03/12/2023
আঘোণৰ পথাৰৰ পৰা উভতি অহা দাৱনীজাকৰ কঁকালৰ খুচনিত সোমোৱাই অনা ধানৰ ফৰিঙখিনি কেৰাহীত ভাজিলে মলমলাই থকা গোন্ধটোৰ কথা আপোনালোকক ভাষাৰে বুজাব নোৱাৰো,; জীভাৰ লেলাৱতীত হে যি সোৱাদ উথলি উঠে!
বহুদিনৰ মুৰত সোৱাদ ল'লো দেই৷