Kharupetia LIVE অসম

Kharupetia LIVE অসম Media News Company
(12)

21/11/2023

খেতিয়ক জাকিৰ হুছেইনৰ কণ্ঠত কুমাৰ সানুৰ গীত।
শুনিলে আপুনিও হৈ পৰিব মুগ্ধ !!!!

19/11/2023

জটিল ৰোগত আক্ৰান্ত খাৰুপেটীয়াৰ মালেপউদ্দিন।
UPI NO - 9957842265 নম্বৰৰ সহায়ত প্ৰেৰণ কৰক অনুদান॥

30/10/2023

এজন উচ্চ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কোৰিয়াৰ চাৰ্ভিচ সেৱা॥

27/10/2023

খাৰুপেটীয়াত পানীত ওপঙি থকা অবস্হাত উদ্ধাৰ এটি শিশুৰ মৃতদেহ।



25/10/2023

মাজনিশা শুৱাপাটীত মাতৃৰ বুকুৰ পৰা দুষ্ট চক্ৰই চুৰি কৰি লৈ গল এটি দেব শিশু। কত সংঘটিত হৈছে এই ঘটনা?

#অসম

25/10/2023

মানুহ মানুহৰ বাবে । সকলোৱে আগবাঢ়ি আহক আৰু সহায় কৰক এগৰাকী অসহায় মাতৃক।

25/10/2023

দশমীৰ নিশা খাৰুপেটীয়াত ৫৫ ফুট ৰাৱণ দাহন।

24/10/2023
24/10/2023

⚡খাৰুপেটীয়াত ভূমি কেন্দ্ৰিক সংঘাত॥
⚡থিতাতে নিহত মহিলা সহ দুজন লোক॥
⚡সংকটক অবস্হাত আহত সকলক চিকিত্সালয়লৈ প্ৰেৰণ॥

23/10/2023
20/10/2023

দৰঙৰ সৰ্বাধিক পূজাস্থলী খাৰুপেটীয়াৰ দুৰ্গোৎসৱৰ মহাষষ্টীত সাংসদ দিলীপ শইকীয়া ।


18/10/2023

খাৰুপেটীয়াত পূজাৰ বাম্পাৰ অফাৰ॥
কম ডাউন পেমেণ্টত মটৰ চাইকেল॥

13/10/2023

দৰঙৰ মঙলদৈত চাঞ্চল্যকৰ ঘটনা॥
বন্ধ কোঠালিত উদ্ধাৰ মাতৃ আৰু পুত্ৰৰ মৃতদেহ॥

12/10/2023

সংখ্যালঘু প্ৰধান দলগাওঁ সমষ্টিত কংগ্ৰেছৰ ৰণ ডংকা।


12/10/2023

দৰঙৰ খাৰুপেটীয়াত শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি।
যন্ৰযান-৩ ৰ' আৰ্হিত নিৰ্মাণ হব এখন পূজা মন্ডপ॥


10/10/2023

⚡ হিন্দু যুৱকে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম।
⚡ খাৰুপেটীয়াত কৰ্মৰত দীপাংকৰ মহন্তই গ্ৰহণ কৰিলে ইছলাম ধৰ্ম ।
⚡ ইছলাম ধৰ্ম গ্ৰহণ কৰি নাম ৰাখিলে ছফিকুল ইছলাম ।


09/10/2023
07/10/2023

দলগাঁৱত ASSP ৰ নেতা মহম্মদ খলিফাক আদৰণী॥

04/10/2023

আপুনি DC নেকি? কোন আপুনি?
হোজাইত হিন্দু মুছলিম শান্তিত আছে!!!
ৰাইজৰ ৰোষত হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ॥


04/10/2023
04/10/2023

খাৰুপেটীয়াত পুনৰ ভয়ঙ্কৰ দুৰ্ঘটনা
এজনৰ মৃত্যু॥

03/10/2023

⚡ খাৰুপেটীয়াত AIUDF দলৰ ১৯ তম প্ৰতিষ্ঠা দিৱস পালন।
⚡ প্ৰতিষ্ঠা দিৱসত গছ-পুলি ৰূপন॥
⚡ চৰকাৰ আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা॥




03/10/2023
03/10/2023

খাৰুপেটীয়াৰ ৰাজীব ভবনত কংগ্ৰেছৰ সংবাদ মেল॥

02/10/2023

খাৰুপেটীয়াত তেৰাপন্হ যুৱক পৰিষদৰ মেগা ৰক্তদান কাৰ্যসূচী সম্পন্ন॥

01/10/2023

📌 মুফতি মকিবুৰক মুকলি প্ৰত্যাহ্বান জনালে মুছলিম ছাত্ৰ সন্থাৰ দৰং জিলাৰ সভাপতি জহিৰুল খলিফাই ।

01/10/2023

দৰঙৰ খাৰুপেটীয়াত ভূমি কেন্দ্ৰিক সংঘাত।
দুই ফৈদৰ মাজত কেইবাজনো লোক আহত।

01/10/2023

দৰঙৰ খাৰুপেটীয়াত স্বচ্ছতাৰ বাবে "এক দিন এঘন্টা এক সাথ" শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ।

01/10/2023

Address

Guwahati

Telephone

+917002895002

Website

Alerts

Be the first to know and let us send you an email when Kharupetia LIVE অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kharupetia LIVE অসম:

Videos

Share


Other Digital creator in Guwahati

Show All