Assam Review Master

Assam Review Master My name is Surajit Saikia, And I am here to Review anything, I mean anything.
(2)

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত বুলবুলি চৰাইৰ যুজঁ স-পৰিয়ালে উপভোগ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মুখ্যমন...
15/01/2024

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত বুলবুলি চৰাইৰ যুজঁ স-পৰিয়ালে উপভোগ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত পুনৰ উজ্জীৱিত হল ৬০০ বছৰীয়া পৰম্পৰা ঐতিহাসিক বুলবুলি চৰাই যুজঁ।

Pc: Mridul Pritom Deka(Hajo)

অসমৰ দুই Heart Throb একেলগে 🔥🔥🔥
13/01/2024

অসমৰ দুই Heart Throb একেলগে 🔥🔥🔥

06/01/2024

এনেকৈয়ে এদিন জাতি উদ্ধাৰ হব !
কি সুন্দৰ নৃত্য গ্ৰন্থ মেলাৰ বাকৰিত।

POPULAR IPS officer Anand Mishra Resigns, জনপ্ৰিয় আইপিএছ অফিচাৰ আনন্দ মিশ্ৰই চাকৰি জীৱন ত্যাগ কৰিলে। ২০২৪ চনৰ ১৬ জানুৱা...
26/12/2023

POPULAR IPS officer Anand Mishra Resigns,
জনপ্ৰিয় আইপিএছ অফিচাৰ আনন্দ মিশ্ৰই চাকৰি জীৱন ত্যাগ কৰিলে।
২০২৪ চনৰ ১৬ জানুৱাৰী হব তেওঁৰ চাকৰি জীৱনৰ অন্তিম দিন।

🙄🙄🙄
20/12/2023

🙄🙄🙄

বিজেপি দলৰ জনপ্ৰিয় নেত্ৰী আঙুৰলতা ডেকাই অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী পদৰ পৰা অব্যাহতি ললে।
13/12/2023

বিজেপি দলৰ জনপ্ৰিয় নেত্ৰী আঙুৰলতা ডেকাই অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী পদৰ পৰা অব্যাহতি ললে।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী পদৰ গুৰু দায়িত্ব প্ৰদান শ্ৰীমতী স্বপ্না বণিয়াক । ইয়াৰ পূৰ...
13/12/2023

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী পদৰ গুৰু দায়িত্ব প্ৰদান শ্ৰীমতী স্বপ্না বণিয়াক ।
ইয়াৰ পূৰ্বে সভানেত্ৰী আছিল আঙুৰলতা ডেকা।

12/12/2023
- He doesn't drink alcohol- He doesn't drink soda- He doesn't smoke- He doesn't do drugs- He doesn't have tattoos- Donat...
12/12/2023

- He doesn't drink alcohol
- He doesn't drink soda
- He doesn't smoke
- He doesn't do drugs
- He doesn't have tattoos
- Donate blood
- Donates to charity
- It's not racist
- He feeds himself healthy
- Super Athlete
- Businessman
- Holds 17 Guinness World Records

*Only person in the world with 600 million followers on Instagram 👑
From humble origin, knows what poverty is,
For me one of the best examples Cristiano Ronaldo.

এক অনন্য ৰূপত অখিল গগৈ। ভাওনাত এইদৰে ভাও ললে শিৱসাগৰৰ জনপ্ৰিয় বিধায়ক জনে।
11/12/2023

এক অনন্য ৰূপত অখিল গগৈ। ভাওনাত এইদৰে ভাও ললে শিৱসাগৰৰ জনপ্ৰিয় বিধায়ক জনে।

   #তেজৰ_প্ৰয়োজন    অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস ডাঙৰীয়া গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত থকা এপল' হস্পিটেল( Internation...
11/12/2023


#তেজৰ_প্ৰয়োজন
অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস ডাঙৰীয়া গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত থকা এপল' হস্পিটেল( International) ত ভৰ্তি হৈ আছে। তেখেতৰ বাবে জৰুৰী ভাৱে ৫ ইউনিট O+ তেজৰ প্ৰয়োজন হৈছে।
যদি কোনো লোকে ৰক্তদান কৰিব বিচাৰে, তলত দিয়া নম্বৰত যোগাযোগ কৰি তেখেতক সহায় আগবঢ়ায় যেন🙏🙏।

