এনেদৰে উজুতি খাই হলেও অৰুনোদয় আচনীৰ ধন সংগ্ৰহ কৰিবলৈ হাহাকাৰ লাগিল বেংকৰ ভিতৰত ।
New Age2 Communication Pvt.Ltd.-Software Company
#IT_SOFTWARE_SECTION
*Website Design & Hosting.
*Mobile Apps Development(Play Store).
*Domain Registration.
*Al Based Applications.
*Cab App(Like ola,Rapido)
*Hotel/Hospital/School Management Software
*Banking Software (Like Nidhi Bank/Micro Finance Bank )
*CRM/Billing Software
*All Based Software
#Graphics_Design
#Promotional_Video
#Animation
#We_Design_apps_on
Blogs/Shopping Card/ERP/MLM/SMS System/Media/Personal Profile/Education/Accounting/Stock/NGO/Health/Social Networking.
#Social_Media_Promoted
(Google Adds,Facebook Adds,Instagramm Adds,Youtube Adds)
#Services
*.Company Registration
*.Firm Registration
*NGO Registration
*.GST Registration/Return Filing
*Income Tax Filing/Annual Filling
*Pancard
*EPF/ESI
*Driving License (DL)
*ISO Certification,
*Trademark,
*MSME Registration,
*FSSAI Registration
*UA Bill/Restaurant Registration.
*Digital Signature Certificate(DSC)
*Passport Registration
*Govt Tender From Fillup
*GEM Registration,
*Nidhi Bank Registration
*Air/Railway Ticketing
*Job Application
*All Based Registration
*Contractor License*
*Labour License
*PWD/PHE License
*Excise Bar License
*Import/Export
*Trade License
*All Based Licence(Online) etc.
www.newagesoftwarepvt.in
contact:7002248509
email:[email protected]
[email protected]
Office:Panjabari,Nabajyoti Nagar,House No-97 Guwahati-37 (Assam)
মানকাচৰত আপ নেতা মোস্তাক হাছানৰ নেতৃত্বত বৃহৎ ৰেলী ।
যুৱ প্ৰজন্মৰ গায়িকা সাগৰিকা গাৰ্গীৰ কণ্ঠত মুক্তি পালে কিন কিনীয়া বৰষুণৰ শাওঁনৰ পথাৰতে নামৰ গীতটোৱে
কামৰূপ জিলাৰ কমলপুৰৰ বৰহাটাৰ পল্লৱ কুমাৰ ডেকা আৰু নিপা ডেকাৰ কন্যা সাগৰিকা গাৰ্গী । আজি কামৰূপ জিলাৰ আমিনগাঁও শাখা সাহিত্য সভাৰ সহযোগত SG and RT প্ৰডাকচনৰ সহযোগত সাগৰিকা গাৰ্গীৰ কণ্ঠত মুক্তি পালে কিন কিনীয়া বৰষুণত শাওনৰ পথাৰতে নামৰ আধুনিক অসমীয়া গীতটোৱে । গীতটোৰ কথা পল্লৱ কুমাৰ ডেকাৰ ।উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে শৰৎ চন্দ্ৰ শৰ্মা (প্ৰাক্তন সভাপতি আমিনগাঁও আঞ্চলিক শাখা সাহিত্য সভা), ৰবিন চন্দ্ৰ দাস ( সভাপতি আমিনগাঁও আঞ্চলিক শাখা সাহিত্য সভা) I গীতটোৰ সংগীত ব্যৱস্থাপক মিণ্টু পাঠক, মৃদুল চৌধুৰীৰ লগতে সাহিত্য সভাৰ লগত জড়িত লোকসকল ।
কমলপুৰৰ পৰা,
পৱন নীল কাশ্যপ
NEWS 365
অধিবেশন শেষ কৰি ঘৰলৈ অহাৰ পথত টিলাপাৰাত উপস্থিত হয় বিধায়ক ছামচুল হুদা I
বিলাসীপাৰা পুব সমষ্টিৰ বিধায়ক ছামছুল হুদাই নিজৰ সমষ্টিত উচ্ছেদৰ জাননী লাভ কৰা দূৰ্ভগীয়া পৰিয়ালৰ সম্পর্কে বিধায়ক গৰাকী চিন্তিত হৈ পৰিছে। যি সময়ত বন বিভাগৰ দ্বাৰা উচ্ছেদৰ জাননী লাভ কৰি হতাশাগ্রস্ত হৈ পৰা পৰিয়ালে বিধায়কৰ সবল ভুমিকাৰ অপেক্ষাত নিজকে দৃঢ় কৰি ৰাখিছে সেই সময়ত বিধায়ক জনে নিজেই পৰিয়াল বোৰৰ খবৰ লোৱা বিষয়টো সকলোকে উৎফুল্লিত কৰিছে I গৰাখহনীয়াৰ ফলত চৰকাৰী খাস মাটিত যুগ যুগ ধৰি বসবাস কৰি অহা পৰিয়ালক পুনৰ সংস্থাপন নিদিয়ালৈকে যাতে উচ্ছেদ কৰা নহয় সেই সম্পর্কে ৰাজ্য চৰকাৰক আবেদন জনাব বুলি কয় বিধায়ক গৰাকীয়ে । পঞ্চায়ত সমুহত এমজিএনৰেগাৰ কামত সংগঠিত দুৰ্নীতি সম্পর্কে সোধা প্ৰশ্নোত্তৰত আগলৈ যাতে দুৰ্নীতি নহয় তাৰ বাবে সকলোকে আহ্বান জনোৱা দেখা যায় ।
মানকাচাৰত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ।
দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ মানকাচাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৭৮ নং আবেৰ আলী এম.ই.স্কুলত ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণত ব্যাপক কেলেংকাৰীৰ অভিযোগ।
ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ এক অতুলনীয় প্ৰদক্ষেপ