🔴 এবাৰ শুনকচোন- কিমান হৃদয়বিদাৰক!
🔴 থোকাথুকি মাতেৰে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান ১০৫ বছৰীয়া আইতাৰ।
🔴 অকণমান সহায় লাগে নগৰবেৰাৰ তিৰুবালা কাকতিক।
🔴 কেইবছৰমান পূৰ্বে মৃত্যু ঘটে আইতাৰ একমাত্ৰ পুত্ৰৰ।
🔴 সাংবাদিকে অভাৱগ্ৰস্ত আইতালৈ আগবঢ়ালে নতুন চুৱেটাৰ।
🔴 দুৰ্ঘটনাত কঁকাল ভঙাত চুঁচৰি চুঁচৰি আহ-যাহ কৰে আইতাই।
#niyomiyabarta #HimantaBiswaSarma #AssamCM #CMO #Nagarbera LatestNews
📲 Visit us online or follow us for daily updates. Your trusted source for facts and perspectives.
#NiyomiyaBarta #Epaper #YourNewsSource
Links
Facebook
facebook.com/info.niyomiyabarta
Instagram
instagram.com/niyomiya_barta
Twitter
x.com/NiyomiyaB
Website
niyomiyabarta.com/home
🔴 'বাঘ দেখুওৱাটো ইমান সহজ কথা নহয়।'
🔴 সন্তানৰ বাবে মুখত চিকাৰ লৈ এজনী বাঘিনী।
🔴 শিশুকান্তই ক'লে বিৰল অভিজ্ঞতাৰ বিষয়ে।
🔴 কাজিৰঙাত ট্যুৰিষ্ট গাইডৰ কেমেৰাত বন্দী বিৰল দৃশ্য।
🔴 কেমেৰাত বন্দী কৰিলে স্থানীয় যুৱক তথা ট্যুৰিষ্ট গাইড শিশুকান্ত নাথে।
🔴 চিকাৰৰ পিছত বিলৰ পানী ফালি মুখত চিকাৰ লৈ সন্তানৰ ওচৰলৈ বাঘিনী।
🔴 কাঠপাৰা এলেকাত মহাৰাষ্ট্ৰৰ পৰ্যটকক বিৰল দৃশ্য দেখুৱালে নাথে।
#niyomiyabarta #kaziranga #kaziranganationalpark #LatestNews
#NiyomiyaBarta #Epaper #YourNewsSource
Links
Facebook
facebook.com/info.niyomiyabarta
Instagram
instagram.com/niyomiya_barta
Twitter
x.com/NiyomiyaB
Website
niyomiyabarta.com/home
📌 বকোৰ শনিবৰীয়া সাপ্তাহিক বজাৰত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ।
📌 পুৱতি নিশা অগ্নিকাণ্ডত জাহ যায় তিনিখন চাহৰ দোকান।
📌 অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ।
📌 আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।
📌 প্ৰায় ৬ লাখ টকা মূল্যৰ সম্পত্তি জুইত জাহ।
📌 দেৱেশ্বৰ ৰাভা, সিদ্ধাৰ্থ ৰাভা আৰু অচ্যুত ৰাভাৰ দোকানত লাগে জুই।
#niyomiyabarta #boko #LatestNews
#NiyomiyaBarta #Epaper #YourNewsSource
Links
Facebook
facebook.com/info.niyomiyabarta
Instagram
instagram.com/niyomiya_barta
Twitter
x.com/NiyomiyaB
Website
niyomiyabarta.com/home
📌 কঠীয়াতলীত তিৱাসকলৰ মাঘ বিহু উদযাপন। মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা ( পিচু) আৰু বুধবাৰে মাঘ বিহু পালন কৰে। তিৱা সকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে-মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্যেশ্যৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্রস্থল কঠীয়াতলিৰ অঞ্চলৰ তিৱা সকলৰ মাজত চলিছে ব্যাপক আয়োজন।
.
.
.
.
.
📲 Visit us online or follow us for daily updates. Your trusted source for facts and perspectives.
#NiyomiyaBarta #Epaper #YourNewsSource
Links
Facebook
facebook.com/info.niyomiyabarta
Instagram
instagram.com/niyomiya_barta
Twitter
x.com/NiyomiyaB
Website
niyomiyabarta.com/home
📌 নিৰ্মাণৰ তিনি দিন নৌহওঁতেই চপৰা চপৰকৈ খহিছে কোটিটকীয়া এটা পথ। কাছাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি। চপৰা চপৰে খহিছে কাছাৰ জিলাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰকাটিপুৰ বাগান সংযোগী পথ।
.