ৰোগীৰ অভিভাৱক - 9387861768

ট্ৰেক্টৰচালক ইনজামামুল হক হ’ল ৭৬ লাখটকীয়া ৰেঞ্জ ৰভাৰৰ মালিক। ইনজামামুল হকৰ কুপনত হাউলীৰ ৰাস মহোৎসৱৰ প্ৰথম পুৰস্কাৰ।
11/12/2023

ট্ৰেক্টৰচালক ইনজামামুল হক হ’ল ৭৬ লাখটকীয়া ৰেঞ্জ ৰভাৰৰ মালিক। ইনজামামুল হকৰ কুপনত হাউলীৰ ৰাস মহোৎসৱৰ প্ৰথম পুৰস্কাৰ।

অসম জাতীয় পৰিষদৰ উপ সভাপতি পদৰ পৰা জনপ্ৰিয় নেতা দুলু আহমেদৰ পদত্যাগ
25/11/2023

অসম জাতীয় পৰিষদৰ উপ সভাপতি পদৰ পৰা জনপ্ৰিয় নেতা দুলু আহমেদৰ পদত্যাগ

Desh ki Dhadkan 'Rinku Singh'
23/11/2023

Desh ki Dhadkan 'Rinku Singh'

অসমীয়াৰ আশা ভংগ। অসমৰ গৌৰৱ ৰিয়ান পৰাগে স্থান নাপালে ভাৰতীয় দলত। Syed Mustaq Ali Trophyত বিশ্ব ৰেকৰ্ড কৰাৰ পাছতো ভাৰতীয...
20/11/2023

অসমীয়াৰ আশা ভংগ।
অসমৰ গৌৰৱ ৰিয়ান পৰাগে স্থান নাপালে ভাৰতীয় দলত। Syed Mustaq Ali Trophyত বিশ্ব ৰেকৰ্ড কৰাৰ পাছতো ভাৰতীয় দলত স্থান পোৱাৰ পৰা বঞ্চিত ক্ৰিকেটাৰ পৰাগ।
ইয়াৰ কাৰণ কি বুলি ভাৱে আপুনি? Comment কৰি জনাওক।

19/11/2023

মাতৃ ভূমিক প্ৰতিনিধিত্ব কৰা আমাৰ ক্ৰিকেট দলটোৰ এজন Die Hard Fan হিচাপে আজি কৰা বেয়া ফলাফল বেয়া দেখা পাই স্বাভাৱিকভাৱে অত্যন্ত নিৰাশ হৈছোঁ। কিন্তু সমান্তৰালভাৱে তেওঁলোকক ধন্যবাদো জনাব বিছাৰিছো, এই সমগ্ৰ বিশ্ব কাপৰ প্ৰতিখন খেলত সামগ্ৰিকভাৱে কৰা চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে। এইটো সঁচা যে আমাৰ লৰা কেইটাই আজিৰ খেল খনত হাৰিছে, কিন্তু লগতে এইটোও মানি লব লাগিব যে যোৱা দহ খন খেলত আমাক আনন্দ ফুৰ্তি কৰিবলৈও শতাধিক স্মৰণীয় মূহুৰ্তও দেখোন উপহাৰ দিছিল এইটো দলেই।

আজি বাৰু আমাৰ দিন নাছিল, সেয়ে আমি নোৱাৰিলোঁ আৰু অষ্ট্ৰেলিয়া জয়ী হল, কিন্তু সেই বুলি আমি পৰি মৰা বিধৰো নহয় দিয়ক। আমাৰ প্ৰতিজন খেলুৱৈ হৈছে একো একো জন যোদ্ধা আৰু যুঁজি যুঁজি তেওঁলোক ফাইনেলত হাৰিছে, লিগ পৰ্যায়ত হাৰি বাহিৰো হোৱা নাই কিন্তু আমাৰ ভাৰতবৰ্ষৰ এইটো দল।

