Himangshu Pathak সাহিত্য চৰ্চা

Himangshu Pathak সাহিত্য চৰ্চা সাহিত্য চৰ্চাৰ ভড়াল

দুই বন্ধু
16/01/2025

দুই বন্ধু

15/01/2025
Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
15/01/2025

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Bipul Das, Prahlad Das, Bhabesh Boruah, মনোজ কলিতা, Das Jinti, Poppy Sarma

অসম সাহিত্য সভাৰ আজীৱন সদস্য পদ গ্ৰহণ কৰোঁ‌।
14/01/2025

অসম সাহিত্য সভাৰ আজীৱন সদস্য পদ গ্ৰহণ কৰোঁ‌।

25/12/2024 Tulshi Divash
09/01/2025

25/12/2024 Tulshi Divash

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
04/01/2025

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Saifur Rahman Ricky, Rajesh Swarnakar, Rakhi Chanania, Utpal Kumar Biswas, Prity Kashyap Bhuyan, Prabin Sutradhar, Ronaldo Taid, Samudra Nath Deka, Nitul Bhuyan, Simanta Choudhury, Satyabrata Dasgupta, Ilamani Choudhury, Ratul Kalita, Sanjib Baishya Sanjib Baishya, Ashraful Islam, নিত্যানন্দ বৰা, Padmini Rajbongshi, Bijoy Kalita, Mousumi Dutta, Heramba Nath, Krishna Sen

31/12/2024 ত দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশিত
04/01/2025

31/12/2024 ত দৈনন্দিন বাৰ্তা কাকতত প্ৰকাশিত

31/12/2024

31/12/2024 ৰ শেষৰটো কবিতা

*** সাহিত্যিক হোৱাটো সহজ নহয় ***

অৰ্থৰ অভাৱত খাৱলৈ নোপোৱা জনে
খোজ কাঢ়ি ফুৰা সহজ নহয়
কাৰোবাৰ পৰা এমুঠি অন্ন
শৰীৰ ঢাকিব পৰাকৈ বস্ত্ৰ
মন গ'লেই কিবা কিনি খাৱ পৰাকৈ
জেপত কিছু ধনৰ সঞ্চয়ৰ আশাৰে
হাত পাতি ঘূৰাটো সহজ নহয়।

মন গ'লেই কবিতা নতুবা গল্প লিখি
সাহিত্যিক হোৱাটো সহজ নহয়
দহজনৰ বুকুত উমি থকা ফিৰিঙতিৰ পৰা
দাউদাউকৈ জ্বলি থকা প্ৰতিবাদৰ জুইক
এখন অৰণ্যত লুকাই ৰখাটো
সহজ নহয়।

বজাৰত, গ্ৰন্থমেলাত দিনৰ পৰা
নিশা এপৰলৈ প্ৰেমিকৰ মুখ চাবলৈ
ৰৈ থকাটোও সহজ নহয়।
সকলো লোকে প্ৰেমত পৰিব নাজানে
চেহেৰা দেখিলেই বাসনা লুপ্ত হোৱা
প্ৰেমিকৰ অলপ মৰম আশা কৰা
সহজ নহয়।

কাৰোবাৰ বুকুত চিৰদিনৰ বাবে
এটুকুৰা ঠাই দখল কৰি থকাটো
সহজ নহয়।
মৃত্যুৰ সিপাৰে থকা ঠাইখনৰ
নাম আৰু পৰিচয় জনাটো সহজ নহয়।

তেনে বহু কঠিন কামৰ ছৱি আঁ‌কিবলৈ
কলম আৰু কাগজৰ এখন যুদ্ধৰ
সাক্ষী হয় এজন সাহিত্যিক।
সেয়েহে
সাহিত্যিক হোৱাটো সহজ নহয়।

✍️ হিমাংশু পাঠক

30/12/2024

গ্ৰন্থমেলাত চুৰণীৰ গ্ৰন্থঃ

27 January, 2024 আৰম্ভ হৈছে গুৱাহাটী গ্ৰন্থমেলা। গ্ৰন্থপ্ৰেমী যিহেতু গ্ৰন্থমেলাত পিতপিতাই ঘূৰি ফুৰিছোঁ‌। বহু গ্ৰন্থপ্ৰেমী আৰু লিখকক লগ পাইছোঁ‌, কথা পাতিছোঁ‌। মনটো খুৱ আহ্লাদিত হৈ আছে। চিনাকি অচিনাকি বিপনিসমূহত সোমাইছোঁ‌ আৰু কিছু সংখ্যক কিতাপ লিৰিকি বিদাৰিও চাইছোঁ‌। কি কিনিলোঁ‌ সেয়া জাহিৰ নকৰোঁ‌ বাৰু।

হঠাৎ এখন বিপনিত ভাগৱত গ্ৰন্থখনতকৈও ডাঙৰ কলেবৰৰ এখন গ্ৰন্থ দেখিলোঁ‌। গ্ৰন্থখনৰ কলেবৰ দেখি হাতত তুলি ল'লো আৰু চালোঁ‌। দেখিলোঁ‌ নিজকে বিখ্যাত বুলি ভৱা তথাকথিত এজনী লেখিকাৰ সৃষ্টি সংগ্ৰহ। সম্পাদনাও আকৌ কৰাইছে অসমৰ এজন আগশাৰীৰ সাহিত্যিকৰ দ্বাৰা। দাম চালে মাথা ঘূৰাই যাওঁ‌ যাওঁ‌।

নাতিদূৰৈত লেখিকা ঘূৰি ফুৰিছে। হয়তো কিতাপখনৰ বিক্ৰিৰ খৱৰ লৈ ফুৰিছে। সেয়া যিয়েই নহওঁ‌ক। বহু লেখকৰ লেখা চুৰ কৰি নিজৰ নামত কিতাপ প্ৰকাশ কৰি কেবাবাৰো ধৰা পৰা এজনী লেখিকাই নিজৰ সৃষ্টিসমূহক সংগ্ৰহ কৰি পুনৰ বিক্ৰী কৰাৰ যি কৌশল অৱলম্বন কৰিছে সেয়া তবধ মানিবলগীয়া।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Himangshu Pathak সাহিত্য চৰ্চা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share