AssamNews24X7

AssamNews24X7 AssamNews24X7 is a news channel that focuses on providing Breaking News and updates specifically for Assam,India.

'সংবিধান সভাৰ প্ৰথম তালিকাত নাছিল আম্বেদকাৰৰ নাম''আম্বেদকাৰক অশান্তি সৃষ্টিকাৰী বুলি সংবিধান সভাৰ পৰা বাহিৰত ৰাখিব বিচাৰ...
27/01/2025

'সংবিধান সভাৰ প্ৰথম তালিকাত নাছিল আম্বেদকাৰৰ নাম'

'আম্বেদকাৰক অশান্তি সৃষ্টিকাৰী বুলি সংবিধান সভাৰ পৰা বাহিৰত ৰাখিব বিচাৰিছিল নেহেৰুৱে'

- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

27/01/2025

#শ্ৰীমন্ত শংকৰদেৱ সংঘ, দৰং জিলা শাখাৰ ৫৫ সংখ্যক বাৰ্ষিক অধিবেশন উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰাৰ দাতা তথা ভাৰতীয় সামৰিক বাহিনীত কৰ্মৰত কমল বৰুৱাৰ গুৰুত্বপুৰ্ণ মন্তব্য।

#আজিৰে পৰা অধিৱেশনৰ শোভাযাত্ৰাৰ প্ৰস্তুতি আৰম্ভ কৰিলে ভাগৱত আৰু দহ খনকৈ যান বাহনৰ দাতা কমল বৰুৱাৰৰ গৃহত।


 #সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা এইবাৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰৰ স্বৰ্গদেউ চাওল্যুং চ্যুকাফা সমন্ব...
27/01/2025

#সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা এইবাৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰৰ স্বৰ্গদেউ চাওল্যুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হৈছে ।

25/01/2025

#চৰকাৰী চাকৰি আশা বাদ দি পদ পথত ফোচকা দোকান দি আৰ্থিক দিশ শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে ছিপাঝাৰ এজন যুৱক।

#নতুন পদ্ধতিৰে ফোচকা ব্যৱসায় আৰম্ভনি কৰিছে ছিপাঝাৰ এজন যুৱকে।

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্মভূষণ সন্মান!
25/01/2025

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্মভূষণ সন্মান!

 #গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে অসম🇮🇳।  #ভাৰতৰ ঐক্য-সংহতি তথা প্ৰগতিৰ প্ৰতি অসমৰ দায়বদ্ধতাৰ প্ৰতীক হিচাপে সমগ্ৰ ৰ...
25/01/2025

#গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে অসম🇮🇳।

#ভাৰতৰ ঐক্য-সংহতি তথা প্ৰগতিৰ প্ৰতি অসমৰ দায়বদ্ধতাৰ প্ৰতীক হিচাপে সমগ্ৰ ৰাজ্যতে মাননীয় মন্ত্ৰী আৰু বিষয়াসকলে গৌৰৱেৰে উত্তোলন কৰিব জাতীয় পতাকা। মাননীয় মন্ত্ৰী-বিষয়াই পতাকা উত্তোলন কৰিবলগা জিলা/ঠাইৰ তালিকা।



2025 বৰ্ষৰ ‘পদ্ম’ সন্মান ঘোষণা!😮❤️🇮🇳139 টা 'পদ্ম' বঁটা অনুমোদন কৰে। 7টা পদ্ম বিভূষণ, 19 টা পদ্মভূষণ আৰু 113 টা পদ্মশ্ৰী ...
25/01/2025

2025 বৰ্ষৰ ‘পদ্ম’ সন্মান ঘোষণা!😮❤️🇮🇳
139 টা 'পদ্ম' বঁটা অনুমোদন কৰে। 7টা পদ্ম বিভূষণ, 19 টা পদ্মভূষণ আৰু 113 টা পদ্মশ্ৰী সন্মান ঘোষণা!

24/01/2025

চামগুৰিত গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গু/লি চালনা। চামগুৰিৰ ভগামুৰত সংঘটিত হৈছে এই ঘটনা। গৰু চুৰিৰ লগত জড়িত ভগামুৰৰ ছাইদুল ইছলামৰ বাসগৃহত চুৰি গৰুৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ এটা দল। আৰক্ষী অহাৰ উমান পাই ছাইদুল ইছলামে পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীয়ে শূণ্যনৈ গু/লি আৰক্ষীৰ। ছাইদুল ইছলামৰ বাসগৃহৰ পৰা ৩ টা চুৰি গৰু উদ্ধাৰ কৰাৰ লগতে আটক কৰে ছাইদুল ইছলামক।

৪.৮ প্ৰাৱল‍্যৰ শক্তিশালী ভূমিকম্প‌ই কপাই গল অসম। ভূমিকম্পৰ অভিকেন্দ্ৰ ম‍্যানমাৰ। আপোনাৰ অঞ্চলত অনুভৱ হৈছিল নেকি জোকাৰণি?...
23/01/2025

৪.৮ প্ৰাৱল‍্যৰ শক্তিশালী ভূমিকম্প‌ই কপাই গল অসম। ভূমিকম্পৰ অভিকেন্দ্ৰ ম‍্যানমাৰ। আপোনাৰ অঞ্চলত অনুভৱ হৈছিল নেকি জোকাৰণি?

নিশা ১২.৫৫বজাত ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই যায় ৷

Assam Police Recruitment New Notification.📌 The Physical Standard Test (PST) & Trade Proficiency Test (TPT) for post wil...
23/01/2025

Assam Police Recruitment New Notification.