আপুনি মই বাৰু কিমান দুখ কৰিছো! বুজিব চেষ্টা কৰক তেওঁলোকৰ আমাতকৈ বেছি দুখ লাগিছে কাৰণ তেওঁলোক খেলি খেলি হাৰিছে ষ্টেডিয়ামত উপস্থিত থকা এক লাখ তিৰিছ হাজাৰ সমৰ্থকৰ প্ৰাণচঞ্চল সমৰ্থনৰ মাজত, শব্দৰে হয়টো প্ৰকাশ কৰিব নোৱাৰিব যে কিমান ইচ্ছা আছিল দেশৰ ১৪০ কোটি জনসাধাৰণক তেওঁলোকে বিশ্ব কাপৰ উপহাৰ দিয়াৰ।

এইটো সঁচা যে মনটো বেয়া লাগিছে, কিন্তু এই হতাশাৰ মাজতে আমাৰ খেলুৱৈ কেইজনৰ যুঁজাৰু মানসিকতা দেখি এইটো স্পষ্টভাৱে অনুধাৱন কৰিব পাৰিছো যে আমাৰ দলটোৰ ভৱিষ্যত উজ্বল হব। আমি এদিন হলেও আকৌ বিশ্ব জয় কৰিম এই আশা এতিয়াও এৰি দিয়া নাই, আৰু কেতিয়াও এৰি নিদিও, লগতে জীৱনৰ শেষ মূহুৰ্তলৈকে আমাৰ দলটোকে সমৰ্থন কৰি যাম।

Love You Team India 💐

Babar Azam has stepped down as Pakistan's captain from all 3 formats with immediate effect.Your thoughts?
15/11/2023

Babar Azam has stepped down as Pakistan's captain from all 3 formats with immediate effect.

Your thoughts?

50th ODI hundred for Virat Kohli, and on the biggest stage of them allSachin Tendulkar's 25-year reign as the batter wit...
15/11/2023

50th ODI hundred for Virat Kohli, and on the biggest stage of them all

Sachin Tendulkar's 25-year reign as the batter with the most ODI hundreds has come to an end.

Congratulations, King Kohli 👑

15/11/2023

CM হিমন্ত বিশ্ব শৰ্মাৰ Fan Following চাওঁক অসমৰ বাহিৰত। আচৰিত হয় পৰিব আপুনি।

দুষ্ট চক্ৰই ৰাঘৱ চোৱাৰ নিমন্ত্ৰন দি ভুৱা গ্ৰুপ খুলিছে: জনপ্ৰিয় অভিনেতা যতীন বৰা
09/11/2023

দুষ্ট চক্ৰই ৰাঘৱ চোৱাৰ নিমন্ত্ৰন দি ভুৱা গ্ৰুপ খুলিছে: জনপ্ৰিয় অভিনেতা যতীন বৰা

ৰাইজৰ শিল্পী জুবিন গাৰ্গ এতিয়া সুস্থ 💐
08/11/2023

ৰাইজৰ শিল্পী জুবিন গাৰ্গ এতিয়া সুস্থ 💐

ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলিলে অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে। মোৰ দৃষ্টিত আধুনিক ক্ৰিকেট ইতিহাসৰ আটাইতকৈ সাহসী...
07/11/2023

ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলিলে অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে। মোৰ দৃষ্টিত আধুনিক ক্ৰিকেট ইতিহাসৰ আটাইতকৈ সাহসী ইনিংছ।

27/08/2023

আপুনি পঢ়া মৰমৰ বিদ্যালয় মহাবিদ্যালয় খনৰ নাম অসমীয়াত লিখিবচোন।

চন্দ্ৰযান-৩ৰ অৱতৰণৰ বাবে সাজু ISRO, ব্যস্ত হৈ পৰিছে মহাকাশ বিজ্ঞানীসকল। আপুনিও জনাওক শুভকামনা 💐
23/08/2023

চন্দ্ৰযান-৩ৰ অৱতৰণৰ বাবে সাজু ISRO, ব্যস্ত হৈ পৰিছে মহাকাশ বিজ্ঞানীসকল।
আপুনিও জনাওক শুভকামনা 💐

ফটোত দেখা ৰাজনৈতিক নেতাজন কোন বাৰু?
19/08/2023

ফটোত দেখা ৰাজনৈতিক নেতাজন কোন বাৰু?

