Sambad24

Sambad24 SAMBAD24 news portal (Swarnalipi24/7) Assam has access to significant resources for sustainability.

ABOUT US
"With great power, there must also come great responsibility! —Stan Lee." As a news channel and a digital platform (video, content, and hardcover), we aim to provide our audience with trustworthy and valid information on time. We understand the importance of journalism as an essential pillar of democracy, and we desire to support the principles of objectivity, impartiality, and truthfulne

ss when reporting the news. Our team comprises experienced journalists committed to maintaining ethical standards and providing unbiased coverage of the events that impact our world. We believe every member of the society has a right to receive truthful information, so we dedicate ourselves daily to providing just that. We recognize the media's power in shaping public opinion and, therefore, take our responsibility seriously to ensure that we report facts, not opinions. Whether breaking news, headlines, in-depth analysis, or any podcast, we ensure that all our reports are credible, fact-checked, and delivered with integrity.

অসমৰ বিশিষ্ট কবি অনুভৱ তুলসীৰ (প্ৰকৃত নাম ডিম্বেশ্বৰ শইকীয়া) আজি পুৱা ১০.৩০ বজাত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান...
01/07/2025

অসমৰ বিশিষ্ট কবি অনুভৱ তুলসীৰ (প্ৰকৃত নাম ডিম্বেশ্বৰ শইকীয়া) আজি পুৱা ১০.৩০ বজাত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬৮ বছৰ হৈছিল৷
সংবাদ২৪-ৰ তৰফৰপৰা তেওঁৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ আৰু পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ...

19/06/2025

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি ডিব্ৰুগড়ত এক ব্যতিক্ৰমী ঘোষণা কৰিলে৷
∆ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আৰ্হিত প্ৰতিখন জিলাতে হ’ব কাৰ্যালয়৷

18/06/2025

ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত এভূমুকি

Its a pride for Assam that Miss  Pratyasha Kalita from Rudrasagar in Sivasagar district Assam has been appointed as a So...
16/06/2025

Its a pride for Assam that Miss Pratyasha Kalita from Rudrasagar in Sivasagar district Assam has been appointed as a Software Engineer (SWE-III) at Google's Ireland office. Meanwhile, she has joined her office recently.

She is the daughter of Dr. Prafulla Chandra Kalita, Registrar of newly established Sivasagar University (earlier Principal of Sibsagar College, Joysagat ) and Mrs. Baby Kalita, a senior teacher at Gaurisagar Higher Secondary Industrial Institute, Sibsagar.



অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে সভাৰ কেবাটাও প্ৰস্তাৱ প্ৰসংগত আজি দিছপুৰৰ সচি...
10/06/2025

অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে সভাৰ কেবাটাও প্ৰস্তাৱ প্ৰসংগত আজি দিছপুৰৰ সচিবালয়ত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগক সাক্ষাৎ কৰে৷ সভাৰ সভাপতি ড° গোস্বামীক প্ৰধান সম্পাদক দেৱজিৎ বৰা আৰু অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈয়ে সহযোগিতা কৰে আৰু প্ৰতিনিধিবৰ্গক বিত্তমন্ত্ৰীয়ে যথাবিহীত ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে৷ সাক্ষাৎ কালত বিত্ত বিভাগৰ সচিব দিলীপ বৰাও উপস্থিত থাকে৷

07/06/2025

Address

Jyotinagar
Guwahati
781021

Alerts

Be the first to know and let us send you an email when Sambad24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sambad24:

Share