The Advocate Arju Ikbal

The Advocate Arju Ikbal Advocate
Gauhati High Court
(The Adv Arju Ikbal)
(1)

28/01/2025

A special CBI court in Chandigarh on Monday (January 27, 2025) sentenced Himachal Pradesh Inspector General of Police Zahur Haider Zaidi and seven other policemen to life imprisonment in a 2017 custodial death case.

26/01/2025

Let’s celebrate the spirit of freedom, the power of democracy, and the strength of unity. Happy Republic Day to all! Republic Day celebrations bring us closer as a nation.

23/01/2025

বহুত মানুহে বিচাৰিছিল পাৰিবাৰিক সম্পত্তি ভাগ-বাটোৱাৰা কৰাৰ কি কি নিয়ম আছে reel দিবলৈ। কি কি নিয়ম আছে এটা reel তে কম।

22/01/2025

POCSO Act, 2012 ইমান বিপদজনক কিয়? বহুতে এই প্ৰশ্ন কৰে।

22/01/2025

মাটিৰ ওপৰত reel দি দি অপৰাধ মূলক গোচৰৰ ওপৰত reel দিবলৈ পাহৰিয়েই গ'লো। Bail তথা জামিন, Criminal Case ৰ trial ৰ বিষয়ে জনা দৰকাৰ।

20/01/2025

আপোনালোকৰ কিবা মাটিৰ সমস্যা থাকিলে জনাব মই সেইমতে reel দিব চেষ্টা কৰিম।

20/01/2025

ভাৰতক হিন্দু ৰাষ্ট্ৰ বনাম বহুতে কোৱা দেখা পাওঁ পিছে কিমান দূৰ সম্ভৱ আমিও তো জানিব লাগিব। হয় নে নহয়?

18/01/2025

মই কʼতো উলাই যাব নোৱাৰা হৈছোঁ এটাই প্ৰশ্ন দাদা আপোনাৰ বিয়া কেতিয়া? Uffff

18/01/2025

ধৰ্মীয় কথা জানিবলৈ, বুজিবলৈ হʼলে আমি ধৰ্মগ্ৰন্থ পঢ়িব লাগিব কোনো মানুহৰ মুখৰ কথাত, কোনো মানুহক চাই ধৰ্মৰ বিষয়ে জানিব নোৱাৰি।

যুগ্ম জীৱনৰ অলেখ শুভেচ্ছা থাকিল (Shahrukh & Tanisha).
17/01/2025

যুগ্ম জীৱনৰ অলেখ শুভেচ্ছা থাকিল (Shahrukh & Tanisha).

15/01/2025

"Jihad" মানে কি? যদি কোনোবাই সুধে চিধা উত্তৰ হ'ব "ধৰ্মীয় যুদ্ধ"। এই উত্তৰটো সম্পূৰ্ণ ভুল। ধৰ্মীয় যুদ্ধৰ Arabic শব্দ বেলেগ Qur'an ত এবাৰো উল্লেখ নাই।

14/01/2025
13/01/2025

মেজিৰ পৱিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক। সদৌতিলৈ হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। বিহুৰ নিমন্ত্ৰণ পালে ভাল লাগিল হয় 😜

08/01/2025

বহুবছৰ আগত মাটি কিনিছিল কিন্তু হাতত নাই মাটি কিনাৰ প্ৰমাণ। অহা কালি ৰাতি আহি আছে reel টো অতি প্ৰয়োজনীয় হ'ব।

04/01/2025

মানুহ জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন।‌ সেই খাদ্য বস্তুৰ ওপৰতো অত্যাধিক হাৰত কৰ কিয়?

04/01/2025

এতিয়াৰ পৰা পুনৰ আগৰ দৰে reel বোৰ পাব। বহুত কম দিয়া হৈছিল reel সময়ৰ অভাৱত।

দুইজনক একেলগে কেনেকুৱা লাগিছে 😜?
03/01/2025

দুইজনক একেলগে কেনেকুৱা লাগিছে 😜?

Address

Hatigaon
Guwahati
781038

Website

Alerts

Be the first to know and let us send you an email when The Advocate Arju Ikbal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Advocate Arju Ikbal:

Videos

Share