AssamFlash

AssamFlash AssamFlash is an exclusive digital media and is dedicated to helping people understand the World
(4)

28/06/2024

➡️ভাৰতীয় সৈনিক অসম সন্তানে দেখুৱালে অসমীয়াৰ তেজ..
➡️দুৰ্গম এলেকাত কৰ্তব্যত থাকি অসমীয়া সংস্কৃতি প্ৰতিফলিত কৰিলে..
➡️তেওঁৰ কণ্ঠৰ বিয়ানাম, দিহানাম,ভাগৱত পাঠ সামাজিক মাধ্যমত বিয়পি পৰিছে..
➡️ভাওনাৰ ভাৱে মোহিত কৰিছে সহস্ৰজনক..
➡️দৰিদ্ৰ পৰিয়ালৰ বহু প্ৰতিভাৱান সৈনিক অৰূপ হাজৰিকাৰ বিশেষ প্ৰতিবেদন..

19/06/2024

➡️বিধৱা সাজ ত্যাগ কৰি তেওঁ মডেল জগতত জিলিকিল..
➡️মৃত স্বামীক বুকুত লৈ নতুন পৰিচয়ৰ দিশে আগবাঢ়িল..
➡️৬৭ বছৰ বয়সত অকশৰীয়া জীৱনেৰে নাৰীশক্তি প্ৰদৰ্শন..
➡️তিনি কন্যাক বিদেশত প্ৰতিষ্ঠিত কৰিলে তেওঁ..
➡️ক্ৰীড়া, সংস্কৃতি সকলো ক্ষেত্ৰতে জিলিকা এগৰাকী বিশেষ নাৰী..
➡️একক আৰু অনন্য ড° ৰীণা ফুকনৰ সন্দৰ্ভত বিশেষ প্ৰতিবেদন..

16/06/2024

➡️কম মূল্যত আই ফোনৰ লগতে ব্ৰেণ্ডেত মোবাইল গ্ৰাহকৰ বাবে..
➡️নিউ এণ্ড অপেন বক্স উপলব্ধ মেট্ৰিক্সত..
➡️উন্নত মানদণ্ডৰ নতুন মডেলৰ মোবাইল..
➡️ফাইনেন্স কৰিও ক্ৰয় কৰিব পাৰিব আপোনাৰ মোবাইলটো..
➡️আৰম্ভণিৰ দিনাই গ্ৰাহকে ভৰি পৰিছে শ্ব' ৰূমত..
➡️যোৰহাট গড় আলিৰ মছজিদৰ সন্মুখত মেট্ৰিক্স- দ্য ফোন ৱৰ্ল্ড..

15/06/2024

➡️পিজ্জাক কেন্দ্ৰ কৰি নতুন সোৱাদৰ খাদ্যৰ বিশেষ ৰেস্তোৰাঁ..
➡️মুম্বাইৰ পৰা অসমৰ ভূমিত যুৱ ব্যৱসায়ী অৰিন্দমৰ নতুন চিন্তা..
➡️বিভিন্ন ধৰণৰ পিজ্জাই আকৰ্ষণ কৰিছে খাদ্যৰসিকক..
➡️ৰেস্তোৰাঁৰ সুন্দৰ পৰিবেশৰ আমেজ লৈছে গ্ৰাহকে..
➡️কেফে পিজ্জেৰিয়াত পিজ্জাকে ধৰি সকলো খাদ্য কম মূল্যত..
➡️খোৱাৰ লগতে আদ্দাৰ মজা লৈ কেফে পিজ্জেৰিয়াত অলপ সময় কটাও আহক..

05/06/2024

➡️বয়সেও হাৰ মানিলে এইসকল মহিলাৰ ওচৰত..
➡️জীৱনৰ আধাবেলাত অৱসৰ গ্ৰহণ কৰি ফেশ্বন কৰিলে..
➡️সংসাৰৰ সমস্যা কাতি কৰি সন্তানসহ মঞ্চত উঠিলে..
➡️কেইবাটাও প্ৰজন্মই নিজৰ পাৰদৰ্শিতা দেখুৱালে..
➡️পৰম্পৰা আৰু সংস্কৃতি জিলিকিল অনন্য ৰূপত..
➡️আৰ এছ ক্ৰীয়েচনে ফেশ্বনৰ নব্যধাৰা সৃষ্টি কৰিলে..

31/05/2024

➡️অসমৰ প্ৰথমটো আৰ্ম ৰেষ্টলিং জীম মুকলি..
➡️অত্যাধুনিক সুবিধাৰে বিশেষভাৱে সজোৱা হৈছে এই জীম..
➡️পাঞ্জা খেলুৱৈক অনুশীলন, প্ৰশিক্ষণ দিয়া হয়..
➡️বহু দূৰ-দূৰণিৰ পৰা আহিছে পোল্লাৰ ভিলালৈ..
➡️এই জীমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে বহুজন..
➡️অসমীয়াগিৰি আদৰ্শৰে কিছু নতুন কৰাৰ প্ৰয়াস..

