Adivashi Cuts

Adivashi Cuts Please Like and follow this Page �

03/03/2024

Kobin Hazarika ৰ এটি সুন্দৰ আনুষ্ঠান❤️
়া_এক_ছড়ী

04/01/2024

Goriya re 💚
performed by Kobin Hazarika

Achurjya Borpatra + Sambalpuri
19/10/2023

Achurjya Borpatra + Sambalpuri

Presenting 's ( Music Video) directed by Sachin Baruah starring Achurjya Borpatra and Annanyya Kashyap and composed...

Coming Soon New Assamese Film  ..
17/10/2023

Coming Soon New Assamese Film ..








02/09/2023

ইখনৰ পিছত সিখন অসমীয়া ছবি!

"দাদাগিৰি" য়ো লাগিছে লাইনত মুক্তিৰ অপেক্ষাত…

ইখনৰ পিছত সিখন অসমীয়া ছবিৰ আগমনৰ বাৰ্তাই আমাৰ প্ৰতিগৰাকী অসমীয়াক উৎসাহিত কৰাৰ লগতে সুখী কৰিছে। কিয়নো, অসমীয়া ছবিৰ উত্থানৰ বাবে প্ৰতিগৰাকী চলচিত্ৰ প্ৰেমী ৰাইজে দীৰ্ঘদিনীয়া অপেক্ষা কৰিবলগীয়া হৈছিল। আজি আপোনালোকক আন এখন নতুন অসমীয়া ছবি "দাদাগিৰি" ৰ বিষয়ে জনাব লৈছোঁ।

শেহতীয়াকৈ টিজাৰ মুক্তি লাভ কৰিছে ছবিখনৰ। শ্বুটিং সমাপন হোৱা ছবিখন হৈছে নৱৰস সমৃদ্ধ। একচন, ড্ৰামা, ট্ৰেজেদী আদিৰ ভৰপূৰ সমাৱেশ ঘটোৱা "দাদাগিৰি" ৰ পৰিচালনাৰ লগতে কাহিনী আৰু চিত্ৰনাট্য ডিম্বেশ্বৰ গগৈৰ। বিষয়বস্তু প্ৰবীৰ ৰাজখোৱাৰ। "PR প্ৰডাকচন" ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ শ্বুটিং অসম আৰু মেঘালয়ৰ বিভিন্ন লোকেশ্বনত কৰা হৈছে। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰবীৰ ৰাজখোৱা, মুনমী ফুকন, গীতাৱলী ৰাজকুমাৰী, ৰাজীৱ গোস্বামী, নিৰ্মালী বৰা আৰু কৰবী শৰ্মাই। অতিশীঘ্ৰে মুক্তি লাভ কৰিবলগীয়া গীতটি দীক্ষু শৰ্মাৰ আৰু কৰিঅগ্ৰাফী উদয় শংকৰৰ বুলি জানিব পৰা গৈছে | ইয়াৰ উপৰিও ছবিখনক অন্য এটা মাত্ৰা প্ৰদান কৰিছে ইয়াৰ ফাইট চিন সমূহে। জানিব পৰা মতে "দাদাগিৰি" ৰ ফাইট চিন সমূহ পৰিচালনা কৰিছে নৰ্থ ইষ্টৰ বিখ্যাত ফাইট ডাইৰেক্টৰ প্ৰদীপ ভবেশ এটিচিয়ে।

Address

Zoo Road
Guwahati
781005

Website

Alerts

Be the first to know and let us send you an email when Adivashi Cuts posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other Digital creator in Guwahati

Show All