BBN Live - moment of Life

BBN Live  -  moment of Life News Views & Entertainment media Company.
(57)

সুস্থ, সঠিক আৰু তথ্যপূৰ্ণ বাতৰি প্ৰচাৰ কৰাৰ লগতে
এখন সুস্থ সৱল সমাজ গঠন কৰাৰ ক্ষেত্ৰত আমি সদায় দায়বদ্ধ। সেয়ে আমি এনে খা খবৰ প্ৰচাৰ নকৰোঁ যিয়ে সমাজত এক নেতিবাচক প্ৰভাৱ পেলায় বা পেলাব।। ধন্যবাদ।

23/12/2023
22/12/2023

Important Announcement

22/12/2023

ডিব্ৰুগড় বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীপ্ৰশান্ত ফুকন ডাঙৰীয়া আৰু  শ্ৰীমতী জ্যোতি ফুকন ডাঙৰীয়ানীৰ পুত্ৰ শ্ৰীসমুজ্...
21/12/2023

ডিব্ৰুগড় বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীপ্ৰশান্ত ফুকন ডাঙৰীয়া আৰু শ্ৰীমতী জ্যোতি ফুকন ডাঙৰীয়ানীৰ পুত্ৰ শ্ৰীসমুজ্জ্বল ফুকনৰ শুভ বিবাহ উপলক্ষে ডিব্ৰুগড়ত আয়োজিত অভ্যৰ্থনাস্থলীত অসমৰ সন্মানীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

জনাওক আপোনাৰ মতামত!
20/12/2023

জনাওক আপোনাৰ মতামত!

20/12/2023

আজিও তেখেতৰ এখন ঘৰ নাই, জন্মগত বাবে তেখেত অন্ধ। বহুত মানুহৰ ওচৰত সহায় বিচাৰি নিৰাশ হৈছে।।

  Share কৰে সবাকে দেখাৰ সুবিধা কৰে দিবেন। ধন্যবাদ
18/12/2023

Share কৰে সবাকে দেখাৰ সুবিধা কৰে দিবেন। ধন্যবাদ

Dibrugarh Town Railway Station, 1880Courtesy - Facebook
18/12/2023

Dibrugarh Town Railway Station, 1880

Courtesy - Facebook

18/12/2023

বিশিষ্ট সমাজসেৱক আনোৱাৰ হুছেইন চাহাবৰ ভাতৃ তথা ডবকাবাসীৰ সু পৰিচিত ব্যৱসায়ী, সক্ৰিয় ৰাজনীতিৰ লগত জড়িত থকা এগৰাকী ব্যক্...
18/12/2023

বিশিষ্ট সমাজসেৱক আনোৱাৰ হুছেইন চাহাবৰ ভাতৃ তথা ডবকাবাসীৰ সু পৰিচিত ব্যৱসায়ী, সক্ৰিয় ৰাজনীতিৰ লগত জড়িত থকা এগৰাকী ব্যক্তি (লংলীবস্তীৰ) জাকিৰ হুছেইন চাহাবৰ আজি আকস্মিক মৃত্যু হয়।

তেখেতৰ মৃত্যুত সমগ্ৰ ডবকা অঞ্চলতে আজি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি জাকিৰ হুছেইনে শেষ নিশ্বাস ত্যাগ কৰে।

18/12/2023

Good News

আমাৰ বাবে এই খবৰ অত্যন্ত বেদনাদায়ক৷ প্ৰিয় অভিনেতা জয়ন্ত দাস ডাঙৰীয়াৰ বিয়োগে সৰ্বসত্তা জোকাৰি গল৷ অসমীয়াৰ অতি আপোন ...
16/12/2023

আমাৰ বাবে এই খবৰ অত্যন্ত বেদনাদায়ক৷ প্ৰিয় অভিনেতা জয়ন্ত দাস ডাঙৰীয়াৰ বিয়োগে সৰ্বসত্তা জোকাৰি গল৷