30/05/2024

➡️এগৰাকী ছাত্ৰীক ধাত্ৰী কৰা অসমৰ শৈক্ষিক প্ৰতিষ্ঠানখন..
➡️নাৰ্চিং শিক্ষাৰ অন্যতম শ্ৰেষ্ঠ বিশেষ শৈক্ষিক প্ৰতিষ্ঠানখন..
➡️কেনেকৈ পঢ়িলে সহজতে নিজ লক্ষ্যত উপনীত হ'ব?
➡️কি কি সুবিধা উপলব্ধ এই প্ৰতিষ্ঠানখনত..
➡️চৰকাৰী অনুমোদন থকা প্ৰতিষ্ঠানত উন্নত শৈক্ষিক বাতাবৰণ..
➡️আছাম নাৰ্চিং ইনষ্টিটিউট এতিয়া সকলোতে চৰ্চিত..

27/05/2024

➡️যোৰহাটত এক চাঞ্চল্যকৰ কাণ্ড..
➡️মাছৰহাট নামঘৰৰ কাষত এক আত্মহনন..
➡️হত্যা নে আত্মহত্যা স্পষ্ট নহয়..
➡️মৃত শৰীৰৰ ভৰি মাটিত স্পৰ্শ..
➡️সন্দেহ বহুজনলৈ..
➡️চাওঁক গ্ৰাউণ্ড ৰিৰ্পট..

24/05/2024

➡️উচ্চতৰ মাধ্যমিকৰ পাছত আপুনি স্বাস্থ্য বিজ্ঞান পঢ়িব বিচাৰিছে নেকি?
➡️ডি ফাৰ্ম বা পেৰা মেডিকেলৰ অন্যতম শীৰ্ষত থকা শিক্ষানুষ্ঠানখন..
➡️চৰকাৰৰ অনুমোদন থকা উন্নত মানদণ্ডৰ শৈক্ষিক বাতাবৰণ..
➡️বহু দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ি সাফল্য লাভ কৰিছে..
➡️১০০% চাকৰিৰ পদৰ বাবে সুবিধা উপলব্ধ..
➡️এইবৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া কেনেকুৱা চাওঁ আহক..

22/05/2024

➡️অসমীয়া- নগা খাদ্যৰ সংমিশ্ৰণেৰে ব্যতিক্ৰমী ৰেষ্টুৰেণ্ট মুকলি..
➡️অসম - নাগালেণ্ড সীমান্তত খাদ্যৰে সম্প্ৰীতি..
➡️লোভনীয় খাদ্য সম্ভাৰে আকৰ্ষণ কৰিছে সকলোকে..
➡️খোৱাৰ লগতে প্ৰাকৃতিক পৰিবেশৰ আমোদ ল'ব পাৰিব আপুনি..
➡️জনজাতীয় শৈলীৰ ৰন্ধনৰ লগত অসমীয়াৰ জুতি..
➡️নূন্যতম মূল্যত পেট ভৰাই খাওঁক..

21/05/2024

➡️ধুনীয়া মনৰ মানুহবোৰৰ ধুনীয়া বিহুখন চাওঁক..
➡️সমৃদ্ধিশালী সংস্কৃতিৰে সদায় বিশেষ আৰু ব্যতিক্ৰম..
➡️সহজ- সৰল দেউৰীসকলৰ এয়া নিভাঁজ পৰম্পৰা..
➡️"ইবাঁকু বিচু" পালন কৰি সকলোৱে কৰিলে হৰ্ষোল্লাস..
➡️সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ অভিনৱ প্ৰচেষ্টা..
➡️দেউৰী জনগোষ্ঠী সদায় জিলিকি থকাৰ কামনা..

18/05/2024

➡️কণ জলকীয়াৰ বোলে চোকতো বেছি..
➡️সামাজিক মাধ্যমত খলকনি তুলিছে ৩ বছৰীয়া বীৰে..
➡️সকলোৱে কৈছে- শিশুৰ শিক্ষা আৰু সংস্কাৰ এনেকুৱাই হ'ব লাগে..
➡️কণমানি বীৰে নিজৰ অভূতপূৰ্ব প্ৰতিভাৰ পৰিচয় দিলে..
➡️মঞ্চত ডাঙৰৰ সমানে ঢোল বজাই সকলোকে মুগ্ধ কৰিলে..
➡️বীৰে দেখুৱালে জাতীয় কৃষ্টি সংস্কৃতিৰ ভৱিষ্যতৰ প্ৰতিচ্ছবি..

