউ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share