অসমীয়াৰ অতি আপোন অভিনেতাগৰাকীৰ বিয়োগ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি৷

জয়ন্ত দাস ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ৷

16/12/2023

ফেচবুকেৰ Videoত এখন ভিয়িউজ আসলেউ পইচা পাৱেন | Imdad's Vlogs

15/12/2023

💖💔💖Rone Nadi Jiyega🥲💔🥲 Imdad's Voice

15/12/2023

▶️ যি অনুষ্ঠানত উপস্থিত থাকিব শ' শ প্ৰাক্তন ছাত্ৰ ছাত্ৰী।
📌পূৰ্ণগতিত চলি আছে প্ৰস্তুতি।

15/12/2023

♦️Aadhaar আপডেটক লৈ ডাঙৰ খবৰ!
♦️বৃদ্ধি কৰা হৈছে সময়সীমা?
♦️ জানি লওক নতুন সময়
♦️ঘৰতে বহি সোনকালে কৰক এই কাম

12/12/2023

চকুৰে দেখা নাপায় যদিও শুকুৰ আলীৰ কন্ঠ‌ত আছে সুৰৰ যাদু।
এবাৰ শুনিলে আপোনাৰ হৃদয় চুই যাব।

11/12/2023

•ডুবাইত - ইম্ফল আগৰ উডৰ কাৰ্যালয় মুকলি।
•মুকলি কৰিলে হোজাইৰ এগৰাকী যুৱকে।

হাউলীৰ উত্তৰ কালজাৰৰ ইঞ্জামামুল হকেলাভ কৰিলে প্ৰথম পুৰস্কাৰ Range Rover
11/12/2023

হাউলীৰ উত্তৰ কালজাৰৰ ইঞ্জামামুল হকে
লাভ কৰিলে প্ৰথম পুৰস্কাৰ Range Rover

Tata Plans To Invest Rs 40,000 Crore For Chip Plant In Assam Tata is planning to set up a chip processing plant in Assam...
10/12/2023

Tata Plans To Invest Rs 40,000 Crore For Chip Plant In Assam

Tata is planning to set up a chip processing plant in Assam and for that the company has submitted a proposal with an outlay of about Rs 40,000 crore. The news comes a day after a report said that the company wants to construct an iPhone factory in Tamil Nadu.

SHARE
FOLLOW US
Tata is planning to set up a chip processing plant in Assam and for that the company has submitted a proposal with an outlay of about Rs 40,000 crore. The news comes a day after a report said that the company wants to construct an iPhone factory in Tamil Nadu.

“There is a very good news for us. Tata Electronics Ltd has submitted an application for setting up an electronic centre at Jagiroad,” said Assam chief minister Himanta Biswa Sarma at a function here. He said that the company approached the Centre for the final nod after discussions with the state government.
“They have submitted a proposal to the Government of India with an outlay of about Rs 40,000 crore," he added. Jagiroad is about 55 km from the state's largest city Guwahati.

Final approval in a month or two
Sarma said the Tata Group held initial talks with the state government about the semiconductor assembly and packaging plant, and after being satisfied with the discussions, they approached the Centre.

“If all goes well, we will see a major investment in the state which will create a positive environment for industrialisation. We are in touch with the Centre and hope that the final approval will be given in a month or two,” he said.

According to the CM, the conglomerate approached the state government to train 1,000 people for employment in the unit.
"We used to always ask why [the] electronics and IT industry did not come to our state. Now it is changing," Sarma said.

Tata’s plans with iPhone manufacturing
Tata is also planning to build one of India’s biggest iPhone assembly plants as Apple looks to diversify manufacturing and shipping of its devices as a part of reducing its reliance on China.

Tata wants to construct the factory in Hosur in the southern Tamil Nadu state, the facility is reported to have about 20 assembly lines and employ 50,000 workers within two years. The goal is for the site to be operational in 12 to 18 months.
Meanwhile, Apple is also looking to expand iPhone manufacturing in India, and aiming to produce a fourth of total iPhones in India.



