THREE ZZZ

THREE ZZZ ভালোবাসা দিলে ভালো বাসা পাওয়া যায় । এইটাই ফেসবুকের সহজ ভাষা ।
এইবার এখানে থেকে শুরু ইনশাআল্লাহ।
🙏 ধন্যবাদ।
(1)

With  Roy kalpona  – I just got recognized as one of their top fans! 🎉
21/06/2024

With Roy kalpona – I just got recognized as one of their top fans! 🎉

Big shout out to my newest top fans! 💎 পূজা বেরা, Mufassil HoqueDrop a comment to welcome them to our community,
19/06/2024

Big shout out to my newest top fans! 💎 পূজা বেরা, Mufassil Hoque

Drop a comment to welcome them to our community,

19/06/2024

আমরা সবাই যে ভুল করে থাকি

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 পূজা বেরা, A Hussain Talukdar, Nurul Akh...
18/06/2024

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 পূজা বেরা, A Hussain Talukdar, Nurul Akhtar, Moktor Hosen, Samela Talukdar

What’s been some of your favorite content lately?

যদি আপনি দূর্বল, আপনি যথেষ্ট ভালো কথা বললেও সমাজে আপনার মূল্য নেই ।
18/06/2024

যদি আপনি দূর্বল, আপনি যথেষ্ট ভালো কথা বললেও সমাজে আপনার মূল্য নেই ।

🎉 Facebook recognized me as a top rising creator this week!
17/06/2024

🎉 Facebook recognized me as a top rising creator this week!

Big shout out to my newest top fans! 💎 পূজা বেরা
15/06/2024

Big shout out to my newest top fans! 💎 পূজা বেরা

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Babul Ali, Sathi Suman, Samela Talukdar,...
14/06/2024

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Babul Ali, Sathi Suman, Samela Talukdar, পূজা বেরা, Aminul Talukdar

I've just reached 500 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
11/06/2024

I've just reached 500 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉
আপনাদের প্রতি আমি চির কৃতজ্ঞ থাকব ইনশাআল্লাহ।

11/06/2024

নতুন দের কত কষ্টকর পেজ চালানো টা

I've received 400 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
10/06/2024

I've received 400 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

07/06/2024

আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু।
এখন পর্যন্ত আমার পেজ টা যারা ফলো দিয়েছেন এবং যারা আমাকে ভালো বাসেন তাদের সবাইকে অসংখ্য ধন্যবাদ ও ভালোবাসা জানাচ্ছি। আশা করি আপনাদের দোয়া এবং পরামর্শে আমাকে এগিয়ে যেতে সহায় করবে।

অল্পে তুষ্ট থাকো, কিন্তু বড় স্বপ্ন দেখো।
03/06/2024

অল্পে তুষ্ট থাকো, কিন্তু বড় স্বপ্ন দেখো।

With Rakibul Islam – I just got recognized as one of their top fans! 🎉
02/06/2024

With Rakibul Islam – I just got recognized as one of their top fans! 🎉

আপোনালোকে শেয়াৰ কৰি তথ্যৰ গৰাকীক তথ্য খিনি পাবলৈ সহায় কৰক ।Vehicle registration certificate, polution certificate and ...
02/06/2024

আপোনালোকে শেয়াৰ কৰি তথ্যৰ গৰাকীক তথ্য খিনি পাবলৈ সহায় কৰক ।
Vehicle registration certificate, polution certificate and vehicle insurance copy পোৱা গৈছে।
নাম - সুকুমাৰ ব্ৰহ্ম, পিতা- ব্ৰজেন্দ ব্ৰহ্ম । গাওঁ চেকাদানি, ডাকঘৰ - কচু গাওঁ, থানা - কচু গাওঁ, জিলা - কোকৰাঝাৰ।
ৰ তথ্য খিনি বৰপেটাৰ শিমলাগুৰীত পোৱা গৈছে। গতিকে উপযুক্ত তথ্য দি তথ্য খিনি লৈ যাবলৈ অনুৰোধ জনালোঁ।
ফোন 9707111211

With Nur Alam Ahmed – I just got recognized as one of their top fans! 🎉
31/05/2024