14/05/2024

➡️মৰমলগা বায়ে-ভায়ে এইবাৰ কপালে অসম..
➡️চৰ্চিত হৈছে সামাজিক মাধ্যম..
➡️ওজা অন্তৰীক্ষাই কম বয়সতে বজালে বহুকেইটা ঢোলৰ ছেও..
➡️সুদৰ্শনৰ লোকবাদ্য পৰিবেশনত অসমবাসী মন্ত্ৰমুগ্ধ..
➡️অসমীয়া জাতীয় সংস্কৃতিৰ ভৱিষ্যতৰ এয়া উদাহৰণ..
➡️দুই বাই - ভাইৰ সাৰুৱা কথাৰে সংস্কৃতি প্ৰদৰ্শন..

11/05/2024

➡️অসমৰ ধুনীয়া জীয়ৰী বোৱাৰীহঁতৰ বিহু চাওঁ আহক.
➡️ৰূপে - গুণে কম নহয় প্ৰগতি মহিলা সমাজ..
➡️জেংবিহু পাতি নাৰীশক্তিক প্ৰদৰ্শন..
➡️সোণত সুৱগা চৰা এটা ৰঙীন বসন্ত..
➡️পুৰুষসকল প্ৰশংসাত পঞ্চমুখ মহিলাৰ আয়োজনত..
➡️পুলিবৰ ডেকা গাঁৱৰ প্ৰগতি মহিলা সমিতিৰ বিহুয়ে মোহিলে অসমক..

06/05/2024

➡️গাঁৱৰ মহিলাই সমালোচনা নকৰে,উপাৰ্জনৰ স্থিতি সবল কৰে..
➡️গাঁৱৰ বৰমা- খুৰীহঁতৰ উদ্যোগে আশাৰ বতৰা আনিছে..
➡️থলুৱা মাটিৰ সুগন্ধিৰে বজাৰত খলকনি- "মূৰাৰী ধূপ"..
➡️ধূপৰ উদ্যোগৰ জড়িয়তে গ্ৰামাঞ্চলত অৰ্থনৈতিক জয়যাত্ৰা..
➡️অসমত অসমীয়াগিৰি জাগৰণ হৈছে..
➡️আপুনিও নিজৰ উদ্যোগটিক সঁহাৰি জনাওঁক..

30/04/2024

➡️অসমলৈ বʼহাগ নাহে বিহুৱা ডাঃ গোলাপ ডেকাৰ অবিহনে..
➡️৭০ টা বসন্ত গৰকা এইজন বিহুৱাই আলোড়ন সৃষ্টি কৰিলে..
➡️পেছাত এজন বিশিষ্ট চিকিৎসক কিন্তু নিচাত বিহুৱা..
➡️তেওঁৰ বিহুগীতবোৰত সোণালী অতীত আছে..
➡️জাতীয় সংস্কৃতিক কিদৰে ভালপাব পাৰি তেওঁৰ পৰা শিকিবলগীয়া আছে..
➡️অসাধাৰণ, অদ্বিতীয় ব্যক্তিসত্বা ডাঃ গোলাপ ডেকাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ..

29/04/2024

➡️সত্ৰীয়া নৃত্যৰে ভাইৰেল হোৱা জ্যোতিস্মৃতাৰ নতুন প্ৰয়াস..
➡️গুৰুজনাৰ সৃষ্টিৰাজীক বিশ্বমুখী কৰাৰ প্ৰচেষ্টা..
➡️মুকলি হ'ল অত্যাধুনিক নৃত্যধাৰা ডান্স ষ্টুডিঅ'..
➡️ব্যৱসায় নহয়,এয়া কেৱল জাতীয় সংস্কৃতিৰ স্বাৰ্থত..
➡️সত্ৰীয়া নৃত্যৰ সমান্তৰালকৈ খোলবাদনৰ প্ৰশিক্ষণ..
➡️সত্ৰীয়া শিকক,সত্ৰীয়াক জনমুখী কৰক..

27/04/2024

➡️কেনেকৈ ব্যৱসায় এটা আৰম্ভ কৰিব?
➡️ব্যৱসায় কৰিবলৈ কʼত সুবিধা আছে? কেনেকৈ লʼব?
➡️বিশ্বৰ ব্যৱসায় ক্ষেত্ৰত অসমীয়াৰ দপদপনি..
➡️বহুকেইজন অসম গৌৰৱে কʼলে- সফলতাৰ কাহিনী..
➡️যুৱ ব্যৱসায়ীৰ হাতত অসমৰ অৰ্থনৈতিক ভৱিষ্যত..
➡️বাহুবলী ফাউণ্ডেশ্যনৰ উদ্যোগত এয়া এক নতুন অসম..