*Tata submitted a proposal for a chip processing plant in Assam, with an outlay of Rs 40,000 crore. Assam chief minister confirmed the application and mentioned that the company approached the Centre for final approval. The state government had discussions with Tata about the plant, and if approved, it will bring significant investment and job opportunities. In addition to this, Tata is planning to construct a large iPhone assembly plant in Tamil Nadu, aiming to employ 50,000 workers within two years.**

08/12/2023

শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱৰ যুগমীয়া গীত এটি আগবঢ়ালো।

08/12/2023

এবছৰৰ ধৰি আধৰুৱা পথৰ কাম।
ডবকা - আমবাৰী - ব্যৱহাৰ পথৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী সচেতন মহলৰ।

07/12/2023

•ৱালিদ ৰহমানৰ কন্ঠৰ এই আজানে আপোনাৰ হৃদয় চুই যাব।
•উল্লেখযোগ্য যে ৱালিদ ৰহমানৰ এই সুমধুৰ আজান ইতিমধ্যে বিশ্বজুৰি ভাইৰেল হৈ পৰিছে।
•কোটি কোটি মানুহে শুনিছে তেওঁৰ আজান।









ৱেষ্ট ইণ্ডিজ দলৰ নতুন প্রশিক্ষক মহেন্দ্র সিং ধোনী!পাকিস্তান দলৰ নতুন প্রশিক্ষক অজয় জাডেজা!এতিয়া ক্রিকেট বিশ্বত এইমৰ্মে...
07/12/2023

ৱেষ্ট ইণ্ডিজ দলৰ নতুন প্রশিক্ষক মহেন্দ্র সিং ধোনী!

পাকিস্তান দলৰ নতুন প্রশিক্ষক অজয় জাডেজা!

এতিয়া ক্রিকেট বিশ্বত এইমৰ্মে চলিছে ব্যাপক চৰ্চা। ৱেষ্ট ইণ্ডিজ দলৰ বৰ্তমানৰ টেষ্ট প্রশিক্ষক এন্দ্রে ক’লে আৰু এদিনীয়াৰ প্রশিক্ষক ডাৰেন ছাম্মীৰ স্থানত কোন হ’ব নতুন প্রশিক্ষক? সেই লৈ অব্যাহত ৰোৱা জল্পনা-কল্পনাৰ মাজতে হঠাৎ চৰ্চালৈ আহিছে এম এছ ধোনীৰ নাম। ধোনীৰ নাম চৰ্চাৰ আঁৰত আছে ৱেষ্ট ইণ্ডিজৰ এদিনীয়া দলৰ অধিনায়ক ছাই হ’পৰ উচ্চ প্রশংসা ধোনীক। ইংলেণ্ডৰ বিৰুদ্ধে প্রথম এদিনীয়াত জয়ৰ পাছতেই ধোনীৰ প্রশংসাত পঞ্চমুখ হৈ পৰে খেলখনৰ নায়ক তথা শতৰানকাৰী ছাই হ’প।

ছাই হ’পৰ মতে তেওঁৰ সাফল্যৰ আঁৰত আছে ধোনী

ধোনীৰ মন্ত্রণাতে ২য় ইনিংছত বেটিং কৰি জয়ী হৈছে তেওঁলোক

ধোনীয়ে ক্রিজত ৰান কৰোঁতে খৰখেদা নকৰিবলৈ কৈছিল হ’পক

লগতে কৈছিল হ’প দীঘলীয়া সময়ৰ বাবে তিষ্ঠি থাকিলে সুবিধা হ’ব দলৰ

‘ধোনীৰ কথা মনত পেলাই শেষ পৰ্যন্ত খেলাৰ চিন্তা কৰিছিলোঁ মই’

‘ধোনীৰ পৰামৰ্শৰ বাবেই মোৰ শতৰান আৰু ৱেষ্ট ইণ্ডিজৰ জয়’

