Dhruba Jyoti Axom

11/05/2024

অচমিয়া জাতীয় চংগীত.....

I have reached 500 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
01/09/2023

I have reached 500 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

19/05/2023

কাজিৰঙা নোহোৱাকৈ গুৱাহাটীতে বনৰীয়া হাতী চাই আছোঁ ।

12/05/2023

হাঁহি মেইন্ 🤣🤣🤣🤣

12/05/2023
12/05/2023

মঞ্চৰ সন্মুখত মোক দেখি ৰব নোৱাৰিলে 🤣

03/05/2023

দুয়োগৰাকী শিল্পীৰ Live অনুষ্ঠান এটি চাবলৈ মন আছে ♥️

23/04/2023

I've received 1,900 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

14/04/2023

গৰু বিহুৰ শুভেচ্ছা জনালোঁ 🐄

07/03/2023

ৰাতিপুৱা Alarm বন্ধ কৰা সহজ উপায় 🕞

28/02/2023

মাল্টি টেলেণ্ট 😁😁😁😁

10/02/2023

যুব বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তজিলা স্বৰ্ণকাপ ভলিবল প্ৰতিযোগিতাৰ আজি মুকলি হোৱা থিম চং টোৰ লগত প্ৰতিযোগিতাৰ খনৰ প্ৰস্তুতিৰ কিছু মূহুৰ্ত সংযোজন কৰিলোঁ ।

01/02/2023

মানুহ ইমান লেতেৰা কেনেকৈ হব পাৰে 🥲

অসমীয়া সমাজ এটা কথা আছে ঢ়েঁকীত বহিব নাপায় !  কাৰণটো কি বাৰু ??
08/01/2023

অসমীয়া সমাজ এটা কথা আছে ঢ়েঁকীত বহিব নাপায় !
কাৰণটো কি বাৰু ??

24/12/2022

অসম সাহিত্য সভাৰ নতুন সভাপতি
ডঃ সূৰ্য হাজৰিকা ।
অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏

আব্দুল খালেক ডাঙৰীয়াই কোৱা কথাটো হয় ।মেছি অসমৰে হয় Just গুৱাহাটী আহি পায় বৰপেটা যাবলৈ আটো বিচাৰি আছে ।
19/12/2022

আব্দুল খালেক ডাঙৰীয়াই কোৱা কথাটো হয় ।
মেছি অসমৰে হয় Just গুৱাহাটী আহি পায় বৰপেটা যাবলৈ আটো বিচাৰি আছে ।

আমাৰ ফালে এইটো উখুনি বুলি কয় !! আপোনালোকৰ ফালে কি কয় ???
18/12/2022

আমাৰ ফালে এইটো উখুনি বুলি কয় !!
আপোনালোকৰ ফালে কি কয় ???

02/12/2022

নতুন Technology ৰাস্তা চাওঁক ।।

29/11/2022

প্ৰথমে জানি লওঁক নাচনীটো লৰা ।
বিহু নাচি থকা আটাইকেইজন অসমৰ BSF জোৱান । আৰু এয়া আজি 29-11-2022 তাৰিখ মঙ্গলবাৰ জম্মু কাশ্মীৰৰ BSF কেম্পৰ দৃশ্য 🙏🙏
Prag News Pratibimba Live Khatang Khobor News Daily 24 News18 Assam & NE

26/11/2022

নেছৰ- North East Students' Organization, (NESO), ত্ৰিপুৰাত অনুষ্ঠিত তিনিদিনীয়া অধিৱেশনৰ শেষৰ দিনটো ।

Like comment ৰ কাৰণে এইটো পোষ্ট কৰা নাই । কেৱল আপুনি পঢ়ক আৰু জানক ।। #প্ৰত্যেক_বছৰে_লাচিত_দিৱসৰ_এই_শুভ_দিনটোত_বীৰ_লাচিত...
24/11/2022

Like comment ৰ কাৰণে এইটো পোষ্ট কৰা নাই । কেৱল আপুনি পঢ়ক আৰু জানক ।।

#প্ৰত্যেক_বছৰে_লাচিত_দিৱসৰ_এই_শুভ_দিনটোত_বীৰ_লাচিত_বৰফুকনৰ_বীৰত্বৰ_বিষয়ে #মোৰ_এই_লিখনিটো_আগবঢ়াই_দিওঁ ।