.
.
.
.
📲 Visit us online or follow us for daily updates. Your trusted source for facts and perspectives.
#NiyomiyaBarta #Epaper #YourNewsSource
Links
Facebook
facebook.com/info.niyomiyabarta
Instagram
instagram.com/niyomiya_barta
Twitter
x.com/NiyomiyaB
Website
niyomiyabarta.com/home
📌 মাঘ বিহুৰ দিনটোতেই এটা ভাললগা খবৰ ৷ সঘনাই মৃত্যুমুখত পৰা দুষ্প্ৰাপ্য সোণালী বান্দৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা ৷ ৰাইজৰ সহযোগত বঙাইগাঁও জিলা প্ৰশাসনে সজোৱা প্ৰথমখন পৰীক্ষামূলক ওলোমা দলঙেৰে পাৰ হ’ল সোণালী বান্দৰ ৷
.
.
.
.
.
📲 Visit us online or follow us for daily updates. Your trusted source for facts and perspectives.
#NiyomiyaBarta #Epaper #YourNewsSource
Links
Facebook
facebook.com/info.niyomiyabarta
Instagram
instagram.com/niyomiya_barta
Twitter
x.com/NiyomiyaB
Website
niyomiyabarta.com/home
📌 মুখ্যমন্ত্ৰী হ'বলৈ কি কৰিব লাগিব ? খানাপাৰাৰ ভোগালী মেলাত ভাগিনক ক'লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। পিঠা-লাড়ুৰো সোৱাদ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
#Niyomiyabarta #himantabiswasarma
📌 চৰকাৰী ভ্ৰমণসূচীৰে ১৪ জানুৱাৰীৰ পৰা প্ৰশান্ত মহাসাগৰীয় কেইবাখনো দেশলৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। সাতদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ ফিলিপাইনছ, পালাও আৰু মাইক্ৰ'নেছিয়া ভ্ৰমণ কৰিব মন্ত্ৰীগৰাকীয়ে।
#niyomiyabarta #PabitraMargherita
📌 মুখ্যমন্ত্রী ড০ শৰ্মাক ভোগালী বিহু উপলক্ষে উপহাৰ মন্ত্রী অতুল বৰাৰ। মুখ্যমন্ত্রীক ৮ কেজি ওজনৰ আৰি, ১৬ কেজি ওজনৰ বাহু আৰু বোকাখাতৰ ৮ কেজি ওজনৰ বাহু মাছ আগবঢ়ায় মন্ত্রী অতুল বৰাই।
#niyomiyabarta #himantabiswasarma
🔴 নিলাজ আৰক্ষী ! পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত ক'লা দাগ।
🔴 IC ছাৰৰ নাম লৈ ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী কেমেৰাত ।
🔴 কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনক ৰিজাৰ্ভ ক্লজ।
🔴 উৎকোচ লৈ এৰি দিলে চোৰাং কাঠ ব্যৱসায়ী আৰু বাহনক।
🔴 এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত।
#niyomiyabarta #bilashipara
🔴 পাঠদান এৰি চাপৰিত বনভোজ শিক্ষাগুৰুৰ। সাংবাদিকৰ কেমেৰা দেখি ফৰিং ছিটিকা দিলে শিক্ষক-ৰান্ধনীয়ে।
🔴 ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি মহাভোজৰ আয়োজন।
🔴 মাজুলীত শুকুৰবাৰে পাঠদানৰ সময়ত বনভোজত ব্যস্ত শিক্ষাগুৰু।
🔴 কে'ৰবৰ চাপৰিত ১৫খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-ৰান্ধনীৰ প্ৰীতিভোজ।
🔴 পাঠগ্ৰহণ আৰু মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত শতাধিক ছাত্ৰ-ছাত্ৰী।
🔴 WhatsApp গ্ৰুপ খুলি বনভোজৰ বাবে ধন সংগ্ৰহ।
#niyomiyabarta #majuli #Assam
📌 হাতী-মানুহৰ সংঘাতক প্ৰতীকী ৰূপত উপস্থাপনেৰে ভেলাঘৰ নিৰ্মাণ।
📌 ঢেকীয়াজুলিৰ ভালুকধৰাত ভোগালীক লৈ উখল-মাখল চৌদিশ।
📌 ব্যতিক্ৰমী ভেলাঘৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।
📌 ভেলাঘৰ নিৰ্মাণ কৰাৰ সময়তে বিহুৱা ডেকাৰ বিহুগীত পৰিৱেশন।
#niyomiyabarta #dhekiajuli