Hojai live 24×7

Hojai live 24×7 সত্যৰ সদায় জয়

26/01/2024

📌উদালি শিংগাওত অৱস্থিত Skylark jatiya vidyalaya অসমীয়া মাধ্যমৰ অতি উন্নত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আজি 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ও শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰথমে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ।

22/01/2024

📌দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীও এতিয়া হ'ব পাৰিব ডক্তৰ, ইঞ্জিনীয়াৰ ।

31/12/2023

📌ধাৰাসাৰ বৃষ্টিপাতত তচনচ হৈছে তামিলনাডু।

📌বিভীষিকাময় পৰিৱেশৰ পৰা উদ্ধাৰ এটি ডেৰ বছৰীয়া শিশুক৷

যোৱা কালি দূৰ্ঘটনা কৰা বাহন খন অৱশেষত ধৰা পৰিলে। তিনিআলী আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
29/12/2023

যোৱা কালি দূৰ্ঘটনা কৰা বাহন খন অৱশেষত ধৰা পৰিলে। তিনিআলী আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

28/12/2023

লংকাৰ উদালিত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰঘটনা ।। ফুলতলীৰ পৰা লংকা অভিমুখী যোৱা এখন তীব্ৰ বেগী ব্ৰেজা বাহনে উদালিৰ গাছতোলাত মোহতিয়াই নিয়ে এজন যুঁৱকক ।
ঘটনা সংঘটিত কৰি গাড়ী খন পলাই যায় ।
সমগ্ৰ ঘটনা বন্দী হৈ cc টিভি কেমেৰাত.....।

হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই লৈ আহিল Marami Devi য়ে Winners of Prag Reality Show... #আমাৰ_ভূপেন_দা_Season_7
28/12/2023

হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই লৈ আহিল Marami Devi য়ে
Winners of Prag Reality Show...
#আমাৰ_ভূপেন_দা_Season_7

16/12/2023
30/11/2023

📌উদালী আলহাজ সোনাই বিবি চৌধুৰী মহাবিদ্যালয়ত স্মৃতিগ্ৰন্থ উন্মোচন আৰু স্মৃতিচাৰণ সভা ।

30/10/2023

📌লংকা শিক্ষা খন্ডৰ অন্তৰ্গত উদালী শিং গাওঁ ৰহমিনীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইছাক আলীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ স্হানীয় ৰাইজৰ।

30/10/2023

বিধায়ক ৰামকৃষ্ণ ঘোষ বিতৰ্কিত মন্তব্য

29/10/2023

হোজাইৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কপাহবাৰী সমিপত নিশা গুলিয়াগুলিৰ ঘটনা সংদভত আৰক্ষী মন্তব্য

Hojai Police

29/10/2023

📌ডবকাৰ মদাৰতলিত ভয়ংকৰ পথ দুৰ্ঘটনা।

29/10/2023

অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লংকাত উপস্থিত হৈয় নিজৰ মন্তব্য আগবঢ়ায়

22/10/2023

📌আজি হোজাই জিলাত ৰাইজৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত কেইবাখনো পূজা মণ্ডপ দৰ্শক কৰে।

21/10/2023

লংকাত এতিয়া দুইজন বিধায়কৰ নেতৃত্বত কাম চলিব

16/10/2023

📌চৰকাৰে দিচপুৰত বহি চমক সৃষ্টি কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত চমকাব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰক

08/10/2023

নগাঁৱৰ চামগুৰিৰ মাগুৰমাৰীৰ পৰা শিখা শৰ্মাক ৰাইজৰ পহুখেদা।

07/10/2023

📌মোক প্ৰধান মন্ত্ৰী বনাব বুলি কলেও মই বিজেপিত নাযাওঁ মন্তব্য -লেখিকা শিখা শৰ্মা ।

07/10/2023

তামুলপুৰত জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

06/10/2023

*বেলশৰ আৰক্ষী থানাৰ বৃহত সাফল্য* ।
দুই ড্ৰাগছ সৰবৰাহ কাৰীক আটক বেলশৰ আৰক্ষীৰ।

06/10/2023

মাটি বেদখল সংদভত হোজাই চক্ৰ বিষয়া কৰ্মচাৰী তথা নাথ মন্ডল মন্তব্য

04/10/2023

📌অবৈধ বাবে চুৰাং গৰু সৰবৰাহ।

📌 হোজাই জিলাত প্ৰৱেশ কৰিছে পাৰমিঠ অবিহনে গৰু বৰ্তি গাঢ়ি।

03/10/2023

*লামডিঙত হ'বলৈ গৈ আছে এখন ডাঙৰ বৃহৎ ইপহাৰ কোপনৰ খেল।*
যোগাযোগ কৰক 8011024441//8721811178 নান্বাৰলৈ।

10/09/2023

তাহানিৰ দিনৰ গুৱাহাটী |

05/09/2023

Hojai live ৰ সমূহ দৰ্শকক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ। আজি সমগ্ৰ ভাৰতৰ লগতে আমাৰ হোজাই জিলাৰ উদালি অঞ্চলৰ এক উন্নত শিক্ষা অনুষ্ঠান Skylark jatiya vidyalaya ৰ ছাত্ৰ ছাত্ৰী ও শিক্ষক শিক্ষয়িত্ৰী ৰ সহযোগত অতি উলহ মালাহৰে আয়োজন কৰা হয় শিক্ষক দিৱস এই দিৱসত ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গুৰু সকলক ফুলাম গামোচা ও কলম আদি বস্তুৰে সম্বদণা জনায় ইয়াৰ লগতে সংগতি ৰাখি নৃত্য প্ৰদৰ্শন কৰে Skylark jatiya vidyalaya ৰ ছাত্ৰ ছাত্ৰী সকলে।

04/09/2023

এগৰাকী কণমানি ছাত্ৰীৰ মৰম লগা কথাই মুগ্ধ কৰিব আপোনাক। বিদ্যুত কৰ্তন কৰা বিদ্যুত বিভাগৰ কৰ্মচাৰীক কণমানি গৰাকীৰ ফোন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈ দিব। পুলিচে ধৰি লৈ যাব

03/09/2023

📌মৈৰাবাৰী ফ্ৰেণ্ডছ গ্ৰুপ ছছাইটিৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভা।

29/08/2023

📌মৈৰাবাৰীত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হামিদাক ৰাইজে কৰায়ত্ত কৰি চমজালে আৰক্ষীক।

Address

Assam Guwahati
Lanka
UDALI

Telephone

+917099446362

Website

Alerts

Be the first to know and let us send you an email when Hojai live 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hojai live 24×7:

Videos

Share


Other News & Media Websites in Lanka

Show All

You may also like