তেতিয়া ১৬৬৫চনৰ কথা কোন হব বৰফুকন ।
এই এটা ডাঙৰ প্ৰশ্ন ৰজা চক্ৰধ্বজ সিংহয় তেওঁৰ ৰাজসভাত উত্থাপন কৰে । তেতিয়া সকলোৰে দৃষ্টি এজনৰ ওপৰত পৰিল লাচিত , লাচিত হব আজিৰ পৰা বৰফুকন ।এই ঘোষণা হোৱাৰ পিছৰ পৰাই লাচিত অসমীয়া সেনাৰ মুখ্য সেনাপতি হোল ।
বৰফুকন উপাধি অসমীয়া সেনাৰ খিতাপ আছিল । সেই সময়ত সেনা সকলোৰ দায়িত্বত ভাৰ দিয়া পদ্ধতিটো এনেকুৱা আছিল
ডেকা......১০ জন সৈনিক মুৰব্বী।
বৰা......২০ জন ,, ,, ,, ,, ,, ,,।
শইকীয়া.....১০০ জন ,, ,, ,, ,, ,, ,।
হাজৰিকা....১০০০জন ,, ,, ,, ,, ,,।
ৰাজকোঁৱৰ....৩০০০ জন ,, ,, ,, ।
ফুকন .........৬০০০ জন সৈনিকৰ দায়িত্বত লৈছিল ।
আৰু এইসকলোবোৰৰ মুখ্য দায়িত্ব লৈছিল বৰফুকনে ।আৰু সেই বৰফুকনৰ অধিকাৰী আছিল লাচিত ।

