"অপেক্ষা আপোনাক কাষত পাবলৈ" খণ্ড ৩ এটি প্ৰেম কাহিনী
Voice: Smriti Priya, Snigdha prative, Pankaj, Pallob
তুমি বৰষুণ ভালপোৱা বাবেই....😍
পংকজ দেওধাই ফুকনৰ কথাৰে স্মৃতি প্ৰিয়াৰ কণ্ঠৰে এটি কবিতা আগবঢ়াই দিলোঁ শুনিবচোন 😊
সততা আৰু নিষ্ঠাৰে সাংবাদিকতাৰ সেৱা আগবঢ়োৱা প্ৰতিজন অগ্ৰজ আৰু অনুজৰ হাতত এই কবিতাটো আগবঢ়ালোঁ....
"মনৰ সপোন"
অজয় নাথৰ কথাৰে স্মৃতি প্ৰিয়াৰ কণ্ঠত আগবঢ়াই দিলোঁ এটি কবিতা।
"আপোনাৰ প্ৰেমত পৰিব পাৰিম নেকি??" স্মৃতি প্ৰিয়াৰ কণ্ঠ আৰু কথাৰে এটি প্ৰেমৰ কবিতা আপোনাৰ বাবে ♥️শুনিবচোন।
"ঐ লৰা এবাৰ ভাল পাই চাবা নিকী?" তপন গগৈৰ এটা কবিতা
" বিষ্ণুৰাভা এতিয়া কিমান ৰাতি"? এটি কবিতাৰে বিষ্ণু ৰাভা দেৱলৈ শ্ৰদ্ধাঞ্জলি
নীলা খামৰ এখন চিঠি শুনিব চোন☺️☺️
টীয়কৰ REMIX Assam Production ৰ দ্বাৰা নিবেদিত স্মৃতি প্ৰিয়াৰ পৰিচালিত অসমীয়া চুটি ছবি পাগলী দ্বিতীয় তথা অন্তিম খণ্ডৰ Trailor টো আপোনালোকলৈ আগবঢ়ালোঁ । সোনকালে ছবি খন মুক্তি পাব ।
প্ৰথম খণ্ড লিংক
https://youtu.be/8BvsS3y_87c
আপোনালোকলৈ আগবঢ়ালোঁ এটা মনোৰঞ্জন মূলক ভিডিও।
ভাল লাগিলে লিংক টোত গৈ share কৰি দিব লগতে subscribe koribole নাপাহৰিব।লগতে page টু like কৰি দিব
https://youtu.be/33tyD4v0j-c
বৰ্তমান সময়ত কৰ'না নামৰ এক মহামাৰী য়ে যি ভয়ানক ৰূপ লৈছে তাৰ সজাগতাৰ বাবে remix aasam r এক প্ৰচেষ্ঠা । লৰালৰিকৈ প্ৰস্তুত কৰা বাবে বহু ভুল ক্ৰুটি ৰয় গৈছে তাৰ বাবে দুঃখিত । ভিডিও টু প্ৰস্তুত কৰালৈকে অসমত কোনো আক্ৰান্ত হোৱা নাছিল । অনুগ্ৰহ কৰি share কৰি দিব আন১০ জন যাতে উপকৃত হয়।
#CoronaStayHome
Don't copy this video Copyright is reserved
https://youtu.be/Wl0uqRar2dk
আহি আছে ছুটি ছবি অনাথ
৮ মার্চ নাৰী দিৱস