NB Live

NB Live আপোনাৰ চিন্তাৰে আমাৰ কলম ।

02/02/2025

ডবকা আমবাৰী হৈ দেৱস্থান লৈ যোৱা ৰাস্তাৰ কামত অসন্তুষ্ট নেকি পথচাৰি, চচিয়েল মিডিয়াত ভিডিঅ'পোষ্ট কৰি কি ক'লে ৰাইজে

01/02/2025

📌'বাজেটত নতুনত্ব একো নাই'- প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল

📌ৰাজ্যৰ বানপানী সমস্যাৰ প্ৰসংগ নাই, সংখ্যালঘুৰ বাবে বিশেষ একো নাই।

📌বিহাৰ আৰু দিল্লীৰ নিৰ্বাচন কেন্দ্ৰীক বাজেটখন

AIUDF প্ৰধান গৰাকীয়ে কেন্দ্ৰীয় বাজেটক লৈ আৰু কি ক'লে শুনক

01/02/2025

📌বাজেট সন্দৰ্ভত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য

📌জাগীৰোড মৰিগাঁও সংযোগী কপিলী নৈৰ ওপৰত নৱনিৰ্মিত দলঙখন মুকলি কৰে মুখ্যমন্ত্ৰীৰ

01/02/2025

এগৰাকী অন্ধৰ অসাধাৰণ কণ্ঠ , সম্পূৰ্ণ ভিডিঅটি চালে আপুনিও তৃপ্তি লাভ কৰিব। ভাল লাগিলে এটা শ্বেয়াৰ কৰিব

31/01/2025

📌সাংবাদিকক আক্ৰ**মণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া AIUDF মহিলা মৰ্চাৰ সভানেত্ৰী অধিবক্তা হাচিনা আহমেদৰ

📌সাংবাদিক মৃনাল কুদ্দুচক বিধায়ক ৰেকিবুদ্দিন আহমেদৰ চালকে কৰা আক্ৰ**মণৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হাচিনা আহমেদে

31/01/2025

মুখ্যমন্ত্ৰীয়ে কেতিয়া কি ৰূপ লয় কব নোৱাৰি: আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰ

30/01/2025

এয়া প্ৰতিভা নে ল'ৰালি ? দিয়ক এটা সুন্দৰ মন্তব্য

29/01/2025

দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীক ভোট দিবলৈ আহ্বান AIUDF মহিলা মৰ্চাৰ সভাপতি অধিবক্তা আহমেদৰ

28/01/2025

বোৰ্খা পৰিধান কৰি নৃত্য কৰাক লৈ প্ৰতিক্ৰিয়া AIUDF নেত্ৰী তথা অধিবক্তা হাচিনা আহমেদৰ

28/01/2025

📌‘দেশৰ অৱস্থা ভাল নহয়’

📌দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীক ভোট দিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ
📌কেজৰিৱালে দিল্লীৰ বাবে সদায় ভাল কৰি আছে বুলি উল্লেখ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ

28/01/2025

বুৰ্খা বিতৰ্কত সোমাই পৰিল খাৰুপেটীয়া ৰয়েল একাডেমী, ভিন্ন জনৰ প্ৰতিক্ৰিয়া...

27/01/2025

জিলা প্ৰশাসনে কিয় পুৰস্কৃত কৰিলে আজমলৰ প্ৰতিষ্ঠানক?

27/01/2025

হোজাই জিলাৰ ঐতিহ্যমণ্ডিত আল্ জামিয়াতুল আৰাবিয়াহ দাৰুল হাদীছ জামিয়াহ নগৰ (পীৰ বজাৰ) মাদ্ৰাছাৰ ১৪ তম বাৰ্ষিকী পৱিত্ৰ খতমে বুখাৰী শ্বৰীফৰ ও জলছাহৰ কিছু দৃশ্য....

27/01/2025

সাম্প্ৰদায়িক হিং**সা লগোৱাৰ বাবে অপচেষ্টা চলোৱা হৈছে, চৰকাৰে কঠোৰভাবে ব্যৱস্থা গ্ৰহণ কৰক: বিধায়ক আমিনুল ইছলাম

👉বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি জানিব বিচাৰিলে বিধায়কগৰাকীয়ে
👉ধিঙৰ ঘটনাক নাটক আখ্যা দিলে বিধায়কগৰাকীয়ে
👉‘মিঞাক বেয়া সজাবৰ কাৰণেই এনে ঘটনা ৰচনা কৰা হৈছে’
👉‘মুখ্যমন্ত্ৰীৰ উচটনিতে এনেবোৰ ঘটনা সংঘটিত হৈছে’
👉উজনিৰ দল-সংগঠন সমূহকো সমালোচনা বিধায়কগৰাকীৰ

26/01/2025

উলহ-মালহৰে আজমল ফাউণ্ডেচনত ৭৬তম গণৰাজ্য দিৱস উদযাপন।

হোজাইৰ আজমল ফাউণ্ডেচনৰ উদ্যোগত গোপাল নগৰস্থিত আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলত ভিন্ন কাৰ্যসূচীৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।

26/01/2025

হোজাই নীলবাগান অঞ্চলৰ দাৰুল উলুম মেথিগাওঁ মাদ্ৰাছাচ ৭৬তম গণৰাজ্য দিৱস উদযাপন .....

26/01/2025

২৭ জানুৱাৰী ২০২৫ ইংৰাজী সোমবাৰে হোজাই জিলাৰ ঐতিহ্যমণ্ডিত আল্ জামিয়াতুল আৰাবিয়াহ দাৰুল হাদীছ জামিয়াহ নগৰ (পীৰ বজাৰ) মাদ্ৰাছাৰ ১৪ তম বাৰ্ষিকী পৱিত্ৰ খতমে বুখাৰী শ্বৰীফৰ জলছাহ অনুষ্ঠিত হ'ব।

26/01/2025

আজমল ফাউণ্ডেচনত ৭৬তম গণৰাজ্য দিৱস উদযাপন ..

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when NB Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NB Live:

Videos

Share