JANJU LIVE

JANJU LIVE Janju Live is a digital news channel in North East India. শুদ্ধ আৰু সঠিক ৰূপত আপোনালোকৰ আগত বাতৰি উপস্থাপন কৰাই আমাৰ মূল লক্ষ্য!
(2)

28/01/2025

নিজকে সাংবাদিক আৰু হোজাই জিলাৰ কৃষক মুক্তিৰ সভাপতি বুলি পৰিচয় দিয়ে। আকৌ দূৰ্নীতিৰ লগত লিপ্ত। অহা কালি তেওঁৰ দূৰ্নীতিৰ সম্পূৰ্ণ ক'লা অধ্যায় ফাদিল হ'ব। W8...

28/01/2025

28/01/2025

দূৰ্নীতিৰ ৰম্যভূমিত পৰিণত হৈছে ছাৰ্কে বস্তি‌ গাঁও পঞ্চায়ত।।

ছাৰ্কে বস্তি গাওঁ পঞ্চায়তত পোহৰলৈ আহিছে উন্নয়নৰ ফোপোলা স্বৰূপ।
28/01/2025

ছাৰ্কে বস্তি গাওঁ পঞ্চায়তত পোহৰলৈ আহিছে উন্নয়নৰ ফোপোলা স্বৰূপ।

এই ভাইৰেল দুজন ব্যক্তি পৰা আপোনাৰ প্ৰিয় কোন জন ?
27/01/2025

এই ভাইৰেল দুজন ব্যক্তি পৰা আপোনাৰ প্ৰিয় কোন জন ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে বার্তালাপ প্রধানমন্ত্রী মোদীৰ
27/01/2025

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে বার্তালাপ প্রধানমন্ত্রী মোদীৰ

27/01/2025

27/01/2025

লংকা নখুটি ভাৰতীয় জনতা পাৰ্টি কাকী মণ্ডলৰ অন্তৰ্গত খাগৰিজান লালমাটি গাওঁ পঞ্চায়তত ৭৬ তম গণৰাজ্য দিৱস উপলক্ষে ভোজ-ভাতৰ আয়োজন কৰাৰ লগতে বুথ সভাপতি জিয়া উদ্দিনৰ সভাপতিত্বত এখনি যোগদান সভাৰ আয়োজন কৰে৷

27/01/2025

লংকা নখুটি হুছাইনীয়া দ্বিনী মাদ্ৰাছাত অহা ২৮ জানুৱাৰী তাৰিখে পৱিত্ৰ বুখাৰী খতম ও ৫০ তম বাৰ্ষিক দ্বিনী ওৱাজ মেহফিলৰ আয়োজন কৰা হৈছে।

27/01/2025

লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে চাকৰিত যোগদান কৰা ইলিয়াছ হুছেইন আনছাৰীৰ মাতৃক সম্বৰ্ধনা জনায় আমছুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে।

26/01/2025

হোজাই জিলাত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা হোজাই শ্ৰীমন্ত শঙ্কৰদেৱ নগৰ আদালতৰ চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়াক জনোৱা হৈছে সম্বৰ্ধনা।

26/01/2025

ভাইৰেল ছুমায়াই এটি দেশভক্তীমুলক গীত গালে জানজু লাইভৰ আগত

26/01/2025

নখুটি হুছাইনীয়া দ্বীনি মাদ্ৰাছাৰ এগৰাকী ছাত্ৰই ৭৬ সংখ্যক গণ ৰাজ্য দিৱস উপলক্ষ্যে এটি দেশভক্তীমুলক গীত গালে।

📌ৰাজ্যত হঠাৎ সলনি হৈছে বতৰৰ ৰূপ।ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘন কুঁৱলী আৰু প্ৰচণ্ড শীত।আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? কমেণ্টবক্স...
25/01/2025

📌ৰাজ্যত হঠাৎ সলনি হৈছে বতৰৰ ৰূপ।ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘন কুঁৱলী আৰু প্ৰচণ্ড শীত।
আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা? কমেণ্টবক্সত জনাওক

24/01/2025

আগন্তুক গনৰাজ্য দিৱসৰ বাবে হোজাই জিলাৰ বিভিন্ন প্ৰান্তত চলি আছে আৰক্ষীৰ তালাচী অভিযান।

24/01/2025

#মিঞাৰ বিৰুদ্ধে শৃংখল চলিহাই হেংদাং লৈ যুদ্ধ যুদ্ধ কৰিব বুলি কোৱাকলৈ সৰৱ নেমছু'ৰ সভাপতি বদৰুল ইছলাম ।

Address

Lanka

Telephone

+917635842406

Website

Alerts

Be the first to know and let us send you an email when JANJU LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JANJU LIVE:

Videos

Share