JANJU LIVE

JANJU LIVE JANJU LIVE – A registered local news channel committed to fast, accurate, and reliable reporting. Your news, your trust! ✅
(3)

10/01/2026

নখুটি ১নং ছাৰ্কে বস্তি চেন্টাৰ বজাৰস্থিত মিছবাহুল কোৰআন হাফিজীয়া আৰু কাৰিয়ানা মাদ্ৰাছাত অহা ১৮ জানুৱাৰী তাৰিখে ৩১তম বাৰ্ষিক ওৱাজ মেহফিলৰ আয়োজন কৰা হৈছে।

08/01/2026

📌হোজাইত সমাগত ২০২৬ বিধানসভা নিৰ্বাচনক লৈ তুংগত শাসক দলৰ ৰণনীতি।

📌শাসক দলৰ হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে হোজাইত চলাই গৈছে দলক শক্তিশালী কৰি ৰখাৰ বাবে প্ৰচেষ্টা।

06/01/2026

লংকাৰ কাকী পুৰণাকাকীত ভয়ংকৰ অগ্নিকাণ্ড।

03/01/2026

ভলি বল প্ৰেমী ৰাইজৰ বাবে আহি পৰিছে এটা সু-খবৰ।

02/01/2026

লংকাৰ নখুটিৰ ৩নং খ্ৰীং খ্ৰীং গাঁৱৰ মাজাৰ শ্বৰীফত ৩০তম উৰছ মোকাদ্দছৰ আ‌য়োজন কৰা হৈছে।

27/12/2025

হোজাইত নিশা মদ খোৱাৰ পাছত যদি গাড়ী লৈ ওলাই আহিছে তেন্তে সাজু থাকক জৰিমনা দিবলৈ।

27/12/2025

হোজাই জিলাৰ ফটো সম্বলিত খচৰা ভোটাৰ তালিকা প্ৰকাশ ।

27/12/2025

লংকাত অঙ্গনবাদী শিশু খাদ্য সামগ্ৰী বিতৰণত নামত ধন সংগ্ৰহ অভিযোগ খণ্ডন অভিযুক্তৰ।
ৰাজনৈতিক অভিসন্ধিৰ বলি হোৱাৰ দাবী অভিযুক্ত উবেদুলাৰ।
আৰক্ষীৰ তদন্ততো দোষমুক্ত অভিযুক্ত জাহানাৰা আৰু উবেদুলা।

25/12/2025

লংকাৰ নখুটীৰ ডেকাবস্তীত দমে দমে ওলাইছে অঙ্গনবাদীৰ খাদ্য সামগ্ৰীৰ লগতে কিতাপ পত্ৰ।

22/12/2025

পশ্চিম কাৰ্বি আংলঙৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

22/12/2025

হোজাইত বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।

21/12/2025

লংকাত এগৰাকী অধিবক্তা তথা লামডিং সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী চাৱিৰ আহমেদৰ প্ৰতিক্ৰিয়া।

বাংলাদেশত দীপু চন্দৰ নিৰ্মম হত্যাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অধিবক্তাগৰাকীৰ। সমান্তৰালকৈ জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া অধিবক্তাগৰাকীৰ।

Address

Lanka

Telephone

+917635842406

Website

Alerts

Be the first to know and let us send you an email when JANJU LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JANJU LIVE:

Share