18/11/2021
যাৰ কন্ঠই হাজাৰ দুখৰ মাজতো হৃদয়লৈ বোৱাই আনিব পাৰে সুখৰ প্লাৱন,,
যি জনৰ অন্তৰখন আকাশৰ দৰে বিশাল , সাগৰৰ দৰে গভীৰ সকলোৰে নয়নৰ মনি জুবিন দাৰ জন্ম দিন উপলক্ষে তেখেতলৈ অজস্ৰ মৰম আৰু বহুত বহুত শুভেচ্ছা জনালোঁ। লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ 🙏🙏
Zubeen Garg ❤️❤️