With Nur Alam Ahmed – I just got recognized as one of their top fans! 🎉

সফলতা হলো একটি গুণ বা অবস্থা যা একজন ব্যক্তি বা প্রতিষ্ঠান তাদের লক্ষ্য বা উদ্দেশ্য অর্জন করার মাধ্যমে পায়। এটি প্রায়শ...
28/05/2024

সফলতা হলো একটি গুণ বা অবস্থা যা একজন ব্যক্তি বা প্রতিষ্ঠান তাদের লক্ষ্য বা উদ্দেশ্য অর্জন করার মাধ্যমে পায়। এটি প্রায়শই কঠোর পরিশ্রম, দৃঢ়তা, সঠিক পরিকল্পনা এবং সময় ব্যবস্থাপনার ফল।

15/11/2023

Coochbehar prashad

19/10/2023

এচাম নৰ কংকালৰ ৰাষ্ট্ৰ গঠন
"""""""""""""""""""""""""""""""""""""""""""
তলত দিয়া ফটোখন ১৯৪৬ চনৰ। ইউৰোপৰ পৰা বিতাৰিত ইহুদী সকলে ভোক নিবাৰণৰ বাবে খাদ্য আৰু অকণমান আশ্ৰয় বিচাৰি পেলেষ্টাইন চৰকাৰৰ ওচৰত সহায় প্ৰাৰ্থনা কৰাৰ সময়ত এই ফটোখন লোৱা হৈছিল।
১৯৩৪ চনৰ পৰা জাৰ্মানীৰ একনায়কত্ববাদী শাসক হিটলাৰে আৰম্ভ কৰিছিল ইহুদী নিধন যজ্ঞ। বিশেষ ভাবে নিৰ্মিত গেটো আৰু বিষাক্ত গেছ চেম্বাৰত আৱদ্ধ কৰি ৮ বছৰত ৬০ লাখ ইহুদীক হত্যা কৰিছিল হিটলাৰে। ফলস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধৰ সূত্ৰপাত ঘটিছিল আৰু সমগ্ৰ বিশ্বৰ প্ৰায় ৩ কোটি লোকৰ মৃত্যু হৈছিল। ১৯৪৫ চনত বিশ্বযুদ্ধৰ অৱসান ঘটিছিল। হিটলাৰৰ আক্ৰমণৰ পৰা পলাই প্ৰাণৰক্ষা কৰা ইহুদী সকলে ইউৰোপৰ বিভিন্ন দেশত সিঁচৰতি হৈ পৰিছিল। কিন্তু ইংলেণ্ড, ফ্ৰান্স, ইটালী, স্পেইন, পোলেণ্ড আদি ইউৰোপৰ কোনো খৃষ্টান দেশেই প্ৰাণ লৈ বাচি থকা এই দুৰ্ভগীয়া ইহুদী সকলক আশ্ৰয় দিবলৈ মান্তি হোৱা নাছিল। তেওঁলোকে আশ্ৰয়হীন, গৃহহীন ইহুদী সকলক ইউৰোপৰ পৰা বিতাৰিত কৰি দিছিল।
অৱশেষত প্ৰাণৰক্ষাৰ তাগিদাত এই নিৰ্যাতিত ইহুদী সকলৰ এটা দল আহি পেলেষ্টাইন চৰকাৰৰ দয়া ভিক্ষা বিচাৰিলে। পেলেষ্টাইন যদিও মুছলমান ৰাষ্ট্ৰ আছিল তথাপিও জীৰ্ণ বস্ত্ৰ পৰিহিত এই কংকালসাৰ ইহুদী সকলক দেখি তেওঁলোকৰ মনত দয়া উপজিল। পেলেষ্টাইন চৰকাৰে ইউৰোপৰ বিভিন্ন দেশত অনাই বনাই ঘূৰি ফুৰা ইহুদী সকলক লৈ আহিবলৈ কলে আৰু পেলেষ্টাইনৰ কিছু খালী মাটিত তেওঁলোকক থাকিবলৈ ঘৰ সাজি দিলে। তেওঁলোকক উন্নত চিকিৎসা আৰু খাদ্য সামগ্ৰীৰ যোগান ধৰিলে। পেলেষ্টাইন বাসীৰ পৰিচৰ্যাত কিছুদিনৰ ভিতৰতে ইহুদী সকলে সুস্থ সবল হৈ পৰিল।