18/08/2023

পুৰনি বিজেপি হেঙাৰ হব পাৰিব নে নতুন বিজেপিৰ আগত? হিমন্ত বিশ্ব শৰ্মাৰ আগত কিমান ডাঙৰ Factor ৰাজেন গোহাঞি, সিদ্ধাৰ্থ ভত্ত আৰু অশোক শৰ্মা? বিদ্ৰোহে হিলাব নোৱাৰিব বিজপিৰ খুটা।

ইংৰাজী তথা অসমীয়া ভাষা, সাহিত্য আৰু ব্যাকৰণৰ ওপৰত প্ৰয়াত দেৱেন দত্ত ছাৰৰ আছিল আচৰিত প্ৰভুত্ব। এই সন্দৰ্ভত মোৰ কিছু ব্য...
18/08/2023

ইংৰাজী তথা অসমীয়া ভাষা, সাহিত্য আৰু ব্যাকৰণৰ ওপৰত প্ৰয়াত দেৱেন দত্ত ছাৰৰ আছিল আচৰিত প্ৰভুত্ব। এই সন্দৰ্ভত মোৰ কিছু ব্যক্তিগত অভিজ্ঞতা প্ৰকাশ কৰাৰ এক সাহস কৰিব বিচাৰিছোঁ।
সমগ্ৰ ভাৰত বৰ্ষত ইংৰাজী ভাষাৰ বাণিজ্যিক প্ৰয়োগৰ ক্ষেত্ৰত ড° শশী থাৰুৰৰ জনপ্ৰিয়তাৰ বিষয়ে যিদৰে আপোনালোকৰ বহুজনে জানে, ঠিক তেনেদৰে আপুনি জানিব যে শ্ৰদ্ধাৰ দত্ত ছাৰৰ দৰে ইংৰাজী আৰু অসমীয়াত ভাষাৰ ওপৰত সমানেই দখল থকা ব্যক্তি হয়টো খুব কম আছিল ভাৰত বৰ্ষত, যদিও অসমক বাদ দি দেশৰ বহু লোক সেই বিষয়ে অজ্ঞাত, বিশেষকৈ ইংৰাজী ভাষাৰ ওপৰত থকা তেওঁৰ পাণ্ডিত্যৰ বিষয়ে। ভাষা জ্ঞানৰ সন্দৰ্ভত তেওঁৰ অগাধ দখল দেখিলেই তবাধ মানি গৈছিলো বহু সময়ত। সাংবাদিকতা জীৱনত এনে বহু অভিজ্ঞতা পাৰ কৰিছিলোঁ যেতিয়া মোৰ দৰে হয়টো বহু সাংবাদিকে ছাৰৰ সংবাদ মেল অথবা সমাজৰ পক্ষত তেওঁ লোৱা কোনো ৰাজহুৱা পদক্ষেপৰ বাতৰি কৰাৰ সুবিধা পাইছিলো।
এতিয়াও মনত আছে ছাৰে বহুত দীঘলীয়া Byte)interview(সাক্ষাৎকাৰ) বৈদ্যুতিন সংবাদ মাধ্যমক দিয়াৰ লগতে তেওঁৰ প্ৰেছ মিট বোৰো যথেষ্ট দীঘল হৈছিল। কিন্তু আপুনি আচৰিত মানিব তেওঁৰ সংবাদ মেল বোৰত হওঁক বা লাগিলে তেওঁ সাক্ষাৎকাৰ দিয়াৰ সময়তে হওঁক, শব্দ, বাক্য প্ৰয়োগৰ ক্ষেত্ৰত repetition নাছিল তেওঁৰ। এটা শব্দ, এটা বাক্যকে তেওঁ উৰাই ঘূৰাই কৈ থকা নাছিল কেতিয়াও। তেওঁৰ প্ৰতিটো শব্দ, প্ৰতিটো বাক্য আনটোতকৈ সদায় পৃথক আছিল। ২০১০ চনৰ পাছৰ কথা, সংবাদ মাধ্যমত নতুনকৈ প্ৰবেশ কৰিছিলোঁ সেয়ে মোৰ বাবে সদায় এক কৌতুহুলৰ দৰে আছিল ছাৰৰ বাতৰি কৰিব যোৱাৰ প্ৰতিটো সুযোগ। যিহেতু মই সম্পূৰ্ণ ইংৰাজী মাধ্যমৰ এজন ছাত্ৰ আছিলোঁ আৰু নতুনকৈ অসমীয়া ভাষাত সাংবাদিকতা আৰম্ভ কৰিছিলোঁ, সেয়ে দত্ত ছাৰৰ দৰে এক আলৌকিক ব্যক্তিত্বৰ অধিকাৰীৰ শব্দ ব্ৰহ্মৰ বাণীয়ে মোৰ মনটো সদায় পুলকিত কৰি তুলিছিল, কাৰণ তেওঁ আছিল ইংৰাজী আৰু অসমীয়া ভাষা, সাহিত্য আৰু ব্যাকৰণৰ এজন আজন্ম পূজাৰী আৰু সদা বিশেষ এজন শিক্ষক। তেওঁৰ বাতৰি কৰিব যাম মানেই মই নিশ্চিত হৈ পৰিছিলো যে আজি দুটা নতুন ইংৰাজী অথবা অসমীয়া শব্দ শিকিব পাৰিম।
আমাৰ দৰে নিমাখিত প্ৰাণীৰ কথা বাদেই দিয়ক, মই ভাবোঁ অসমৰ আগশাৰীৰ বহু সাংবাদিক, সাহিত্যিক, বুদ্ধিয়ক লোকেও দত্ত ছাৰৰ ভাষাৰ ওপৰত থকা দখলক শ্ৰদ্ধা কৰিছিল।
আটাইতকৈ ডাঙৰ কথা টো হৈছে, এই বাক্য কেইটা অসমীয়াত লিখোঁতে মই যিদৰে মাজে মাজে, আৰু মোৰ দৰে হয়টো বহু জনে ইংৰাজী দুই এটা শব্দ অন্তৰ্ভুক্ত কৰো, তেনে এক মহাপাপ কোনো কালেই নকৰা যি দুই এজন শব্দৰ মহাৰথী আছিল তাৰে এজন আছিল প্ৰয়াত দেৱেন দত্ত ছাৰ। কোনো দিনেই কোনো সাক্ষাৎকাৰত তেওঁক দেখা নাপালো ইংৰাজী আৰু অসমীয়াক এটা বাক্যত তেওঁ এক লগ কৰি কিবা এটা কোৱা। অসমীয়া কলে তেওঁ অসমীয়াতে বাক্যটো শেষ কৰিছিল, আৰু ইংৰাজী কলে সম্পূৰ্ণ ইংৰাজীতে তেওঁ নিজৰ বাক্যটো শেষ কৰিছিল। প্ৰশ্ন কৰোঁতেও ভয় লাগিছিল তেওঁক 'যদি কিবা এটা ভুল ধৰি দিয়ে প্ৰশ্ন বাক্যৰ ক্ষেত্ৰত?'

