𝐀𝐟𝐭𝐚𝐛 𝐁𝐡𝐮𝐲𝐚𝐧

𝐀𝐟𝐭𝐚𝐛 𝐁𝐡𝐮𝐲𝐚𝐧 মন‌ যায়।😌💔

27/04/2024

26/04/2024

Zubeen Garg in HAJO _ MONORE NIJANOT Zubeen Garg

14/04/2024

সকলোকে "Happy Bihu"
আৰু তোমাক,
Tumaku "Happy bihu" aku special nhoi ja toii

My heart right now 🙂
11/01/2024

My heart right now 🙂

ভাল পোৱা মানুহ লাগেবেয়া তো চবেই পায় 😒😉
22/12/2023

ভাল পোৱা মানুহ লাগে
বেয়া তো চবেই পায় 😒😉

10/09/2023

এক কাহী নহয়
এক বস্তা ভাত খালেও শকত নহও
এনেও ক্ষীণ তেনেও ক্ষীণ মই😇💦

04/09/2023

কিছুমান মানুহক মই একো কাৰণ নোহোৱাকৈয়ে দেখিব নোৱাৰো
😒

15/08/2023

গণিতৰ কিতাপত আধা কাম কৰি গুচি যোৱা শ্রমিক সকলকো স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল 🤢

08/08/2023

Single বুলি জানিও মোক কোনেও নপতাই 🙂

27/06/2023

কোন ব্যক্তিৰ লগত ফটো এখন উঠাৰ হেঁপাহ আছে আপোনাৰ 😊

মনত বহুত দুখ তথাপিও হাঁহি হেৰাই নিদিও🍂
26/06/2023

মনত বহুত দুখ তথাপিও হাঁহি হেৰাই নিদিও🍂

22/06/2023

লাগিলে এইবাৰ ৰ'দত পুৰি ছাই হৈ যাম তথাপিও বৰষুণ নিবিচাৰোঁ
🌚

06/06/2023

দুপৰীয়া নোলাবা সোণ ৰ'দত দেহা ক'লা পৰিব
এনেকৈ কোৱা মানুহ নাই কাৰণে আজি মই ক'লা
🌚

05/06/2023

কোনোবা AC থকা ঘৰত

শুবলৈ মাতিবা চোন।
🙂

27/05/2023

Result বেয়া হৈছে বুলি মন বেয়া নকৰিবা,
আমিনো pass কৰি কি বাল কৰিছোঁ
🫂🤧

27/05/2023

ভাইটি ভণ্টি হত
তোমালোকে Arts লবা 😊
তাত নপঢ়িলেও হয়
অকল আপেলৰ চবি হে আকিব দিয়ে 🙂🔪😊

27/05/2023

বাবু মাইনা হত
Arts Science পিছত
লবা
আগতে এটা মোবাইল লোৱা 🥱🙂

26/05/2023

Nibba Nibbi after 10 minutes of relationship,

"মাক তোমাৰ আৰু মোৰ বিয়াৰ কথাটো কব লাগিব"

24/05/2023

জীৱনত আপোন মানুহ কম থাকক কিন্তু বিশ্বাসযোগ্য হওঁক..

জীৱনটো কিবা দোকান নেকি যে ভিৰৰ প্ৰয়োজন??
🌈🙂

23/05/2023

মানুহ বোৰতকৈ স্মৃতি বোৰ হে বেছি বিশ্বাসী..

মানুহবোৰ আতৰি গ'লেও স্মৃতি বোৰে কেতিয়াও লগ নেৰে..
😌🍃

23/05/2023

সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণ থাকে কিয়নো আমি মানুহ হয় ঈশ্বৰ নহয়
🙂

Gang🖤
23/05/2023

Gang🖤

19/05/2023

এই বছৰটোৰো 5টা মাহ সুন্দৰকৈ বৰবাদ😒

________Memories🦋🖤
30/04/2023

________Memories🦋🖤

___________💕
29/04/2023

___________💕

Address

Hajo
Guwahati
781102

Telephone

+919085153580

Website

Alerts

Be the first to know and let us send you an email when 𝐀𝐟𝐭𝐚𝐛 𝐁𝐡𝐮𝐲𝐚𝐧 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 𝐀𝐟𝐭𝐚𝐛 𝐁𝐡𝐮𝐲𝐚𝐧:

Videos

Share

Category

Nearby media companies