NE Jugabarta

NE Jugabarta Media

21/01/2025
22/12/2024

100%

23/10/2024

💫Amitabh Bachchan said..."At the peak of my career, I was once travelling by plane. The passenger next to me was an elderly gentleman dressed in a simple shirt and pants. He appeared to be middle class, and well educated.

Other passengers perhaps recognised who I was, but this gentleman appeared to be unconcerned with my presence... He was reading his paper, looking out of the window, and when tea was served, he sipped it quietly.

"Trying to strike a conversation with him I smiled. The man courteously smiled back and said 'Hello'.

"We got talking and I brought up the subject of cinema and movies and asked, 'Do you watch films?'

"The man replied, 'Oh, very few. I did see one many years ago.'

"I mentioned that I worked in the movie industry.

"The man replied.." oh, that’s nice. What do you do?'

"I replied, 'I am an actor '

"The man nodded, 'Oh, that's wonderful!' And that was it...

"When we landed, I held out my hand and said, " It was good to travel with you. By the way, my name is Amitabh Bachchan!'

"The man shook my hand and smiled, "Thank you... nice to meet you..I am J R D Tata (Chairman of Tata Group)!"

"I learned on that day that no matter how big you think you are, there is always someone bigger.

Be humble, it costs nothing!

(preeti panchal)

17/10/2024
23/09/2024

ভাৰতবৰ্ষৰ বিভিন্ন চহৰৰ এইকেইদিনৰ তাপমাত্ৰা

☀ লক্ষ্ণৌ ৪৭ ডিগ্ৰী
☀ দিল্লী ৪৭ ডিগ্ৰী
☀ আগ্ৰা ৪৫ ডিগ্ৰী
☀ নাগপুৰ ৪৯ ডিগ্ৰী
☀ কোটা ৪৮ ডিগ্ৰী
☀ হাইদৰাবাদ ৪৫ ডিগ্ৰী
☀ পুনে ৪২ ডিগ্ৰী
☀ আহমদাবাদ ৪৬ ডিগ্ৰী
☀ মুম্বাই ৪৫ ডিগ্ৰী
☀ নাচিক ৪২ ডিগ্ৰী
☀ বাংগালোৰ ৪০ ডিগ্ৰী
☀ চেন্নাই ৪৫ ডিগ্ৰী
☀ ৰাজকোট ৪২ ডিগ্ৰী
☀️ গুৱাহাটী ৪১ ডিগ্ৰী

অহা বছৰ উপৰোক্ত আটাইকেইখন চহৰত ৫০ ডিগ্ৰী পৰ্যন্ত পাৰ হ’ব ৷AC য়েওঁ ৰক্ষা কৰিব নোৱাৰিব ৷গ্ৰীষ্ম কাল মানেই মৃত্যুৰ উপত্যকাত পৰিনত হ’ব ৷তাপমাত্ৰা বৃদ্ধিৰ কাৰন আমি সকলোৱে জানো...বিগত ১০ বছৰত ভাৰতবৰ্ষৰ কমচে কম প্ৰায় ১০ কোটি গছ কাটি পেলোৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ কাৰনে ৷আন আন কামত চোৰাংভাৱে বা অন্য যিকোনো কাৰনত কিমান কোটি কোটি দাল গছ কাটি পেলোৱা হৈছে তাৰ হিচাপ কাৰো হাতত নাই ৷

গছ অবিহনে পৃথিৱীক কোনে ঠাণ্ডা কৰিব ..কোনে অক্সিজেন দিব ...এতিয়া আৰু চৰকাৰক দোষ দি ..বা চৰকাৰলৈ ৰৈ লাভ নাই...নিজৰ লগতে নিজৰ সতি সন্ততি আৰু সিহঁতৰো সতি সন্ততিৰ কাৰনে যদি মানৱীয়তাৰ দায়িত্ব পালন কৰিব খোজে তেন্তে সকলোৱে সৰু বৰ যি পাৰে গছৰ পুলি ৰোৱাৰ অভ্যাস গঢ়ক ...দৰকাৰ হ’লে আমাক খাদ্য দিয়া গছেই ৰুই দিয়ক ..কল..কঠাল..আম..জাম অমিতা গছ..শিলিখা..কাজিটেঙা গছ..বেল..নিম..কমলা গছ ৰোৱাৰ কাম হাতত লওঁক...প্ৰয়োজনত ফুলনিকে গঢ়ক...দৰকাৰ হ’লে লতা..গুল্ম জাতীয় উদ্ভিদ ৰোৱক..মুঠতে গছ ৰুওঁক.. ৰাস্তা ঘাট ..ঘৰৰ বেৰ...বা যিকোনো ৰাজহুৱা স্থানত গছ ৰুওঁক ৷

বাৰিষাৰ এই সময়ছোৱাত সেউজ বিপ্লৱ হ’ব লাগে ৷বিভিন্ন গছৰ বীজ ছটিয়াব লাগে ..১৫/২০ দিনৰ পিছত সেই বীজৰ পৰা গছৰ পুলি জন্মিব ৷সেই পুলি নিজেওঁ ৰুই দিয়ক..আনকো ৰুবলৈ দিয়ক..উৎসাহ দিয়ক ৷

বাৰ্থ দে ..বিয়া..আৰু সৰু ডাঙৰ সকলো অনুষ্ঠানত গছৰ পুলি উপহাৰ দিয়াৰ পৰম্পৰা এটা সৃষ্টি কৰিব লাগে ৷

ক্ষীপ্ৰ গতিত যদি আমি ৪/৫ বছৰ গছ পুলি ৰোপন আৰু লালন পালনত গুৰুত্ব নিদিওঁ ..গ্ৰীষ্মকালত এইবাৰ ৪০/৫০ ডিগ্ৰী...অহাবছৰ ৫০/৬০ ডিগ্ৰী গৰমত মৰিব সাজু হৈ থাকক ৷

আহক আমি সকলোৱে মিলি গছ পুলি ৰুওঁ আৰু মানৱ সভ্যতাক জীয়াই ৰাখো ৷🌴🪴🌳🎋🎍🌴🌴🌴🌴🌴🪴🪴🪴🌳🌳🌳🌳
🌳🌴🪴🎋🎍🪴🌴🌴🌴🌴

16/09/2024

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

Address

Six Mile
Guwahati
781022

Alerts

Be the first to know and let us send you an email when NE Jugabarta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE Jugabarta:

Videos

Share