১৯৪৮ চনত আমেৰিকা আৰু ইউৰোপীয় দেশবিলাকে পেলেষ্টাইনৰ মাটিত ইহুদী সকলৰ বাবে এটা স্বতন্ত্ৰ ৰাষ্ট্ৰ স্থাপন কৰিবলৈ আগবাঢ়ি আহিল। পেলেষ্টাইন চৰকাৰৰ তীব্ৰ বাধা আৰু আপত্তি আওকাণ কৰি ৰাষ্ট্ৰসংঘক ব্যৱহাৰ কৰি তেওঁলোকে বলপূৰ্বক ইজৰাইল নামৰ এখন ৰাষ্ট্ৰৰ জন্ম দিলে। আমেৰিকা, ইংলেণ্ড আদি দেশ সমূহে ইজৰাইল চৰকাৰক উন্নত মাৰণাস্ত্ৰ, পাৰমাণৱিক বোমা আদি নিৰ্মাণৰ প্ৰযুক্তি প্ৰদান কৰিলে আৰু যুজাঁৰু বিমান, ক্ষেপনাস্ত্ৰ আদি যোগান ধৰিলে। সামৰিক শক্তি বৃদ্ধিৰ লগে লগে ইজৰাইলৰ ইহুদী সকলে পেলেষ্টাইন বাসীৰ ওপৰত বৰ্বৰ অত্যাচাৰ আৰম্ভ কৰিলে। পেলেষ্টাইন বাসীৰ ঘৰ দোৱাৰ বুলডজাৰ লগাই ধ্বংস কৰি নতুন নতুন এলেকাত ইহুদী বসতি স্থাপন কৰিব ধৰিলে। পেলেষ্টাইনী মহিলা, বৃদ্ধ সকলৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতন চলাই তেওঁলোকৰ ঘৰ খালী কৰি পলাই যাবলৈ বাধ্য কৰিলে। স্কুললৈ যোৱা কণ কণ শিশু সকলৰ মূখৰ ভিতৰত এ,কে, ৪৭ ৰ নাল সোমাই গুলিয়াই হত্যা কৰিব ধৰিলে। যুৱক সকলক কাৰাবন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন চলাই হত্যা কৰিব ধৰিলে। কাৰাবন্দী সকলে যেতিয়া পানী বিচাৰিছিল তেতিয়া তেওঁলোকৰ মূখত পেচাব কৰি মূত্ৰ খাবলৈ বাধ্য কৰিছিল। এনেকুৱা এটা দিন নাই যিদিনা ইজৰাইলৰ দখলদাৰী বাহিনীয়ে ২/৪ জন পেলেষ্টাইনী শিশু, মহিলা, পুৰুষক হত্যা কৰা নাই বা বিভিন্ন ধৰণৰ নিৰ্যাতন চলোৱা নাই। বিগত ৭০ বছৰে ইজৰাইলৰ সেনা বাহিনীয়ে পেলেষ্টাইন বাসীৰ ওপৰত চলোৱা নিৰ্যাতন আৰু বৰ্বৰতাৰ অজস্ৰ কাহিনী বিশ্ব সভ্যতাৰ বুকুত এক ঘাঁৰ দৰে হৈ আছে। এই ঘটনা বিলাক আমেৰিকা আৰু ইউৰোপীয় দেশবিলাকে দেখিও নেদেখাৰ ভাও জুৰি থাকে; কিন্তু পেলেষ্টাইনৰ যুৱক সকলে কেতিয়াবা ইজৰাইলৰ বৰ্বৰতাৰ বিৰুদ্ধে কিবা প্ৰতিশোধ মূলক ব্যৱস্থা গ্ৰহণ কৰিলে পশ্চিমীয়া দেশ বিলাকে লগে লগে সন্ত্ৰাসবাদী বুলি চিঞৰ বাখৰ আৰম্ভ কৰে।
বিগত ৭০ বছৰে পেলেষ্টাইন বাসীৰ ভূমি বলপূৰ্বক দখল কৰি কৰি ইজৰাইল চৰকাৰে দেশখনৰ ৮৬% ভূমি নিজৰ দখললৈ আনি তাত ইহুদী বসতি স্থাপন কৰিছে। এতিয়া মূল পেলেষ্টাইন ৰাষ্ট্ৰৰ মাত্ৰ ১৬% ভূমি (গাজা আৰু ৱেষ্ট বেংক) পেলেষ্টাইনী সকলৰ দখলত আছে আৰু ইয়াৰ পৰাও পেলেষ্টাইন বাসীক উৎখাত কৰাৰ ষড়যন্ত্ৰ চলায়েই আছে। ইজৰাইলৰ জায়োনিষ্ট সকলৰ অত্যাচাৰত বিগত বছৰ সমূহত কেইবালাখ পেলেষ্টাইনৰ নাগৰিক