ইংলেণ্ডৰ বিৰুদ্ধে ৩২৬ ৰানৰ প্রত্যাহ্বান লৈ খেলিবলৈ নামি ৱেষ্ট ইণ্ডিজে ৪১ অভাৰত ৫ উইকেট হেৰুৱাই কৰিছিল ২২০ ৰান। অন্তিম ৯ অভাৰত ১০৬ ৰান কৰি বিজয় সাব্যস্ত কৰে ৱেষ্ট ইণ্ডিজে। অধিনায়ক ছাই হ’প ৮৩ বলত ১০৯ ৰান কৰি অপৰাজিত গৈ ৰয়। ছাই হ’পৰ বক্তব্যত ৱেষ্ট ইণ্ডিজৰ পৰৱৰ্তী প্রশিক্ষক ধোনী হোৱাৰ প্ৰচ্ছন্ন ইংগিত আছিল।

ধোনীৰ উপৰিও ভৱিষ্যতৰ প্রশিক্ষক হিচাপে চৰ্চাত জাডেজাৰ নাম

প্ৰাঃ ক্ৰিকেট তাৰকা অজয় জাডেজা আছিল আফগানিস্তানৰ মেণ্টৰ

জাডেজাৰ তত্ত্বাৱধানতে বিশ্বকাপত দমনীয় প্রদৰ্শন আফগানিস্তানৰ

পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ জয়ৰ কৃতিত্ব দিয়া হৈছিল জাডেজাকো

এই কৃতিত্বৰ সুবাদত পাকিস্তানে প্রশিক্ষকৰূপে বিচাৰিছে জাডেজাক

জাডেজাক এই সন্দৰ্ভত সাংবাদিকে প্রশ্ন কৰোঁতে তেওঁ কয় ‘মই সম্পূৰ্ণ সাজু।’ জাডেজাৰ বক্তব্যত স্পষ্ট হৈছিল নতুন দায়িত্ব লোৱাত তেওঁৰ কোনো সমস্যা নাই। জাডেজাৰ মতে আফগানিস্তানৰ ক্রিকেট সংস্কৃতি পাকিস্তানৰ দৰে। সকলো পাকিস্তানী ক্রিকেটাৰে তেওঁ ভাল পাই বুলিও উল্লেখ কৰে জাডেজাই। উল্লেখ্য যে বিশ্বকাপৰ পাছত শোচনীয় প্রদৰ্শনৰ বাবে পাকিস্তানৰ কোচিং ষ্টাফক আঁতৰাই দিয়া হৈছিল। বৰ্তমান পাকিস্তানৰ নতুন ডাইৰেক্টৰ অব ক্রিকেট হৈছে মহম্মদ হাফিজ। দলৰ প্রধান প্রশিক্ষকৰ পদটো এতিয়াও খালী আছে। সকলো ঠিকে থাকিলে জাডেজা হ’বগৈ পাৰে পাকিস্তান ক্রিকেট দলৰ প্রশিক্ষক।

04/12/2023

•পোষ্ট অফিচত আছে এক বিশেষ আঁচনি।
•যাৰ লাভ প্ৰায় তিনি গুণ।
✓আপুনি জানেনে এই আচঁনিৰ বিষয়ে!
#সুকন্যা_সমৃদ্ধি_যোজনা!

২০১৫ চনৰ ২২ জানুৱাৰীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ পানিপটত এই যোজনাৰ ঘোষণা কৰে।যিকোনো ভাৰতীয় ডাকঘৰ বা অনুমোদিত বেংকৰ শাখাত এই একাউণ্ট মুকলি কৰিব পাৰি। আৰম্ভণিতে সুতৰ হাৰ ৯.১% আছিল কিন্তু পাছত ২০১৫-১৬ অৰ্থনৈতিক বৰ্ষৰ বাবে ২০১৫ চনৰ মাৰ্চত ৯.২% কৰা হৈছিল। পাছত ২০১৬-১৭ অৰ্থনৈতিক বৰ্ষৰ বাবে এই হাৰ ৮.৬% ধাৰ্য কৰা হয়।

