Jabir Ahmed

Jabir Ahmed Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jabir Ahmed, Digital creator, Guwahati.

03/11/2024
27/10/2024

খেলা হবে এইবাৰ চাৰিং পঞ্চায়তৰ ৬ নং ৱাডৰ সকলোৰ সু-পৰিচিত অন্যায়ৰ বিৰুদ্ধে মাত মতা দুখীয়াৰ হকে থিয় দিয়া সদায় সমাজৰ উন্নতি...
17/10/2024

খেলা হবে এইবাৰ চাৰিং পঞ্চায়তৰ ৬ নং ৱাডৰ সকলোৰ সু-পৰিচিত অন্যায়ৰ বিৰুদ্ধে মাত মতা দুখীয়াৰ হকে থিয় দিয়া সদায় সমাজৰ উন্নতিৰ হকে চিন্তুা কৰা উচ্চ শিক্ষীত উদীয়মান যূৱক ইমৰান হুছেইন।এইবাৰ আমি ৬ নং ৱাডৰ সকলোৱে ইমৰান হুছেইনক বিপুল ভোটত জয় য়ুক্ত কৰিম।১০০% শতাংশ এইবাৰ ৱাডৰ উন্নয়ন হব।

শিক্ষাবিদসকল নিঃসন্দেহে সভ্যতাৰ ভেটি। ছাত্ৰ-ছাত্ৰীসকলক শক্তিশালী চৰিত্ৰ গঢ়ি তোলাত সহায় কৰাত ইহঁত অতি গুৰুত্বপূৰ্ণ।  তে...
04/09/2024

শিক্ষাবিদসকল নিঃসন্দেহে সভ্যতাৰ ভেটি। ছাত্ৰ-ছাত্ৰীসকলক শক্তিশালী চৰিত্ৰ গঢ়ি তোলাত সহায় কৰাত ইহঁত অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে আমাক শিক্ষিত কৰে, আমাৰ ওপৰত বিশ্বাস ৰাখে আৰু আমাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে।আমাক শিক্ষিত কৰি আমাৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে তেওঁলোকে কৰা প্ৰচণ্ড কামৰ বাবে সমগ্ৰ ছাত্ৰ সমাজৰ হৈ সকলো শিক্ষককে ধন্যবাদ জনাইছো।
শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল!

12/08/2024

▶️ তিনিচুকীয়াত তীব্ৰ যান-জঁটৰ ফলত নৱজাতকৰ মৃত্যু

05/08/2024

পদত্যাগ করেছেন সেটার পক্ষে ছিলাম কিন্তু এখন যে পালিয়ে গেছেন সেটার পক্ষে নেই🙂

হাচা নাই মিছা
03/08/2024

হাচা নাই মিছা

08/07/2024

নিজে ক্রিকেট খেলা দূৰৰ কথা ।খেলৰ বিষয়ে বালকে নাজানে ।সি চাবা ভাল ভাল ক্রিকেটা ৰক লৈ ট্রল কৰিবলৈ আহে। অলপ লাজ কৰিবা যাকে থাকে ট্রল নকৰি বা।

24/06/2024

Big breaking news বিধায়কৰ লগত লৰা কেইটাই গুটখা খাই অভদ্ৰামী কৰাৰ অভিযোগ

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Jabir Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share