পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছ দলে পাতিবলৈ নিদিয়ে বুলি মন্তব্য কৰিছে ভৱেশ কলিতাই।
🛑কংগ্ৰেছ দলে উচ্চ ন্যায়ালয়ত গোচৰ দি থৈছে গতিকে পঞ্চায়ত নিৰ্বাচনত আওল লাগি আছে।
🛑"আমি কিন্তু দল হিচপে পঞ্চায়ত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাই আছো"
🛑"মহামান্য আদলতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিব বুলি আমি আশাবাদী"
🛑"কংগ্ৰেছে কেতিয়াও গাওঁত উন্নয়ন হবলৈ নিদিয়ে"
🛑"কোৰ্টে গোচৰটো উঠাই লোৱাৰ বাৰে প্ৰস্তুত আছে কিন্তু তেওঁলোকে গোচৰটো উঠাই নলয়"
🛑"কংগ্ৰেছ দলে মুখ থেকেচা খাব বুলি ভয় কৰি আছে"
প্ৰসংগঃ উমৰাংছু কাণ্ড
⭕অসমত শনিৰ শাসন চলিছে, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস |
⭕হিমন্ত বিশ্ব শৰ্মাক শনিৰ সৈতে তুলনা |
⭕শিৱসাগৰত কেইবাটাও জাতীয় দল সংগঠনৰ প্ৰতিবাদ সাব্যস্ত |
⭕সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উমৰাংচুৰ অবৈধ কয়লা খননত মৃত্যু হোৱা শ্ৰমিক তথা এতিয়াও সন্ধানহীন হৈ থকা শ্ৰমিকৰ বাবে ন্যায় বিচাৰি চৰকাৰক সমালোচনা |
⭕কনিকা হোজাইক গ্ৰেপ্তাৰৰ দাবী জাতীয় দল সংগঠনৰ |
⭕মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থ সাহাৰ্য্য দাবী
বিশ্বনাথত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল
🛑দেৱলাল গাৰ্লোচাই হিমন্তক ভয় নকৰে, হিমন্তইহে দেৱলালক ভয় কৰে
বিশ্বনাথত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল
🛑উমৰাংছ'ৰ ঘটনাত বিজেপিৰ প্ৰতি ৰাইজ বিতুষ্ট হোৱাৰ বাবেই পঞ্চায়ত নিৰ্বাচন বিচৰা নাই মুখ্যমন্ত্ৰীয়ে
অসম মানেই প্ৰাকৃতিক সৌন্দৰ্য্য আৰু চহকী সংস্কৃতি
⭕চৰাইদেউত আয়োজন কৰা হ'ল চৰাইদেউ মহোৎসৱ-২০২৫
অসমীয়াৰ পদূলিত ভোগৰ উৎসৱ ভোগালী। চৌদিশে চলিছে ভোগালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি।
এইবাৰ ধন দাবীত নামি পৰিল একাংশ ছেটেলাইট সাংবাদিক,
🛑ধন দাবী কৰি এতিয়া বিপাঙত ছেটেলাইট সাংবাদিক দুগৰাকী ৷
🛑এগৰাকীৰ নাম হৈছে প্ৰদীপ সেন টেকছি আৰু আজিনুৰ ৰহমান উৰফে আজিং৷
🛑আনগৰাকী হৈছে NKTV ৰ সাংবাদিক হল প্ৰদীপ সেন টেকছি ৷
শিৱসাগৰত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইটি কাণ্ড
উমৰাংছ'ৰ অবৈধ কয়লা খনিত শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতে কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ দল
ৰঙিয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
🛑ভূটানৰ নম্বপ্লেট যুক্ত বাহন আৰু অসমৰ নম্বপ্লেট যুক্ত বাহনৰ মাজত সংঘৰ্ষ ভয়ংকৰ দুৰ্ঘটনা।
🛑নলবাৰী দিশৰ পৰাই আহি থকা দুয়োখন মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।
🛑ভূটানী বাহনখনে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ভূটানলৈ পথ সলনি কৰিবলৈ লওতে সংঘটিত হয় দুৰ্ঘটনাটো।
উমৰাংছোৰ কয়লা খনিক লৈ বিস্ফোৰক মন্তব্য বিৰোধীৰ !
উমৰাংছোৰ কয়লা খনিক লৈ বিস্ফোৰক মন্তব্য বিৰোধীৰ !
📌উমৰাংছোৰ কয়লা খনিক কেন্দ্ৰ কৰি পুনৰ এক গভীৰ বিৰোধৰ সৃষ্টি হৈছে ৰাজ্যৰ ৰাজনীতিত। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সন্দেহজনক বিস্ফোৰক মন্তব্যই ৰাজ্যিক ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
উজনি অসম শদিয়াৰ পৰা ধুবুৰীলৈকে চলি আছে বিভিন্ন ৰাজনৈতিক দলৰ আগন্তুক পঞ্চায়ত আৰু জিলা পৰিষদ নিৰ্বাচনৰ কুচকাৱাজ ৷
📌আমাৰ হাতত ৰাইজৰ মন্তব্যো আছে এবাৰ শুনক