ছোৱালী সন্তান জন্ম হোৱাৰে পৰা ১০ বছৰ বয়স হোৱালৈকে মাক-দেউতাকে এই একাউণ্ট খুলিব পাৰে। এটা সন্তানৰ বাবে এটা একাউণ্টহে খুলিব পাৰি। সৰ্বোচ্চ দুটা সন্তানৰ প্ৰতিটোৰে বাবে এটাকৈ মুঠ দুটা একাউণ্ট খুলিব পাৰি (যমজ বা একেলগে ওপজা তিনি সন্তান ব্যতিক্ৰম)। ভাৰতৰ যিকোনো ঠাইলৈ এই একাউণ্ট স্থানান্তৰ কৰিব পাৰি।

আৰম্ভণিতে নূন্যতম ২৫০ টকা একাউণ্টত জমা দিব লাগে। ইয়াৰ পাছত ১০০ টকাৰ গুণক যিকোনো পৰিমাণ জমা কৰিব পাৰি। কিন্তু এবছৰত জমা দিব পৰা সৰ্বোচ্চ টকাৰ পৰিমাণ ₹১,৫০,০০০। এবছৰত নূন্যতম ২৫০ টকা জমা নকৰিলে ৫০ টকা জৰিমনা কৰ্তন কৰা হয়।

ছোৱালীজনীৰ ১০ বছৰ হোৱাৰ পাছত তাই এই একাউণ্ট চোৱা-চিতা কৰিব পাৰে। ১৮ বছৰ হওঁতে উচ্চ শিক্ষাৰ বাবে একাউণ্টৰ ৫০% উলিয়াব পাৰি। একাউণ্ট খোলাৰ পৰা ২১ বছৰ হ'লে একাউণ্ট পূৰঠ হয়। একাউণ্ট খোলাৰ পৰা ১৫ বছৰলৈকে ইয়াত ধন জমা কৰিব পাৰি। ইয়াৰ পাছত একাউণ্টত কেৱল সুতৰ পৰিমাণ জমা হ'ব। নিৰ্দিষ্ট সময়ৰ পাছত একাউণ্ট বন্ধ নকৰিলে সুত লাভ নহ'ব।ছোৱালীজনীৰ ১৮ বছৰ হ'লে আৰু বিয়া হ'লে একাউণ্ট বন্ধ কৰিব পাৰি।

আমি বিনম্ৰতাৰে মধ্য প্ৰদেশ,ছত্তীশগড় আৰু ৰাজস্থানৰ জনতাৰ আদেশ স্বীকাৰ কৰিছো – আদৰ্শৰ যুঁজ অব্যাহত থাকিব।তেলেংগানাবাসীক ধ...
03/12/2023

আমি বিনম্ৰতাৰে মধ্য প্ৰদেশ,ছত্তীশগড় আৰু ৰাজস্থানৰ জনতাৰ আদেশ স্বীকাৰ কৰিছো – আদৰ্শৰ যুঁজ অব্যাহত থাকিব।

তেলেংগানাবাসীক ধন্যবাদ - আমি নিশ্চিতভাৱে প্ৰজালু তেলেংগানা গঢ়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম।

সকলো কৰ্মীক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্থনৰ বাবে আন্তৰিক ধন্যবাদ - গৌৰৱ গগৈ

-কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ'ল দৰদী শিল্পী অৰুণ দাস-আজি পুৱা ৪:৩৫ বজাত শেষ নিশ্বাস ত্যাগ অৰুণ দাসৰ।
03/12/2023

-কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুচি গ'ল দৰদী শিল্পী অৰুণ দাস
-আজি পুৱা ৪:৩৫ বজাত শেষ নিশ্বাস ত্যাগ অৰুণ দাসৰ।