📌 The Physical Standard Test (PST) & Trade Proficiency Test (TPT) for post will be held w.e.f. 05-02-2025.

23/01/2025

সংঘাতৰ অৱসান! যুৱ মৰ্চাৰ সভাপতি আৰু জ্যেষ্ঠ সদস্য মৃগাংক বৰ্মনৰ কৰমৰ্দন

 #অসম সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ৭৬০ পৃষ্ঠাৰ "ওদালগুৰি জিলাৰ ইতিহাস" শীৰ্ষক গ্ৰন্থ খন ২৩/০১/২০২৫ তাৰিখ বৃ...
23/01/2025

#অসম সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ৭৬০ পৃষ্ঠাৰ "ওদালগুৰি জিলাৰ ইতিহাস" শীৰ্ষক গ্ৰন্থ খন ২৩/০১/২০২৫ তাৰিখ বৃহস্পতিবাৰে ওদালগুৰিৰ বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত গুণী জ্ঞানী বিজ্ঞ সকলৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক সন্মানীয় ড° উপেন্দ্ৰজিৎ শৰ্মা দেৱে।

#গ্ৰন্থখনত "অঙ্কীয়া নাট্য চৰ্চাৰ পৰম্পৰা" শীৰ্ষক লেখাটো দিয়াৰ বাবে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি গ্ৰন্থ খন মোক অৰ্পণ কৰাত নিজকে ধন্য মানিছো। ওদালগুৰি জিলাৰ ইতিহাস শীৰ্ষক গ্ৰন্থ খনৰ সম্পাদক ড° পবিত্ৰ শৰ্মা দেৱৰ অশেষ কষ্ট আৰু প্ৰচেষ্টাত আজি প্ৰকাশ পাবলৈ সক্ষম হয়।



 #দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণবিশিষ্ট নিবন্ধকাৰ,জেষ্ঠ আপোচবিহীন সাংবাদিক তথা প্ৰাক্তন অধ্যাপক  #...
23/01/2025

#দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ
বিশিষ্ট নিবন্ধকাৰ,জেষ্ঠ আপোচবিহীন সাংবাদিক তথা প্ৰাক্তন অধ্যাপক #পদ্মলোচন_নাথৰ।

#আশাকৰা হৈছে তেখেতৰ নেতৃত্বত দেৰগাঁও সাংবাদিক সংস্থাই এক নতুন গতি লাভ কৰিব ।

https://www.facebook.com/share/1Bx3AQYZZf/

19/01/2025

#ৰাতি পদ পথত থকা আইতা এগৰাকীক সহায় মঙ্গলদৈ যুৱক হৰেকৃষ্ণ ডেকাৰ।

ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাবে দায়িত্ব ভাৰ গ্ৰহণ কৰা দৰং - ওদালগুৰি লোকসভা সমষ্টিৰ মাননীয় সাংসদ ত...
18/01/2025

ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাবে দায়িত্ব ভাৰ গ্ৰহণ কৰা দৰং - ওদালগুৰি লোকসভা সমষ্টিৰ মাননীয় সাংসদ তথা নৱনিযুক্ত ৰাজ্যিক সভাপতি শ্রীযুত দিলীপ শইকীয়া ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰোঁ।


Dilip Saikia

18/01/2025

#বিহালীৰ মোনাবাৰীৰ কলবস্তি গাওঁত অতি নিম্ন মানৰ পথৰ নিৰ্মাণৰ কাম হোৱাৰ বাবে ৰাইজে ৰুদ্ৰৰূপ ধাৰণ কৰি নিৰ্মীয়মান পথৰ কাম বন্ধ কৰিলে গাওঁৰ ৰাইজে।

#বিহালী সমষ্টিৰ মোনাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কল বস্তী পথটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 1,18,70,167 এক কৌটি ওঠৰ্ লাখ সত্তৰ হাজাৰ এশ সাতসষ্টি মুল্যৰ আবণ্টন দিছে ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ বাবে আজি গাওঁৰ ৰাইজে ৰূদ্ৰ ৰুপ ধাৰণ কৰি পথৰ নিৰ্মীয়মান কাম বন্ধ কৰে।

#ইয়াৰ আগতে গাওঁৰ ৰাইজে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতু কোনো গুৰুত্ব প্ৰদান নকৰিলে l

#বিশ্বনাথৰ পৰা নিৰঞ্জন দাসৰ ৰিপোৰ্ট l

11/12/2024

#পুনৰ বিতৰ্কত মঙ্গলদৈ অসামৰিক চিকিৎসালয়। প্ৰসূতি মহিলাৰ মৃত্যুক লৈ উত্তেজনা।

#চিকিৎসক আৰু নাৰ্চৰ গাফিলতিৰ বাবে প্ৰসূতি মাতৃৰ মৃত্যুৰ অভিযোগ।

#মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত এগৰাকী প্ৰসূতি মহিলাক নিশা ১০ বজাত ভৰ্তি কৰাইছিল।

#ভৰ্তি কৰোৱা মূহুৰ্তত নাছিল কোনো চিকিৎসক।একমাত্ৰ নাৰ্ছে চিকিৎসা চলাইছিল প্ৰসূতি মহিলা গৰাকীক।

#কিন্তু কিছু সময়ৰ পিছত মহিলা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালে বাৰম্বাৰ চিকিৎসকক বিছাৰিছিল যদিও নিশা এবাৰো চিকিৎসকে মহিলা গৰাকীক চিকিৎসা প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপিত কৰিলে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে।


Address

Guwahati
784125

Alerts

Be the first to know and let us send you an email when AssamNews24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AssamNews24X7:

Videos

Share