প্ৰাণ লৈ পলাই গৈ মধ্য প্ৰাচ্যৰ বিভিন্ন দেশত আশ্ৰয় লৈ আছে। পেলেষ্টাইনৰ ভূমিত এতিয়ালৈকে বসবাস কৰি থকা বাকী মুছলমান সকলকো দেশৰ পৰা খেদি পঠাবলৈ ইজৰাইলৰ চৰকাৰে অত্যাচাৰৰ মাত্ৰা দিনে দিনে বৃদ্ধি কৰিবলৈ ধৰিছে। আমেৰিকাৰ দৰে দেশ বিলাকৰ পৰা সামৰিক শক্তি লাভ কৰি মদগৰ্ভী আচৰণ কৰা ইজৰাইলৰ সকলো অত্যাচাৰ পেলেষ্টাইন বাসীয়ে নিৰবে সহ্য কৰি যাবলৈ বাধ্য হৈছে।
কিন্তু তাৰ মাজতেই যোৱা বছৰ পবিত্ৰ মছজিদুল আকছাত জুম্মাৰ নামাজ পঢ়ি থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ চলাই তিনি শতাধিক পেলেষ্টাইনী মুছলমানক গুলিয়াই হত্যা কৰে। তাৰোপৰি গৰ্ভৱতী পেলেষ্টাইনী মহিলাৰ গৰ্ভৰ পৰা শিশুৰ ভ্ৰুণ উলিয়াই আনি খেলা কৰাৰ দৰে ঘৃণনীয় কৰ্মকাণ্ডবোৰ ইজৰাইলৰ বৰ্বৰ বাহিনীয়ে সংঘটিত কৰাত অতিষ্ঠ হৈ যোৱা ৭ অক্টোবৰত পেলেষ্টাইনৰ স্বাধীনতা আন্দোলনৰ সংগঠন হামাছে ৰকেটেৰে ইজৰাইলৰ দখল কৰা এলেকাত আক্ৰমণ চলায়। ইজৰাইলেও যেন এই সূযোগৰ অপেক্ষাত আছিল। বিমানেৰে ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটাই পেলেষ্টাইনৰ গাজা এলেকা ধংস অভিযানত নামি পৰে ইজৰাইল।
যুদ্ধ শেষ মূহুৰ্তত কি ৰূপ ল'ব আৰু কাৰ অস্তিত্ব বিলোপ হ'ব আমি এই মূহুৰ্তত একো ক'ব পৰা নাই। কিন্তু এই যুদ্ধক লৈ বিশ্ববাসী দুটা ভাগত বিভক্ত হৈ পৰা দেখা গৈছে। যিসকল মানবতাবাদী নিৰপেক্ষ লোক তেওঁলোকে ইজৰাইলৰ দমন আগ্ৰাসনৰ বিৰোধিতা কৰাৰ লগতে পেলেষ্টাইনী সকলৰ স্বাধীনতা সংগ্ৰামৰ পক্ষত হামাছ মুজাহিদ সকলক সমৰ্থন কৰিছে। আনহাতে মানবতাৰ শত্ৰু তাগুত শক্তি বিলাকে হামাছৰ স্বাধীনতা সংগ্ৰামী সকলক সন্ত্ৰাসবাদী আখ্যা দি বিশ্বাসঘাটক বৰ্বৰ ইজৰাইলৰ আগ্ৰাসনৰ সমৰ্থন কৰিছে। অধিকাংশ মুছলিম দেশত মুনাফিক চৰিত্ৰৰ একাংশ কাপুৰুষ ক্ষমতা দখল কৰি বহি আছে যিবিলাকে আমেৰিকাৰ আঙুলিৰ ইচাৰাত নাচি থাকে। ইহঁতৰ পৰা একো আশা কৰিব নোৱাৰি।
এই মূহুৰ্তত জাৰ্মানীৰ একনায়কত্ববাদী শাসক হিটলাৰৰ এটা বাক্য খুব মনত পৰি আছে। তেওঁ কৈছিল - মই ঈচ্ছা কৰিলে ইউৰোপৰ সকলো ইহুদীক হত্যা কৰিব পাৰিলো হেঁতেন , কিন্তু ৬০ লাখ ইহুদীক হত্যা কৰাৰ পিছত মই ইহঁতৰ কিছুমান সন্তানক জীৱিত এৰি দিলোঁ যাতে ইহঁতৰ চৰিত্ৰ চাই ভৱিষ্যত প্ৰজন্মই ভালকৈ বুজি পায় যে মই ইহঁতক কিয় হত্যা কৰিছিলোঁ।
সংগ্ৰহ Najrul Islam