02/12/2023

Amazing Tricks

02/12/2023

পৰম্পৰাগত খেতি পদ্ধতি বোৰ লাহে লাহে বিলুপ্তি হোৱাৰ পথত 🤗

অসম দিৱসৰ শুভক্ষণত চাওলুং চুকাফাক শ্ৰদ্ধাৰে সুৱৰিছোঁ ৷ লগতে সমগ্ৰ অসমবাসীলৈ "অসম দিৱস"ৰ শুভেচ্ছা জনালোঁ ৷
02/12/2023

অসম দিৱসৰ শুভক্ষণত চাওলুং চুকাফাক শ্ৰদ্ধাৰে সুৱৰিছোঁ ৷

লগতে সমগ্ৰ অসমবাসীলৈ "অসম দিৱস"ৰ শুভেচ্ছা জনালোঁ ৷

01/12/2023

খৰচ কম কৰক,বিড়ী চিগাৰেট কম খাওক,বিয়াত কম খৰছ কৰক কিন্তু সন্তানক ভাল শিক্ষা দিয়ক - মৌলানা বদৰুদ্দিন আজমল।।

01/12/2023

ৰাইচ কুকাৰ নষ্ট হলে ২ মিনিটে কৰেন ঠিক নিজে নিজে | Imdad's Vlogs

29/11/2023

Maulana Salman Bijnuri Live from Markaz Academy English HS School Hojai.

Seeratun Nabi Program -2023 Academy English HS School, Hojai.
29/11/2023

Seeratun Nabi Program -2023
Academy English HS School, Hojai.

 #সপোনৰ_হিমালয় ❤️প্ৰান্তৰ ভাগৱতী হিমালয়ৰ এভাৰেষ্ট  ৰ নাম সকলোৱে শুনা পাইছে। হিমালয়ৰ তিনিটা শৃংগ আমাৰ অসমৰ শোণিতপুৰ জি...
28/11/2023

#সপোনৰ_হিমালয় ❤️
প্ৰান্তৰ ভাগৱতী
হিমালয়ৰ এভাৰেষ্ট ৰ নাম সকলোৱে শুনা পাইছে। হিমালয়ৰ তিনিটা শৃংগ আমাৰ অসমৰ শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ পৰা দেখা পোৱা যায় নবেম্বৰ মাহত !! অৰুণাচল প্ৰদেশৰ আটাইতকৈ ওখ শৃংগ কংট' বা কাংগাৰড' ৰিজে ( Kangto ) , সোঁফালে চ'ম শৃংগ আৰু বাওঁ ফালে গৰিচেন শিখৰ। গৰিচেন শৃংগ ক গৌৰিশংকৰ বুলিও কোৱা হয়।। কলিকতাৰ পৰা অসমলৈ আকাশযানে ৰে আহিলে দেখা পোৱা যায়।। ভূপেন হাজৰিকাই "আকাশী যানেৰে" গীতটিত লিখি থৈ গৈছে ..."" হঠাতে ভূমুকি মাৰে গৌৰিশংকৰে ...ধবল ধবল গিৰি ৰ শিৰত সোণালী ৰ'দ পৰে ....😊😊
ফটো :: প্ৰান্তৰ ভাগৱতী
স্থান :: শোণিতপুৰ। অসম । নবেম্বৰ ২০২৩

27/11/2023

গজলটো শুনি প্ৰতিজন দৰ্শকৰ চকু পানী ওলাই আহিছিল 😭
🍁হজৰত তৈয়বুৰ ৰহমান চাহাবৰ শ্বানত হৃদয় চুই যোৱা এটা বাংলা ইছলামিক গজল।।

National Seminar on Importance of Spirituality in Promoting Peace and Harmony: Role of Late Allama Taibur Rahman Barbhui...
26/11/2023

National Seminar on Importance of Spirituality in Promoting Peace and Harmony: Role of Late Allama Taibur Rahman Barbhuiya.

Address

Hojai
782445

Alerts

Be the first to know and let us send you an email when BBN Live - moment of Life posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BBN Live - moment of Life:

Videos

Share

Nearby media companies


Other Digital creator in Hojai

Show All