UJD VLOGs

UJD VLOGs food and travel is my way of life

21/12/2024

ৰাতি বনভোজ

19/12/2024

এটা চৰাই নামত আয়োজন কৰা উৎসৱ এইখন অসমত

17/12/2024

Help me ৰাইজ, যিমান পাৰে Video টো Share কৰি দিয়ক যাতে মই মোৰ হেৰুৱা বেগটো ঘূৰাই পাওঁ

আজি (16/12/24) মই বৰহোলা পৰা ৰাতি 8:30 বজাত ঘৰলৈ আহি থাকোঁতে মোৰ নীলা ৰঙৰ (Sky Bag) টো বাইক পৰা বৰহোলা তিতাবৰ পথৰ দিহিঙী...
16/12/2024

আজি (16/12/24) মই বৰহোলা পৰা ৰাতি 8:30 বজাত ঘৰলৈ আহি থাকোঁতে মোৰ নীলা ৰঙৰ (Sky Bag) টো বাইক পৰা বৰহোলা তিতাবৰ পথৰ দিহিঙীয়া নামঘৰৰ ওচৰত পৰি যায় । বহু সময় বিচাৰি বেগটো নাপালোঁ । বেগটোৰ ভিতৰত iPhone ৰ Charger এডাল, Power Bank এটা, Camera Strike আৰু কেইটামান কাপোৰ সোমাই আছিল । যদিহে কোনো সদাশয় ব্যক্তিয়ে মোৰ বেগটো দেখিছে নাইবা হেৰাই পাইছে অনুগ্ৰহ কৰি মোক 8812044361, 8638075438 নম্বৰত যোগাযোগ কৰি বেগটো ঘূৰাই দিয়ে যেন 🙏 আৰু Post টো যিমান পাৰে Share কৰি দিয়ক যাতে মই মোৰ বেগটো ঘূৰাই পাবলৈ সক্ষম হওঁ
👉 চিনি পাবৰ বাবে বেগটোৰ ফটো আৰু বেগটো পৰা ঠাইডোখৰৰ ফটো সংলগ্ন কৰিছোঁ

14/12/2024

অসমীয়া যুৱকৰ অসমীয়াগিৰিত আজিৰে পৰা যোৰহাটবাসীৰ বাবে আহিল Easy Cab

13/12/2024

অসমীয়া মহিলাৰ ৰেষ্টুৰেণ্টত সোৱাদ লওঁ আহক এই বিশেষ থলিখন😋

09/12/2024

নৈ মাজত অসমীয়া থালি লগতে চুঙা বিৰিয়ানি আৰু গাহৰি পুৰা 😋

08/12/2024

Hornbill Festival ত গুলিয়া গুলি😲

05/12/2024

Hornbill festival ত ওলোৱা এই বাকচটো কেতিয়াবা দেখিছিল নে🤔

04/12/2024

Hornbill Festival ত টেকেলি পিঠা বিক্ৰী কৰি অসমৰ মহিলাৰ অসমীয়গিৰি✊

02/12/2024
02/12/2024

Hornbill Festival 2024 চাওঁ আহক

01/12/2024

Taste নগা খানা 😋

25/11/2024

বুৰঞ্জী প্ৰসিদ্ধ বৰভেটিৰ ন-লগোৱা উৎসৱ

22/11/2024

মাত্ৰ 99 টকাত লওঁক মন পছন্দৰ বাহনখন

19/11/2024

যোৰহাটৰ Famous Tandoor ৰেষ্টুৰেণ্টখন

17/11/2024

বোকাখাতৰ পেৰা আৰু পুৰি লগতে 5999 ত বাইক পোৱা Showroom টো

15/11/2024

কম দামতে KFC Style চিকেণ Items বিক্ৰী কৰি যোৰহাটৰ পদপথত এগৰাকী মহিলাৰ অসমীয়াগিৰি🤤

Address

Jorhat

Alerts

Be the first to know and let us send you an email when UJD VLOGs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to UJD VLOGs:

Videos

Share

Category