Mising LUTAD

Mising  LUTAD For any promotional or advertising collaboration contact us: [email protected]
WhatsApp:-8876456970

Musing LUTAD for rengam, rising voice for msing tani.

25/12/2024

Christmas carol song
খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ কেৰল গীত নৃত্য।
merry christmas wishes to everyone.

24/12/2024

জোনাইত সংঘটিত হয় এক জঘন্য কাণ্ড।
স্বামীয়ে পত্নীৰ গাত পেট্ৰল ঢালি জ্বলাই হত্যা।

23/12/2024

বিদায়ী বছৰ।মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মচাৰী সকলৰ পিকনিক পাৰ্টী ।সোৱণশিৰীৰ পৰা প্ৰসেনজিত চায়েঙীয়াৰ পোণপটীয়া লাইভ।

21/12/2024

অৰুণাচলৰ দাম্বুক গাঁৱৰ কম্লেশ্বৰ পেগু আৰু নীলকান্ত দলেৰ সৈতে মিচিং লুতাদৰ বাৰ্তালাপ।

20/12/2024

শুভাৰম্ভ হৈছে বিগ বাজেটৰ মিচিং বোলছবি গু:মৃনৰ প্ৰথম দৃশ্যগ্ৰহণ।
অহা ২০২৫ বৰ্ষৰ দুৰ্গোৎসৱৰ আগে আগে মুক্তি লাভ কৰিব লগীয়া গু:মৃন বোলছবিখনৰ কলা কুশলী সকলে দৰ্শক ৰাইজৰ পৰা আশীৰ্বাদ খুজিছে মিচিং লুতাদৰ জৰিয়তে।

18/12/2024

ইংৰাজী ১৭/১২/২০২৪, পশ্চিম বংগত ৰাষ্ট্ৰীয় সেৱা আচনীৰ ৰাষ্ট্ৰীয় একটা শিবিৰত ৰীল মেকিঙ প্ৰতিযোগিতাত অসম দলে মোৰ ভাৰতৰ ওপৰত ৰীল বনায় অংশগ্ৰহন কৰিছে। আপোনালোক তথা গোটেই অসমবাসী ৰাইজক আমি অনুগ্ৰহ কৰিছো যে আপোনালোকে ৰীলটোক পশ্চিম বঙাল ৰাষ্ট্ৰীয় সেৱা আচনীৰ ( NSS West Bengal) ফেচবুক গ্ৰুপত গৈ ৰীল টো চেয়াৰ কৰক। এইয়া অসমৰ সন্মানৰ কথা আহো আমি একেলগে অসমক জয় কৰোৱাত সহায় কৰো। প্ৰটিটো চেয়াৰত ৫ পইন্ট আছে। সকোলোৱে চেয়াৰ কৰক।
Per like=1 point, Comment =2 point, Share =5 point.
shareable Link:- https://www.facebook.com/share/v/192HN8YQBk/?mibextid=jmPrMh

18/12/2024

মিচিং জনগোষ্ঠীৰ বৃহত্তম আৰ্ষ্টীট কমিউনিটিৰ "Mising Artiste Association" ৰ উদ্যোগত হবলগীয়া "Voice of Mising 2024" চিংগিং ৰিয়েটি শ্বৰ আগন্তক ২৮ ডিচেম্বৰত হবলগীয়া মেগা অডিচনৰ বাবে লখিমপুৰ জিলাৰ ব্যাপক প্ৰস্তুতি।

16/12/2024

"NoSurvey, No Dam"
असम और अरुणाचल प्रदेश के स्थानीय लोगों ने मिलकर सियांग नदी पर निर्माणाधीन बड़े बांध के विरोध में आवाज बुलंद की।
Assam locals join protest with Arunachal against dam construction.

"EMOTIONAL! 💔 প্ৰায় ছয় মাহৰ দীঘলীয়া অপেক্ষা, সংগ্ৰাম, আৰু অনিশ্চয়তাৰ অন্তত অৱশেষত মোৰ হেৰুৱা লুটাড চেনেলটো পুনৰ উদ্ধ...
16/12/2024

"EMOTIONAL! 💔 প্ৰায় ছয় মাহৰ দীঘলীয়া অপেক্ষা, সংগ্ৰাম, আৰু অনিশ্চয়তাৰ অন্তত অৱশেষত মোৰ হেৰুৱা লুটাড চেনেলটো পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ! 🙏 আপোনালোক সকলোৰে সৈতে ঘূৰি অহা, পুনৰ লাইভ, সংযোগ স্থাপন কৰাটো এটা সপোন যেন লাগে।

👨‍❤️‍💋‍👨কিয়নো ১০ বছৰীয়া সংলগ্ন হোৱা চেনেলৰ প্ৰতিটো Videoৰ লগত আবেগ জড়িত হৈ আছে।