Big shout out to my newest top fans! 💎 Jalal Uddin
06/10/2023

Big shout out to my newest top fans! 💎 Jalal Uddin

Shout out to my newest followers! Excited to have you onboard! Alall Uddin, Rocky Za, Anowar Hussain
04/10/2023

Shout out to my newest followers! Excited to have you onboard! Alall Uddin, Rocky Za, Anowar Hussain

Shout out to my newest followers! Excited to have you onboard!Emer Hussain, Safikul Islam, Mahibul Islam
27/09/2023

Shout out to my newest followers! Excited to have you onboard!

Emer Hussain, Safikul Islam, Mahibul Islam

हालात बदले या ना बदले, नियत बदलना नहीं चाहिए।
21/09/2023

हालात बदले या ना बदले, नियत बदलना नहीं चाहिए।

Shout out to my newest followers! Excited to have you onboard!Mortuz Ali, Mankram Chouhan, Mohammad Shaban, Romej Wddin,...
31/08/2023

Shout out to my newest followers! Excited to have you onboard!

Mortuz Ali, Mankram Chouhan, Mohammad Shaban, Romej Wddin, Nasher Ali, Ahammad Ali

একে লেঠাৰিয়ে মুখলধাৰ বৰষুণ।পানী বাঢ়ি ৰাস্তা তল গ'ল, বৰষুণ এৰাৰ নামেই নাই।মোৰ আকৌ ছাগলীৰ চিন্তা 😭সিহঁতক খাবলৈ কি দিম !!...
27/08/2023

একে লেঠাৰিয়ে মুখলধাৰ বৰষুণ।
পানী বাঢ়ি ৰাস্তা তল গ'ল, বৰষুণ এৰাৰ নামেই নাই।
মোৰ আকৌ ছাগলীৰ চিন্তা 😭
সিহঁতক খাবলৈ কি দিম !!!!
নবাব কেইটাই গোহালিত দিলে নাখায়, ডাল পাত বান্ধি দিলেহে খায় ।
বৰষুণ নেৰিলে ক'ত বান্ধিম?
মহা সমস্যা 😭😭

Shout out to my newest followers! Excited to have you onboard!Muktar Ali, Jodha Singh Virk, Batham Lx, Arish Ali, Shaile...
19/07/2023

Shout out to my newest followers! Excited to have you onboard!

Muktar Ali, Jodha Singh Virk, Batham Lx, Arish Ali, Shailesh Ambre, Abdul Alim

Shout out to my newest followers! Excited to have you onboard!Billal Hussain, Makibar Ali, Hamidur Mondal Mondal Hamidur...
13/07/2023

Shout out to my newest followers! Excited to have you onboard!

Billal Hussain, Makibar Ali, Hamidur Mondal Mondal Hamidur, Jaynal Abdin Abbdin, Habijul Rahman, A Hussain Talukdar, Abdul Batin, Moinal Hoque, Ajijul Hussain

Guess this scans
09/07/2023

Guess this scans

Shout out to my newest followers! Excited to have you onboard!Monifa Jannat, Rajibul Ali, Rohan Ahmedমোক ফলো কৰাৰ কাৰণে ...
06/07/2023

Shout out to my newest followers! Excited to have you onboard!

Monifa Jannat, Rajibul Ali, Rohan Ahmed
মোক ফলো কৰাৰ কাৰণে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
ধন্যবাদ

06/07/2023

Address

Itarvita
Howli
781316

Alerts

Be the first to know and let us send you an email when THREE ZZZ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to THREE ZZZ:

Videos

Share


Other Digital creator in Howli

Show All