Doinik Gana Barta Assam

Doinik Gana Barta Assam news

21/12/2022

20/25 বছৰ ধৰি ভুগি থকা শৰীৰৰ যিকোনো বিষ পাঁচ মিনিটত নিৰ্মূল পাবলৈ এবাৰ লগ ধৰিব পাৰে ,,,,

21/12/2022
21/12/2022
21/12/2022
21/12/2022

2023 ত মেষ ৰাশি সকলৰ উদয় হ'ব ভাগ্য

21/12/2022

মাজে মাজে আবিৰ্ভাৱ হয় এই জন নেতা !সকলো সময়তে বিৰ্তক সৃষ্টি কৰি অহা নেতা জন হৈছে জয়ন্ত শইকীয়া ।
জয় শইকীয়াৰ মন্তব্য সমূহ শুনি অসমৰ ৰাইজ তথা চৰকাৰ প্ৰশাসনে বিচাৰ কৰিব !
(সংগ্ৰহ)

20/12/2022
20/12/2022
20/12/2022

On the basis of source information, a team of Hojai Police conducted search in coach No A5 of Rajendranagar Express train and recovered suspected G***a weighing about 60 kgs. Two persons have been apprehended in connection with the same. The consignment was loaded into the overhead compartment of the bathroom by the arrested accused.



Himanta Biswa Sarma
CMO Assam
DGPAssamPolice
GP Singh
Assam Police

14/12/2022

অসমৰ কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তিক ভাৰতীয় দলিত সাহিত্য অকাডেমিৰ নতুন দিল্লীত ড° বি.আৰ.আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান ।

07/12/2022

হোজাই আৰক্ষীৰ জালত ড্ৰাগছসহ এজন সৰহবৰাহকাৰী

29/11/2022

গুৰুত্বপূৰ্ণ সতৰ্কবাৰ্তা!

আপোনাৰ ৪ জি নেটৱৰ্ক ৫ জিলৈ উন্নীতকৰণৰ প্ৰস্তাৱেৰে অহা লিংকত ক্লিক কৰি নিজকে সৰ্বস্বান্ত কৰাৰ সুযোগ নিদিব।

প্ৰৱঞ্চনাৰ সংকেত চিনাক্ত কৰক, প্ৰৱঞ্চকক প্ৰতিৰোধ কৰক


28/11/2022
28/11/2022
28/11/2022
28/11/2022

জনপ্ৰিয় শুকু ভাই এইবাৰ বিপদত পৰিল । অবৈধ ভাৱে ধন সংগ্ৰহ কৰাত ৰাইজে আটক কৰি গতালে আৰক্ষীক ।
(সংগ্ৰহ)

27/11/2022

।। সি মোক মৰম নকৰে সেই বাবে তাক কাটি দিলোঁ ।।

27/11/2022
21/11/2022

20/25 বছৰ ধৰি ভুগি থকা শৰীৰৰ যিকোনো বিষ পাঁচমিনিটত নিৰ্মূল পাবলৈ এবাৰ ধৰিব পাৰে,,,

19/11/2022

হোজাইত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন ধৰণৰ কাৰ্য্যসূচী।

15/11/2022

শিশু দিৱসৰ লগত সংগতি ৰাখি হোজাইত কবি সন্মিলন অনুষ্ঠিত

14/11/2022

হোজাই আৰক্ষীৰ অভিযানঃ ৭০ টা কণ্টেইনৰ সহ আটক দুজন

12/11/2022
12/11/2022

কলগাছিয়াত ট্ৰেক্টৰৰ দৌৰাত্ম্য ,,

10/11/2022

চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ নামত ৰোগীৰ পৰা চিকিৎসকে সংগ্ৰহ কৰে ৮ হাজাৰ টকা। চিকিৎসালয়ত বিজনী বিধায়ক উপস্থিত হৈ চিকিৎসকক ON CAMERA ত ধমক

Address

Lanka
KAKITONGIA

Alerts

Be the first to know and let us send you an email when Doinik Gana Barta Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Doinik Gana Barta Assam:

Videos

Share


Other News & Media Websites in Lanka

Show All