জোনাইৰ চিমেন চাপৰিৰ চেৰেঙ শিৱ মন্দিৰত অনুষ্ঠিত হোৱা শ্ৰীমদ ভাগৱত জ্ঞানযজ্ঞৰ সামৰণি ।
আগন্তুক হেঁপাহৰ ৰঙালী বিহুক লৈ সমগ্ৰ অসমৰ লগতে জোনাইতো ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে বিহু নৃত্য কৰ্মশালাৰ ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাইৰ চিমেন চাপৰিত আছুৰ বিক্ষোভ প্ৰতিবাদ ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাইত আছুৰ প্ৰতিবাদ ৷
সাধাৰণ বৰষুণতে জোনাই সদৰৰ সতে যোগাযোগ বিছিন্ন হোৱাৰ পথত জোনাইৰ বান বিধ্বস্ত বৃহত্তৰ বেৰা চাপৰি অঞ্চল ।
লাইকা-দদীয়াত বছৰৰ প্ৰথমটো বানতে বুৰিল ১০ খনৰো অধিক গাঁৱ ।
নিজৰ পুত্ৰক হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ আগবঢ়াবলৈ গৈ অন্য পুৰুষৰ সৈতে উধাই প্রেমিকা ।
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ সমগ্ৰ অসমৰ লগতে জোনাইৰ গালী উচ্চ মাধ্যমিক বিদ্যালয়তো অব্যাহত ৰাখিছে ব্যাপক প্ৰস্তুতি ।
বাগমৰা গাঁৱত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কুম্বাং অপৃন কেবাঙ কেন্দ্ৰীয় সমিতিৰ ষষ্ঠত্বম সাধাৰণ অধিৱেশন ।
*জোনাইৰ তেলামত পাচ দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তেলাম কমনচেলেক গাঁৱৰ তৃতীয় ত্বম পঃৰাগ উৎসৱ*
*আজি জোনাইৰ ৩ নং চিকাৰীত পুঃমি প্ৰডাকচনৰ উদ্যোগত ৰুঃনৌ নামৰ এখন মিচিং চিনেমা শুভাৰম্ভ*
*আজিৰে পৰা আৰম্ভ তেলাম কমনচেলেক গাঁৱৰ তৃতীয় ত্বম পঃৰাগ উৎসৱ ।।