23/04/2024

➡️গোটেই মাহ বিহু পতাতো জাতিৰ শুভ লক্ষণ নহয়..
➡️অসমৰ সাতবিহু জিলিকিছে ৰাজ্যৰ ভিতৰত..
➡️সোণ বৰণীয়া হৈ পৰিল চুকাফা সমন্বয় ক্ষেত্ৰৰ বাকৰি..
➡️সাতামপুৰুষীয়া সংস্কৃতিৰে বিহু উদযাপন কৰা হ'ল..
➡️দেশ বিদেশৰ পৰা আহিল সাতবিহু চাবলৈ..
➡️সংস্কৃতিৰ শিপা ধৰি ৰাখিবলৈ এক ব্যতিক্ৰমী প্ৰয়াস..

22/04/2024

➡️মেট্ৰিক পাছ কৰা পাছত ক'ত পঢ়িব,যʼত ভৱিষ্যত উজ্বলিব..
➡️অসমৰ অন্যতম শীৰ্ষত এতিয়া ব্ৰিলিয়েঞ্চ একাডেমী..
➡️কম নম্বৰ লৈ বেছি ফলাফলেৰে ওলাই যায় ছাত্ৰ ছাত্ৰী..
➡️বৰ্হি ৰাজ্যত প্ৰতিষ্ঠিত হয় ব্ৰিলিয়েঞ্চ একাডেমীৰ সম্পদ..
➡️অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অনুমোদন থকা ব্ৰিলিয়েঞ্চ একাডেমী..
➡️প্ৰজ্ঞা আৰু প্ৰতিভাৰ প্ৰত্যয় ব্ৰিলিয়েঞ্চ একাডেমী..

14/04/2024

➡️আহোমৰ শেষ ৰাজধানীত আহোমে পৰম্পৰাৰে বিহু পাতিলে..
➡️থাইলেণ্ডৰ জী জোঁৱাই আহিল বিহু মাৰিবলৈ..
➡️প্ৰবাসী অসমীয়া বিহুত আত্মহাৰা হ'ল..
➡️সাতামপুৰুষীয়া খেল খেলিলে,বিহু উপভোগ কৰিলে..
➡️প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ৰঙালীৰ ৰং বিয়পিল এইদৰে..
➡️জয়াভৱনৰ তাইচাবত ৰঙালীৰ বিহু উদযাপন

11/04/2024

➡️অসমৰ বিৰল ইতিহাস ধুই লৈ গʼল ব্ৰহ্মপুত্ৰই..
➡️মহাপুৰুষ শংকৰদেৱ - মাধৱদেৱৰ মণি কাঞ্চন সংযোগ হৈছিল ইয়াত..
➡️ইয়াতেই শংকৰদেৱে ৰচনা কৰিছিল কেলিগোপাল নাট..
➡️পোহৰলৈ আহিছে সময়ৰ গতিত হেৰাই যোৱা প্ৰমাণ..
➡️উদ্ধাৰ হৈছে বুৰঞ্জীৰ সমল,চৰ্চালৈ আহিছে ধোদাং..
➡️অসমত স্বীকৃতি পাবনে নে জাহ যোৱা ইতিহাস অৱহেলিত হৈ থাকি যাব..

09/04/2024

➡️৬০/৭০ বছৰীয়া পুৰুষ মহিলাই নৃত্য কৰি মঞ্চ কপালে..
➡️প্ৰতিজনে দেখুৱালে - কিছ মে কিটনা হ্যা দম..
➡️বয়সৰ লগত বেমাৰ বাঢ়িছে বুলি মনটো পেলাই নিদিব..
➡️আধা জীৱন গʼলেও আশাবোৰ পূৰণ কৰক..
➡️আৰ এছ ক্ৰীয়েচনে সমাজলৈ আনিছে নব্যধাৰা..
➡️সকলোৱে কৈছে- জীৱন জিন্দাবাদ..

07/04/2024

➡️অসমৰ দ্বিতীয় বৃহত্তম জনজাতিৰ প্ৰতিবেদন..
➡️মিচিং সকল অসমলৈ কʼৰ পৰা কিদৰে আহিছিল?
➡️মিচিং সকলৰ খাদ্য, উৎসৱৰ বিষয়ে জানো আহক..
➡️মিচিং সকলৰ নীতি - নিয়মসমূহ আপুনি জানেনে?
➡️আপং কিদৰে প্ৰস্তুত কৰে,কিয় খাব লাগে?
➡️জনগোষ্ঠীয় প্ৰতিবেদনত মিচিং সম্প্ৰদায় সকল..

Address

Tarajan, AT Road
Jorhat
785001

Opening Hours

Monday 9am - 6pm

Telephone

+919126200640

Website

Alerts

Be the first to know and let us send you an email when AssamFlash posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AssamFlash:

Videos

Share


Other Media/News Companies in Jorhat

Show All