ছাৰ আপোনাৰ মৃত্যু আমাৰ বাবে এক বৃহৎ ক্ষতি, অমৰ হওঁক, চিৰ শান্তি লাভ কৰক আপোনাৰ আত্মাই, আপোনাৰ দৰে এজন সুদক্ষ শিক্ষককৰ অনুপস্থিতিয়ে ভাষা সাহিত্যৰ আমাৰ দৰে বহু ছাত্ৰক আজি অকলশৰীয়া কৰিছে।
ঔম শান্তি 🙏

17/08/2023

প্ৰায় ৮৫ বছৰীয়া এজন বৃদ্ধ, মুখত হাঁহি লৈ তেওঁৰ জীৱন সংগ্ৰাম, এক জীয়া কাহিনী, আৰু মই কি শিকিলোঁ আজি....

13/08/2023

টকাৰ মূল্য নাই বুলি যি আপোনাক কয় তেওঁক আপোনাৰ Accountত ৫০ লাখ টকা জমা কৰিবলৈ কওঁক। ৫০০ টকীয়া নোট খনৰ দৰে নিজৰ মূল্য বনাওক আৰু যি আপোনাক বেছি জীৱনৰ বিষয়ে Direction দিয়ে তেওঁক আপোনাৰ জীৱনৰ পৰা Immediate Side কৰক।

12/08/2023

Photo Viral কৰা বন্ধ কৰক। মানুহ মাৰি আছে...

Address

Hatigaon
Guwahati
781038

Telephone

+919954185332

Website

Alerts

Be the first to know and let us send you an email when Assam Review Master posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Review Master:

Videos

Share

Category

Nearby media companies