লাচিতৰ বৰফুকনৰ বিষয়ে আৰু অধিক জানিবলৈ আহক আমি ইতিহাসৰ পাঠলুটিয়াও ।
■■■■■■■■■■■■■■■■◆◆■◆◆◆◆◆◆১২২৮চনত অসমত তাই আহোম সংস্থাপিত হৈছিল আৰু সেই সময়ত খিলজী ,টুঘল ,লোধী, বেংগল চুলতানৰ আক্ৰমনক সফল ভাৱে প্ৰতিহিত কৰিছিল ।
কিন্তু ১৬৩৮ চনত মোগলৰৰ এটা ভয়ঙ্কৰ আক্ৰমণত পৰাজয় হৈ বহুত আৰ্থিক হানিৰ সন্মুখীন হব লগা হৈছিল ।ইমানতে শান্ত নাথাকি
আকৌ ১৬৬১চনত ঔৰংগজেৱে অসম আক্ৰমণ কৰিবলৈ আদেশ দিলে ।আৰু এইটো আক্ৰমণত ওঁ আহোমৰ ৰজা জয়ধ্বজ সিংহ পিছুৱাই আহিব লগা হৈছিল ।
ফলত পূৰ্বাঞ্চলৰ এটা বৃহৎ অংশ হেৰুৱাব হৈছিল । লগতে হেৰুৱাব লগা হৈছিল ভূমি, ধন, যুদ্ধৰ হাতী, ঘোঁৰা,আনকি তেওঁৰ ৬বছৰীয়া জীয়ৰীওঁ মোগলৰ হাতত অৰ্পণ কৰিব লগা হৈছিল ।
এই পৰাজয় আৰু অপমান তেওঁ সয্য কৰিব পৰা নাছিল তেওঁ মানসিক ভাৱে বৰ বেয়াকৈ ভাগি পৰে ফলত তেখেতৰ মৃত্যু হয় ।
ইয়াৰ পিছত চক্ৰধ্বজ সিংহ ৰজা হয় । ইয়াৰ পৰাই আৰম্ভ হয় বীৰ লাচিতৰ বীৰত্ব পাতনি ।
লাচিত বৰফুকনৰ জন্ম হয় ১৬২০চনত । তেওঁৰ পিতৃ মোমাই তামুলী বাবৰু ৰাজ্যৰ এজন উচ্চ পদৰ অধিকাৰী আছিল । লাচিত সৰুৰে পৰা ৰাজকীয় কাম বোৰত বৰ আগ্ৰহী আছিল ।
লাচিতৰ নিজৰ পৰিশ্ৰম আৰু পৰাদৰ্শিতাৰ বাবে অতি কম বয়সতে ৰাজ্যৰ বহু কেইটা উচ্চ পদত তেওঁক অধিষ্ঠিত কৰিছিল ।
আনকি তেওঁ ৰজাৰ সুৰক্ষা ব্যৱস্থাৰ মুখ্য দায়িত্বত ওঁ পাইছিল । পিছত লাচিত - বৰফুকন হোল ।
বৰফুকন হোৱা পিছত লাচিত বৰফুকনে বহুত প্ৰত্যাহ্বান সন্মুখীন হৱ লগা হৈছিল । মোগলৰ বিশাল সেনা যাৰ লগত আছিল চাইস্তা খান আৰু দিলেৰ খানৰ দৰে শক্তি শালী সেনাপতি ।
কিন্তু অসমীয়া সেনাইওঁ যুদ্ধ প্ৰস্তুতি চলাই আছিল ।ইয়াৰ উপৰিও নতুন সেনা ভৰ্তি ,অশ্ৰ নিৰ্মাণ ,জল সেনাৰ বাবে নাওঁ নিৰ্মান ,বৰতোপ নির্মাণ ,মজবুত ৰক্ষা কৱচ ,সৈনিক সকলোৰ যুদ্ধ কৌশল চলাই আছিল ।কিন্তু এই ৰণনীতি প্ৰস্তুতি মোগলে একো গমে পোৱা নাছিল ।বৰঞ্চ অসমীয়াই মোগলৰ লগত মিছা বন্ধুত্বতৰ সম্পৰ্ক হে বজাই ৰাখিছিল । এইটো অসমীয়া ৰাজনীতিৰ এটা সফল উদাহৰণ ।
১৬৬৭ চনত গুৱাহাটীৰ মোগলৰ ৰজা ৰছিদ খানক আঁতৰাই ফিৰোজ খানক দ্বায়িত্ব দিলে ফিৰোজ খান বৰ অত্যাচাৰী আৰু চৰিত্ৰ হীন আছিল।তেওঁ আহোমৰ ৰজা চক্ৰধ্বজ সিংহক অসমীয়া ছোৱালী বোৰ তেওঁৰ ওচৰলৈ পঠাই দিবলৈ আদেশ দিলে ।এই কথাষাৰ শুনাৰ লগে লগে অসমীয়াৰ তেজ গৰম হৈ গৈছিল ।আৰু মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হাত হেংদাং লৈ বাঘ, সিংহৰ দৰে গৰজি উঠিছিল।আদেশ পালেই যুঁজিবলৈ উদ্যত হৈ আছিল অসমীয়া বীৰ সকল ।অৱশেষত মোগক ভয়ংকৰ আক্ৰমণ কৰিলে ।কিন্তু গুৱাহাটী মোগলৰ পৰা মুক্ত কৰিব নোৱাৰিলে । কাৰণ অসমীয়া সেনাত ঘোঁৰা সেনাৰ অভাৱ আছিল ।গতিকে ঘোঁৰা সেনা অবিহনে যুদ্ধ কৰা বৰ কঠিন আছিল ।
