NEBharat24

NEBharat24 In the world of fake news and biased content, NE Bharat 24 is the most authentic and boldest news T.V.news platform.

"Journalism" is the only profession that has the suffix of " ism. " And as we all know, "ism" always indicates an ideology. In today's world of News and Media where, apparently, most of the organizations are striving to create sensationalism and that too, at the cost of accuracy and genuineness, we are NE Bharat 24, stubborn on conforming to the ethical standards of Journalism. NE Bharat is a Guwa

hati based Web news portal, initiated its journey in January 2021 and formally launched in April 2021. Within a span of 6 months we have successfully reached over 150k subscribers on our official page. Currently we are publishing our News and reports in Assamese language, however, we will be adding Hindi and English sections soon to reach out to a wider base of audience from the entire North East.

18/02/2025

বৰখলাত অবৈধ ম্যাদ উকলি যোৱা সাৰৰ দুৰ্গন্ধ
সাৰৰ দুৰ্গন্ধত অতিষ্ঠ স্থানীয় লোক
বিষাক্ত সাৰখিনি নষ্ট নকৰিলে ৰোগ সৃষ্টিৰ আশংকা

18/02/2025

আপুনি-মই খোৱা ভাত কেইটাৰ পৰাও হ'ব পাৰে কেঞ্চাৰ !
এই কথা তথ্য সহকাৰে প্ৰকাশ কৃষি বিজ্ঞানী সমিৰণ দত্তৰ
তিতাবৰ অঞ্চলত উৎপাদিত চাউলত পোৱা গৈছে কেঞ্চাৰৰ উপাদান
তিতাবৰৰ ধানত গৱেষণা কৰি পাইছে ক্ষতিকাৰক আৰ্চেনিক

18/02/2025

শ্ৰীমন্ত শংকৰদেৱ সংঘ-টাইপাৰ মাজত সংঘাত বৃদ্ধি
টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল যোৰহাট সদৰ থানাত
কেইবাশতাধিক ভকত-বৈষ্ণৱে শোভাযাত্ৰা কৰি এজাহাৰ দাখিল

18/02/2025

মুকালমুৱাত নলবাৰী জিলাৰ DC বৰ্ণালী ডেকা
মুকালমুৱাৰ মেলকিৰ তিনি ভগ্নীৰ বাবে এটা গৃহৰ আধাৰশিলা স্থাপন
বৰক্ষেত্ৰীত চাৰিটাকৈ কামৰ আধাৰশিলা স্থাপন তথা শুভ উদ্বোধন

18/02/2025

টোলগেটৰ আজৱ কাণ্ড
গুৱাহাটীৰ ঘৰত থকা গাড়ীৰ টোল সংগ্ৰহ
ৰহা টোল গেটৰ ধন লুণ্ঠনৰ চক্ৰান্ত

18/02/2025

সোণতলীত উপস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য সন্মনায়ক দুলু আহমেদ
সমষ্টিৰ উন্নয়ন,সাম্প্ৰদায়িক সম্প্ৰীতি,আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ আলোচনা

18/02/2025

এইবাৰ আশ্বাদুল নহয়,আহাদুলৰ প্ৰেমে লগাইছে তুলপাৰ
আহাদুলৰ প্ৰেমে তুলপাৰ লগাইছিল চছিয়েল মিডিয়াত

18/02/2025

শংকৰ সংঘৰ সংবিধান দাহ কৰি বিপদত টাই আহোম যুৱ পৰিষদ
তিনিচুকীয়াৰ ফিল'বাৰী আৰক্ষী থানাতো টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল

18/02/2025

কলিয়াবৰত নেমছুৰ ক'লা বেজ পৰিধান কৰি ক'লা দিৱস পালন
যেতিয়ালৈকে নেলী গণ হত্যাৰ ন্যায় নাপাব তেতিয়ালৈকে এই প্ৰতিবাদৰ হুংকাৰ
বৰ্তমানলৈকে নেলী হত্যাকাণ্ডৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ অভিযৈগ নেমছুৰ

18/02/2025

আলি-আই-লৃগাঙলৈ মাত্ৰ কেইটামান মূহুৰ্ত
মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত মূৰংঘৰ শুভ উদ্ধোধন

18/02/2025

উন্নয়নে ঢুকি নোপোৱা এটা অঞ্চল
পাঁচখনকৈ গাঁৱৰ ৰাইজৰ দুৰৱস্থা
বছৰ বছৰ ধৰি ভুগিছে দুৰ্বিসহ জীৱন

📌গাড়ী চুৰিত জড়িত ৰাকেশ পালৰ কাহিনীসংগ্ৰহঃ 'APSC কেলেংকাৰীৰ দস্তাবেজ' গ্ৰন্থ
18/02/2025

📌গাড়ী চুৰিত জড়িত ৰাকেশ পালৰ কাহিনী
সংগ্ৰহঃ 'APSC কেলেংকাৰীৰ দস্তাবেজ' গ্ৰন্থ

18/02/2025

📌যোগীঘোপাত জলমাৰ্গ মন্ত্ৰালয়ৰ আই ডব্লিউ টি টাৰ্মিনেল আনুষ্ঠানিক ভাবে মুকলি
📌মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

18/02/2025

বিষয়ঃ মায়াময় ফাগুন
NEBharat24ৰ বিশেষ অনুষ্ঠান
আউটপুট এডিটৰ দিগন্ত কুমাৰ নাথৰ সৈতে
অতিথিঃ ডা° জয়শংকৰ দাস
বিশিষ্ট কবি - শিশু চিকিৎসক
অতিথিঃ দীপাঞ্জলি দাস পাঠক, অধিবক্তা
বিশিষ্ট কবি - অনাতাঁৰ শিল্পী
অতিথিঃ মনালিছা শৰ্মা, বিশিষ্ট কবি
সম্পাদক, বনফুল প্ৰকাশন

18/02/2025
18/02/2025

📌দক্ষিণ বৰপেটাৰ আলু খেতিয়ক সকলৰ দুৰৱস্থা
📌বিঘাই বিঘাই আলু খেতি কৰি মূৰে কপালে হাত খেতিয়কৰ

18/02/2025

হাউলীৰ এজন ই-ৰিক্সা চালক , নাম হান্নান আলি খান
নাই কোনো সংগীতৰ আনুষ্ঠানিক শিক্ষা
ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া হান্নান আলিৰ কণ্ঠত আহক শুনো পুৰণি গীত
এই সন্দৰ্ভত হাউলীৰ পৰা কৌশিক দাসৰ এক প্ৰতিবেদন

18/02/2025

📌সৰভোগত প্ৰথম বাৰ্ষিক ক্ৰিকেট টুৰ্নামেন্ট ২০২৫
📌অহা ১৬ মাৰ্চৰ পৰা বৃহৎ ক্ৰিকেট টুৰ্নামেন্ট
📌চাওক সৰভোগৰ পৰা আকতাৰ আলিৰ প্ৰতিবেদন

Address

2nd Floor, Kushan Plaza(Mukesh Hyundai Building), Near Hanuman Mandir, Ganeshguri
Guwahati
781006

Alerts

Be the first to know and let us send you an email when NEBharat24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NEBharat24:

Share