Barneel Akash

Barneel Akash This page is created for Historical information about Assam and North-East and for infotainment purpose

01/12/2024

গুৱেৰ্ণিকাৰ উদ্যোগত
হিমাংশু প্ৰসাদ দাস আৰু প্ৰণামী বৰাৰ তত্বাবধানত
আৱাসিক নাট কৰ্মশালা

তাৰিখ:১২ ডিচেম্বৰ২০২৪ পৰা ২৪ ডিচেম্বৰ ২০২৪ লৈ
স্থান: আৰ্টিষ্ট ফেক্ট'ৰী (মিৰ্জা, আমৰঙা)
বয়স:১৬ বছৰৰ উৰ্দ্ধত
ভৰ্ত্তি মাচুল:৫৫০০.০০টকা
(ছাত্ৰ - ছাত্ৰী সকলক থকা, খোৱা তথা অধ্যয়নৰ সমস্ত সঁজুলি দিয়া হ'ব)
#কৰ্মশালাৰ অন্তত এখন নাট মঞ্চস্থ কৰা হ'ব
যোগাযোগ:7002510976

12/09/2024
05/09/2024
24/08/2024
21/08/2024

#জয়_হনুমেন চিনেমা খনৰ প্ৰথমটো গান। এনে হ'লে কেনে হয়?
Instagram ত আজিৰ পৰা উপলব্ধ হৈছে ।ৰাহুল গৌতম শৰ্মাৰ কথা আৰু পৰাণ বৰকটকীৰ সুৰ আৰু সংগীত ব্যৱস্থাপনাৰে এটা মিঠা মিঠা লাগি যোৱা গান।নতুন প্ৰজন্মৰ দুজন প্ৰতিভাশালী কণ্ঠ শিল্পী প্ৰবীণ বৰা আৰু নীলাক্ষি নেওঁগৰ কণ্ঠত।শুনি জনাব, কেনে পালে?

https://www.instagram.com/reels/audio/1218195002827551/

27/07/2024
22/07/2024
You r right Guruji 🙏
12/07/2024

You r right Guruji 🙏

সেউজীয়া সপোনবোৰ বুটলি,          লুইতৰ সুৰত নিজৰ কণ্ঠেৰে ভাষা বিলাই......                বিশ্ব বিদ্যালয়ৰ এনে সুন্দৰ বাৰ...
06/07/2024

সেউজীয়া সপোনবোৰ বুটলি,
লুইতৰ সুৰত নিজৰ কণ্ঠেৰে ভাষা বিলাই......
বিশ্ব বিদ্যালয়ৰ এনে সুন্দৰ বাৰ্তাত
গৌৰৱ অনুভৱ কৰিছোঁ।
জীৱন জিন্দাবাদ 🙏😊

Address

Guwahati

Telephone

+917635998313

Website

Alerts

Be the first to know and let us send you an email when Barneel Akash posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share