কিন্তু গুৱাহাটী উদ্ধাৰ কৰিম বুলি লাচিতে শপত খাইছিল । আৰু বাৰে বাৰে সুযোগ বিচাৰি আছিল এদিন ৰাতি আন্ধাৰৰ সুযোগ লৈ বাঘ হাজৰিকাৰ নেতৃত্বত ১০-১২জন মান চিপাহীয়ে মোগলে ইটাকুলিত যুদ্ধৰ বাবে সাজু কৰি ৰখা বাৰতোপ বিলাকত পানী ভৰাই দিয়ে যাৰ বাবে সেইবিলাক অচল হৈ পাৰে ।আৰু পিছদিনা ৰাতিপুৱা লাচিতে সৈন্য সেমন্ত লৈ মোগলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে আৰু গুৱাহাটীক মোগল মুক্ত কৰে ।
যেতিয়া এই খবৰ ওৰাংগজেৱে পাই তেতিয়া খঙত জ্বলি উঠে আৰু ৰাম সিঙ ক ৭০ হাজাৰ সৈনিকৰ বিশাল সেনা দল লগত দি অসম আক্ৰমণ কৰিব পঠাই ।লাচিতেওঁ হাতসাৱটি বহি থকা নাছিল মোগলক উচিত প্ৰত্যুওৰ দিবলৈ উঠি পৰি লাগিছিল ।হাতত কম সময় থকা হেতুকে একে ৰাতিতে গঁড় নিৰ্মাণ কৰিছিল আৰু এই গড় নিৰ্মাণ কাৰ্যত লাচিতৰ নিজৰ মোমায়েকে হেমহি কৰাৰ অপৰাধত কাটি দুটুকুৰা কৰিছিল ।
লাচিতে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয় । এই ঘটনাৰ বাবে লাচিত বৰফুকন তেওঁৰ সৈনিক সকলৰ দৃষ্টিত এজন বীৰ সাহসী নিষ্ঠাবান জাতিপ্ৰেমি বীৰ সেনাপতি হিচাপে প্ৰতিপন্ন হৈছিল ।তেতিয়াই অসমীয়া অনুমান কৰিছিল যে মোগলৰ লগত যুদ্ধ কৰা অসম্ভৱ নহয় ।
তেতিয়া লাচিতৰ শক্তিৰ উমান পাই ৰাম সিঙে এক কু-অভিসন্ধি ৰচনা কৰিলে ।কিছুমান জাতিদ্রোহী মুখ্য সেনাক ধনৰ লোভ দি মোগলৰ ফালিয়া কৰি লৈছিলে ।
আৰু সেই সকলে মোগলৰ লগত মুকলিকৈ যুদ্ধ কৰিবলৈ ৰজা চক্ৰধ্বজ সিংহক উচটনি দিছিল ।এইফালে মোগল মুকলিকৈ যুদ্ধ কৰিবলৈ আহ্বান জনাইছিল । কিন্তু লাচিতে জানে যে মুকলিকৈ যুদ্ধ কৰাটো সম্ভৱ নহয় কিয়নো মোগলৰ লগত শক্তি শালী ঘোঁৰা সেনা আছে আৰু সেয়া অসমীয়াৰ নাই । কিন্তু ৰজাই লাচিতৰ কথাত গুৰুত্ব নিদি যুদ্ধ কৰিবলৈ আদেশ দিলে ।তেতিয়া ১৬৬৯ চন আলবৈ যুদ্ধ পথাৰত যুদ্ধৰ দামাদ বাজিল । ফলত আহোম সেনাৰ পৰাজয়ৰ সন্মুখীন হৱ লগা হোল ।আৰু লাচিতৰ ১০হাজাৰত কৈওঁ অধিক সেনাৰ মৃত্যু হৈছিল । যুজি যুজি নিজক আত্মা ৰক্ষা কৰি পৰা বাবে লাচিত জীয়াই থাকিল আৰু ৰাজ্য খনক ওঁ কিবাকৈ ৰক্ষা কৰি ৰাখিলে । দুর্ভাগ্যবশত ১৬৭০ চনত ৰজা চক্ৰধ্বজ সিংহৰ মৃত্যু হয় ।তাৰ পাছত উদয় আদিত্য সিংহ নতুন ৰজা হয়।১৬৭১ চনত ৰাম সিঙে আকৌ গুৱাহাটী দখল কৰিবলৈ বিশাল নৌ-সেনা লৈ আগবাঢ়ি আহিল । দুৰ্ভাগ্য বশত লাচিত বৰফুকন তেতিয়া জ্বৰত আক্ৰান্ত হৈ বিচনাত পৰি আছিল ,তেওঁ ইমান অসুস্থ হৈ পৰিছিল যে তেওঁ খোজ কাঢ়িব পৰা অৱস্থাতো নাছিল । তেতিয়া ১৬৭১ চনৰ মাৰ্চ মাহ । তেতিয়াই আৰম্ভ হৈছিল শৰাইঘাটৰ যুদ্ধ । ভাৰতবৰ্ষৰ ইতিহাসৰ এইখন আটাইতকৈ ডাঙৰ আৰু ভয়ানক যুদ্ধ ।আৰু এই যুদ্ধ খন ব্ৰহ্মপুত্ৰৰ বুকুত হৈছিল । প্ৰথম অৱস্থাত মোগলল আক্ৰমণত অসমীয়া সেনা পিছুৱাই আহিব লগা হৈছিল ।
যেতিয়া লাচিতে এই খবৰ পালে তেতিয়া তেওঁ কবিৰাজ ,জ্যোতিষীৰ কথা অৱজ্ঞা কৰি যুদ্ধ কৰিবলৈ সাজু হোল তেওঁ কৈছিল .....যদি মই অকলেওঁ যুঁজ দিব লগা হয় তেতিয়াওঁ যুদ্ধ কৰিমে ।
