News Bharati NE

News Bharati NE Official page of News Bharati Ne. Keep watching & stay ahead!

অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা এক্টিভ হৈ আছে এই সকলেই কংগ্ৰেছৰ পোষ্টত লাইক, কমেণ্ট কৰি থাকে- হিমন্ত...
10/06/2025

অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা এক্টিভ হৈ আছে
এই সকলেই কংগ্ৰেছৰ পোষ্টত লাইক, কমেণ্ট কৰি থাকে- হিমন্ত বিশ্ব শৰ্মা

10/06/2025

প্ৰকৃতি ৰক্ষাৰ নামত ৰাজনীতি: এয়া প্ৰকৃতি ৰক্ষাৰ আন্দোলন নে ৰাজনৈতিক এজেণ্ডা?

09/06/2025

মই প্ৰথমে এগৰাকী অসমীয়া, তাৰ পাছতহে এজন মুখ্যমন্ত্ৰী : -হিমন্ত বিশ্ব শৰ্মা

09/06/2025

বাংলাদেশী বিতাড়নক লৈ কঠোৰ মুখ্যমন্ত্ৰী

09/06/2025

সোণমে কেনেকৈ হ*ত্যা কৰিছিল স্বামীক?
মেঘালয়ৰ গৃহমন্ত্ৰীৰ সংবাদমেল

নিষিদ্ধ গো-মাংসক কেন্দ্ৰ কৰি ৰাজ্যৰ কেবাটাও প্ৰান্তত উত্তপ্ত পৰিস্থিতি। হিন্দু অধ্যুষিত এলেকাত দুস্কৃতিকাৰীয়ে পেলাই থৈ গ...
08/06/2025

নিষিদ্ধ গো-মাংসক কেন্দ্ৰ কৰি ৰাজ্যৰ কেবাটাও প্ৰান্তত উত্তপ্ত পৰিস্থিতি। হিন্দু অধ্যুষিত এলেকাত দুস্কৃতিকাৰীয়ে পেলাই থৈ গ'ল গো-মাংস। একাধিক স্থানত অনুৰূপ ঘটনা।

08/06/2025

🛑 সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ চানীদুল ইছলাম ওৰফে চানী ভাই
🛑 বকোৰ পথালিপাৰাৰ চানীদুল ইছলাম ওৰফে চানী ভাইক গ্ৰেপ্তাৰ বকো আৰক্ষীৰ
🛑 কেইদিনমান পূৰ্বে ইনষ্টাগ্ৰামত বিতৰ্কিত মন্তব্য কৰিছিল চানীদুল ইছলামে

07/06/2025

জীৱ হ*ত্যা আৰু বকৰি ঈদ : ধৰ্মীয় পৰম্পৰা বনাম কৰুণাময়ী চিঞৰ

প্ৰসংগঃ যুৱ অধিবক্তা নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যু। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক ঘটনাৰ উচিত তদন্তৰ আহ্বান। 'X' যোগে আ...
07/06/2025

প্ৰসংগঃ যুৱ অধিবক্তা নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যু। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক ঘটনাৰ উচিত তদন্তৰ আহ্বান। 'X' যোগে আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী কনৰাড চাংমাক ঘটনাত হস্তক্ষেপ বিচাৰি সামাজিক মাধ্যমত পোষ্ট।

06/06/2025

গোপীনাথ বৰদলৈ নাথাকিলে আজি অসম ভাৰতৰ লগত নাথাকিলহেঁতেন
— চৰ্দাৰ বল্লভ ভাই পেটেল

06/06/2025

মহান বীৰযোদ্ধা, হিন্দু হৃদয় সম্ৰাট শত্ৰপতি শিৱাজী মহাৰাজৰ অদম্য সাহস আৰু অতুলনীয় দেশপ্ৰেম প্ৰতিগৰাকী হিন্দুৰ বাবে প্ৰেৰণাৰ প্ৰতীক। তেখেতৰ অসীম বীৰত্ব আৰু অপ্ৰতিৰোধ্য যুদ্ধ কৌশল দেশৰ ইতিহাসত সদায়েই সোণালী আখৰেৰে জিলিকি থাকিব।

#হিন্দু_সাম্ৰাজ্য_দিৱস

06/06/2025

আমেৰিকা, তুৰ্কী, চীনৰ বিশ্ববন্দিত অস্ত্ৰক পাকিস্তানৰ মাটিতে ধ্বংস কৰা ভাৰতীয় স্বদেশী প্ৰযুক্তিৰ অস্ত্ৰক ঝুমলা বুলি একালত সমালোচনা কৰিছিল ভাৰতৰে একাংশ নেতা- সাংবাদিকে৷

Address

Alok Bhawan
Guwahati
781009

Alerts

Be the first to know and let us send you an email when News Bharati NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Bharati NE:

Share

NEWS BHARATI NE

https://newsbharatine.com/

This is the official page of NEWS BHARATI NE , the most-watched WEB PORTAL in the North-east. https://newsbharatine.com/