অৰুণোদয় সংস্কৃতিক গোষ্ঠী, ফুলপানীছিগা, শিৱসাগৰৰ সকলোৰে প্ৰিয় লৱ কুশ দুজন #ৰাম_পৰাজয় #ভাওনাসংস্কৃতি #সংস্কৃতি #follower #hilights Bikash das jorhat
কুক্কুট #বসুধানন্দনৰ_বৈকুণ্ঠ_লাভ #ভাওনা #follower #ভাওনাসংস্কৃতি Bikash das jorhat
এখনি ভাল লগা ভাওনা প্ৰৱেশ #বসুধানন্দনৰ_বৈকুণ্ঠ_লাভ #ভাওনাসংস্কৃতি #ভাওনা
পৰিৱেশন - শঙ্খধ্বনি শিল্পী সমাজ, নাজিৰা
স্থান - মালৌ আলি, যোৰহাট
নাট খনৰ সম্পুৰ্ণ YouTube link https://youtu.be/miVoQ398UNA
এখন ভাইৰেল যুদ্ধযাত্ৰা । নাট বখুধা নন্দানৰ বৈকুণ্ঠ লাভ আপোনাৰ লোকৰ মাজলৈ আগবঢ়ালোঁ। #ভাওনা #বসুধানন্দনৰ_বৈকুণ্ঠ_লাভ #ভাওনাসংস্কৃতি আৰু সম্পূৰ্ণ ভাওনা খনৰ আমৰ YouTube link 👉👇👇https://youtu.be/miVoQ398UNA ধন্যবাদ 🙏
যোৰহাট মালৌ আলি, দ্বাৰকা ক্ষেত্রত হৈ যোৱা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা প্ৰথম স্থান প্ৰপ্ত ভগৱান প্ৰৱেশ ও সংলাপ আপোনাৰ লোকৰ মাজলৈ আগবঢ়ালো 🙏
#শ্ৰেষ্ঠভগৱান #বিষ্ণু #sokuni_protisudh
খৰামান গীত || কাৰ কাৰ প্ৰিয় খৰমান গীত ?? #vaunageet #খৰমান_গীত #সংস্কৃতি Bikash das jorhat
যোৰহাট মালৌ আলিত আয়োজন কৰা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা বখুধানন্দনৰ বৈকুণ্ঠ লাভ নাট খনৰ এক আকৰ্ষণীয় গৰুড় পক্ষী প্ৰৱেশ খন আগ বঢ়ালোঁ 🙏।
পৰিৱেশনকৰা দল - শঙ্খধ্বনী শিল্পীসমাজ, নাজিৰা
#ভাওনাসংস্কৃতি #ভাওনা #সংস্কৃতি #follower #বসুধানন্দনৰ_বৈকুণ্ঠ_লাভ
দৈত্য ৰাজ অজয় দৈত্যৰ প্ৰৱেছ #ভাওনাসংস্কৃতি #ভাওনা #সংস্কৃতি #follower #highlightseveryone Bikash das jorhat
সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ২০২৪। গোবিন্দ নগৰ নৱোদয় নামঘৰ ৰাইজৰ উদ্যোগত আৰু ৰাজতিয়া, টাউন কমলাবাৰীয়া, সৌমাৰপীঠ, চোলাধৰা , পৰীপীঠ, কৃষ্ণনগৰ, চাংপতা চুক, ডিমৰুগুৰীয়া, ডেকাকুৰি, গোৱাল গাঁও ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় | এটা প্ৰিয় কণ্ঠ যাৰ গীতে হাজাৰ হাজাৰ দৰ্শকৰ মনত সান্তনা দিয়ে যাৰ মাত ইমান খুকিয়া আহকচোন উপভোগ কৰো সকলোৱে আৰু সম্পুৰ্ণ ভাওনা খনৰ আমাৰ youtube links তলত দিয়া হৈছে
https://youtu.be/Es_ksy54uZQ ধন্যবাদ🙏।
নাট - বিপ্ৰ দামোদৰ আখ্যান
পৰিৱেশন- নৱমিলন নাট্যগোষ্ঠী, এলেংমৰা, যোৰহাট
স্থান- দ্বাৰকা ক্ষেত্র, মালৌ আলি, যোৰহাট ।
#ভাওনাসংস্কৃতি #ভাওনা #সংস্কৃতি #follower #bikashdasjorhat #Bipro_Damudor_Akhyan Bikash das jorhat
এখন সম্পুৰ্ণ নতুন নাট আপোনাৰ লোকৰ মাজলৈ আগবঢ়ালোঁ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা
শ্ৰী ৰামৰ তাৰকা নিধন নাট খনিৰ তাৰকা পুত্ৰ মাৰিচ আৰু সুবাহু'ৰ এটি সুন্দৰ দৃশ্য আপোনাৰসৱৰ বাবে আগবঢ়াইছোঁ । শংখ চক্ৰ সংস্কৃতি গোষ্ঠী, কোঁৱৰপুৰ, পানীতোলা, শিৱসাগৰ
স্থান-শংকৰ- আজান সমম্বৰ ক্ষেত্ৰ,পূৱালী নগৰ তিতাবৰ,যোৰহাট,অসম-৭৮৫৬৩০
আৰু সম্পূৰ্ণ ভাওনা খনৰ YouTube link 🔗 🖇️ তলত দিয়া হৈছে কিল্লিক কৰি চাব পাৰিব ধন্যবাদ 🙏।https://youtu.be/Yaw62PNZ4No
#ভাওনাসংস্কৃতি #ভাওনা #সংস্কৃতি #assamesevauna #Shri_Ramor_Taroka_Nidhon #bikashdasjorhat #highlightseveryone Bikash das jorhat
সপ্তৰথী শিল্পী সমাজ, তিতাবৰৰ উদ্যাগত আৰু তিতাবৰ বাসী সহযোগত আয়োজন কৰা সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা - ২০২৪ শ্ৰেষ্ঠা মুখা ভাগ আপোনাৰ লোকৰ মাজলৈ আগ বঢ়ালো। #assamese #সংস্কৃতি #ভাওনা #bhavna #অসমীয়া #ভাওনাসংস্কৃতি #assamesevauna #facebookviralvideo #viral Bikash das jorhat
সভাত প্ৰহ্লাদ আৰু বন্ধুগণ প্ৰৱেশও আৰু সংলাপ
সভাত প্ৰহ্লাদ আৰু বন্ধুগণ প্ৰৱেশও আৰু সংলাপ,ভাওনাত সকলোৰে আকৰ্ষণীয় হৈ পৰা কণমানি কেইটা। ভাওনা জগতত প্ৰথম খোজ ইহঁতৰ আৰ্শীবাদ কৰিব সকলোকে 🙏
নাট-নৃসিংহ মুৰাৰি
স্থান নতুন গড়মূৰ কৈৱৰ্ত গাঁও, যোৰহাট
#ভাওনাসংস্কৃতি #ভাওনা #followers #highlight #assameseculture #nrishingha_murari Bikash das jorhat