সেইখিনি সময়ত কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰি বিস্তীৰ্ণ এলেকাজুৰি তুমুল যুদ্ধ চলি আছিল ।
লাচিত বৰফুকন যুদ্ধ ক্ষেত্ৰত উপস্থিত হোৱাৰ খবৰ পোৱাৰ লাগে লাগে অসমীয়া সেনাই সৰ্বশক্তি প্ৰায়েগকৰিলে । সেই যুদ্ধত অসমীয়া সেনাই আধুনিক পানীত চলা বৰতোপ ব্যৱহাৰ কৰিছিল ।অসমীয়া সেনাৰ নাওঁ যদিও মোগলৰ বিশাল নাওঁতকৈ বহু সৰু আছিল কিন্তু বহুত বেগী আৰু ভয়ংকৰ আছিল। মোগলৰ বিশাল নাওঁ বিলাক দুই ফালৰ পৰা ঘেৰি ধৰিছিল ।মোগলৰ নাওঁত অসমীয়া সেনাই প্ৰৱেশ কৰি মোগলাক এফালৰ পৰা কাটি গৈছিলে ।মোগলৰ চৰ্দাৰ মুন্নাৱাৰ খানকওঁ নাওঁ ভিতৰতে কাটি টুকুৰা টুকুৰ কৰিছিল ।
যুদ্ধ খন সন্ধিয়া পৰলৈ চলিছিল ।
এই যুদ্ধত মোগলৰ ২০ হাজাৰতকৈ অধিক সেনাৰ মৃত্যু হৈছিল ।আৰু বাছি থকা কেইজন মানাহ নদীৰ পাৰলৈ পলাই গৈছিল ।
দুখৰ বিষয় এই যুদ্ধৰ কেইদিনমান পিছতে ১৬৭১ চনত বীৰ সেনাপতি লাচিত বৰফুকনৰ মৃত্যু হয়।
আৰু সেইদিনটো অসমৰ ইতিহাসৰ আটাইতকৈ দুখৰ দিন আছিল।
মোগলে অসমৰ বীৰসকল মৃত্যু আৰু বুঢ়া হোৱা বুলি অনুমান কৰি ১৬৮২ চনত আকৌ অসম আক্ৰমণ কৰিব আহিছিল ।মোগলে অনুমান কৰিব পৰা নাছিল যে অসমত হাজাৰ ,হাজাৰ বীৰ লাচিতৰ জন্ম হৈ আছিল বুলি । তাৰ প্ৰমাণ হিচাবে ১৬৮২ চনৰ যুদ্ধত মোগলাক খেদি খেদি কটাইছিল ।তেতিয়াৰ পৰা আৰু অসমৰ ফালে মোগলে এবাৰো ঘূৰি নাচালে । এইখন আছিল শেষ যুদ্ধ।
বীৰ লাচিত বৰফুকন ।
অটন বৰগোঁহাই ।
বাঘ হাজৰিকা ।
আৰু বীৰ সেনা সকলোৰ বাবে আমি অসম নামৰ এখন ৰাজ্য পাইছো ।অসমীয়া বুলি বিশ্বত পৰিচয় দিব পাৰিছোঁ ।অসমীয়াগিৰি কৰিব পাৰিছোঁ ।তেন্তে আহক 24 November আমি লাচিত দিৱসৰ মহা উদযাপন কৰোঁ ।
* জয় আই অসম *
ধ্রুৱজ্যোতি অসম

20/11/2022

সদৌ অসম ছাত্ৰ সন্থাৰ লক্ষীমপুৰ সাধাৰণ সভাৰ সাংস্কৃতিক শোভাযাত্ৰা যাত্ৰা 🙏🙏

I've just reached 300 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
15/11/2022

I've just reached 300 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

15/11/2022

শুৱালকুছি ৰাসৰ বিশেষ ফায়াৰ ফুচকা 🔥🔥

শুৱালকুছি ৰাসত ফায়াৰ ফুচকা 🔥🔥
15/11/2022

শুৱালকুছি ৰাসত ফায়াৰ ফুচকা 🔥🔥

13/11/2022

জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ( কে কে ) বৰ্তমান বৰ্তমান সম্পূৰ্ণ সুস্থ ।।

30/10/2022

প্ৰয়াত নিপন গোস্বামী দেৱৰ সোঁৱৰণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত এনে নৃত্য পৰিৱেশন কৰিব দিয়াটো দূৰ্ভাগ্যজক 🥲

Address

Barlah
Guwahati
781103

Alerts

Be the first to know and let us send you an email when Dhruba Jyoti Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dhruba Jyoti Axom:

Videos

Share

Category

Nearby media companies