যোৱা মাহবোৰ হৈছে এক আৱেগিক ৰোলাৰকোষ্টাৰ দৰে, সন্দেহ আৰু অনিশ্চয়তা , প্ৰায় হাৰ মানি যোৱাৰ মুহূৰ্তেৰে ভৰি পৰিছিল। কিন্তু আজি সেই ‘Go LIVE’ বুটামটো টিপিই এই সকলোবোৰৰ মূল্য পুনৰ অনুভৱ হৈছে, প্ৰতিটো প্ৰত্যাহ্বান, প্ৰতিটো বিপৰ্যয়, প্ৰতিটো অনিশ্চয়তাৰ ৰাতি।
💪মিচিং লুতাদ (News) মোৰ কাৰনে কেৱল এটা চেনেল নহয়, মোৰ সন্তানৰ দৰে। সেয়েহে মোৰ আবেগ, অনুভুতি প্ৰতিটো Videoৰ লগত জড়িত হৈ থকাটো স্বাভাবিক।

এই সময়ছোৱাত মোক সমৰ্থন কৰা প্ৰতিজন ব্যক্তিলৈ—সেয়া বাৰ্তাৰ জৰিয়তে হওক, উৎসাহৰ জৰিয়তে হওক, বা কেৱল মোক বিশ্বাস কৰি হওক—সকলোকে অন্তৰৰ পৰা ধন্যবাদ। তোমালোক সকলোৱে মোক আগুৱাই লৈ গৈছিলা। 🌟

আপোনালোক সকলোকে কাষত লৈ এই নতুন অধ্যায়টো আৰম্ভ কৰিবলৈ পাই উৎফুল্লিত হৈছো। আহকচোন এই যাত্ৰাক আগৰ তুলনাত আৰু অধিক আচৰিত কৰি তোলোঁ ৷ ইয়াত নতুন আৰম্ভণি আৰু অন্তহীন স্মৃতি থাকিব ৷ ❤️"
#কৃতজ্ঞ #আৱেগিক মুহূৰ্ত

do subscribe and watch my vlog channel: https://www.youtube.com/ your best item from this link: Vl...

08/12/2024

গোগামুখত আটক ছদ্মবেশী কিন্নৰ দুগৰাকী যুৱক।
প্ৰকৃত কিন্নৰ বনাম ডুপ্লিকেট কিন্নৰ ৷
গোগামুখত কিন্নৰ বনাম কিন্নৰৰ মাজত কাজিয়াঃ ভুৱা কিন্নৰৰ অভিযোগত দুগৰাকী কিন্নৰক ৰাজপথত চুলি কাটি অপমানঃ

05/12/2024

স্বামী হঠাৎ নিৰুদ্দেশ, পত্নী আৰু তিনি কন্যাৰ হৃদয় বিদাৰক পৰিস্থিতি।

05/12/2024
02/12/2024

মিচিং দৃৰবৃ কেবাঙৰ সভাপতি তথা বিশিষ্ট অভিনেতা অশ্বিনী কুমাৰ দলে টি এম পি কেৰ উদ্যোগত অনুষ্ঠিত মিচিং স্পৰ্টছ কাৰ্নিভেল-২০২৪ ৰ সফল সামৰণিত।

02/12/2024

मिचिंग जातीय संगठन TMPK द्वारा आयोजित मिचिंग स्पोर्ट्स कार्निवल 2024 का सफल समापन।
इस अवसर पर मुख्य अतिथि के रूप में प्रसिद्ध वेटलिफ्टर और ओलंपिक पदक विजेता साइखोम मीराबाई चानू उपस्थित थीं।

01/12/2024

গোগামুখত অনুষ্ঠিত হয় মিচিং স্পৰ্টছ কাৰনিভেল ২০২৪ live

28/11/2024

মিচিং চিনেমা "মিৰ্ ২"-ৰ চিত্ৰগ্ৰহন জোনাই আৰু ৰুকছিং গেটৰ বিভিন্ন স্থানত চলি আছে।
Ane Media ৰ পৰিচালন সঞ্চালক Mr. Sappu Sahu ৰ লগত জনপ্ৰিয় অভিনেতা সীদ্ধাৰ্থ শৰ্মা (KKদা) বিশেষ বাৰ্তালাপ - মিচিং চলচ্চিত্ৰ MIRO-2ৰ চিত্ৰগ্ৰহন স্থলিত।

27/11/2024

#এইবাৰ জোনাইত WhatsAppৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে চলাইছে বৃহৎ মায়া জাল।
@আপুনি বাৰু WhatsApp ব্যৱহাৰ কৰে নেকি ? তেন্তে সাৱধান হ’ব।
আপোনাৰ সাধাৰণ এটা ভূলৰ বাবে আপুনি হৈ পৰিব পাৰে সৰ্বশান্ত।
@সাধাৰণ জনতা, ব্যৱসায়ী, কৰ্মচাৰী, সাংবাদিক সকলো এতিয়া পৰিছে চাইবাৰ অপৰাধীৰ কৱলত।




26/11/2024

মিচিং স্পৰ্ট কাৰনিভেলৰ সফল উদযাপনৰ বাবে গোগামুখ মৰ্নিং এফচিৰ উদ্যোগত বহা ঠাইৰ সুন্দৰ ব্যৱস্থা।

Address

Ganeshguri, KahiLipara Road, North Lakhimpur, Silapathar
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Mising LUTAD posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mising LUTAD:

Videos

Share