গৰু-গাহৰিৰ ৰাজনীতি বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক আহব্বান নেমছুৰ।
মঙ্গলদৈত ভয়াবহ পথদুৰ্ঘটনা।
ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে কলে- ২০০৬ চনৰ আগৰ বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব চৰকাৰে।
অনতিপলমে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ভূপেন বৰাৰ
পিছুৱালে পঞ্চায়ত নিৰ্বাচন।
ন্যায়ালয়ত উলমি আছে পঞ্চায়ত নিৰ্বাচনৰ ভৱিষ্যত।
মেট্ৰিক পৰীক্ষাৰ পিছতহে হব পঞ্চায়ত নিৰ্বাচন।
★ভেন্সাৰ স্কুলৰ বাবে ভাল খবৰ।
★২০০৬ চনৰ আগত প্ৰতিষ্ঠা হোৱা বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিবলৈ প্ৰস্তুত হৈছে চৰকাৰ।
★ তিনিজনীয়া কেবিনেক চাব কমিটিয়ে এমাহৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন।
★খুচুৰা দোকানীৰ পৰা মহলদাৰে লব নোৱাৰিব কোনো টেক্স।
★ অংগনাবাড়ী, মধ্যাহ্নভোজন ৰান্ধনীৰ বাবেও চৰকাৰে লৈছে মাননি বৃদ্ধিৰ সিদ্ধান্ত।
#HimantaBiswaSarma #assamcabinet
#assamnews #BreakingNews #highlightseveryone #highlightseveryonefollowers #voiceofassam
কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
কাজিৰঙাৰ পৰা মুখ্যমন্ত্ৰী লাইভ
কাজিৰঙাৰ পৰা মুখ্যমন্ত্ৰী লাইভ
অখিলৰ মতে কংগ্ৰেছ নচলে। ডেডলাইনক লৈ ভূপেন বৰাই কলে- পঞ্চায়তত মিত্ৰতা নহয়।
পিতা-পুত্ৰৰ কণ্ঠত
খগেন মহন্তৰ "কলৰে পাততে কাউৰী পৰে..."
সৌজন্যঃ Jitendra jeet musical
কয়লা খনিত নিহত শ্ৰমিকক লৈ অস্থিৰ কংগ্ৰেছ।
কয়লা খনিত নিহত শ্ৰমিকক লৈ অস্থিৰ কংগ্ৰেছ।
উমৰাঙছুৰ কয়লা খনিৰ দুৰ্ঘটনা লৈ ভূপেন বৰাৰ গুৰুতৰ অভিযোগ। অবৈধ কয়লা চিণ্ডিকেটৰ লগত জড়িত হিমন্ত চৰকাৰ।