Kaziranga Times

Kaziranga Times News and information

ন ৰূপত জিলিকিব লুইতৰ পাৰ ।মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 'মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০'ৰ অংশস্বৰূপে ব্ৰ...
07/11/2025

ন ৰূপত জিলিকিব লুইতৰ পাৰ ।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 'মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০'ৰ অংশস্বৰূপে ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটী প্ৰৱেশদ্বাৰ টাৰ্মিনেল আৰু জেটি প্ৰকল্প আজিৰে পৰা ৰাইজৰ সেৱাত উৎসৰ্গিত হ'ল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বোকাখাতৰ স্ব-গৃহত উমা ছেত্রীক অসম চৰকাৰৰ সন্মান।
07/11/2025

বোকাখাতৰ স্ব-গৃহত উমা ছেত্রীক অসম চৰকাৰৰ সন্মান।

ছচিয়েল মিডিয়াত ট্ৰলৰ ধুমুহা:ধিক্কাৰ জনালে চৰকাৰ,অসম ক্ৰিকেট সন্থা তথা বিভিন্ন দল,সংগঠনক।               ゚viralシviralシfypシ...
07/11/2025

ছচিয়েল মিডিয়াত ট্ৰলৰ ধুমুহা:
ধিক্কাৰ জনালে চৰকাৰ,অসম ক্ৰিকেট সন্থা তথা বিভিন্ন দল,সংগঠনক।
゚viralシviralシfypシ゚viralシalシ

মহানগৰবাসীৰ বুকু কপাই আকাশত গৰ্জিব ৭৫ খনকৈ ভাৰতীয় যুদ্ধ বিমান।৯নবেম্বৰত ৰাফেল,তেজছ,চুখই যুদ্ধ বিমানে কপাব গুৱাহাটীৰ আকাশ...
06/11/2025

মহানগৰবাসীৰ বুকু কপাই আকাশত গৰ্জিব ৭৫ খনকৈ ভাৰতীয় যুদ্ধ বিমান।
৯নবেম্বৰত ৰাফেল,তেজছ,চুখই যুদ্ধ বিমানে কপাব গুৱাহাটীৰ আকাশ বতাহ।

কিমান নিকৃষ্ট মনৰ গৰাকী আছিল সিদ্ধাৰ্থ শৰ্মা।পোহৰলে আহিল শৰ্মাৰ আন এক ক'লা অধ্যায়।
06/11/2025

কিমান নিকৃষ্ট মনৰ গৰাকী আছিল সিদ্ধাৰ্থ শৰ্মা।পোহৰলে আহিল শৰ্মাৰ আন এক ক'লা অধ্যায়।

ইণ্ডিয়াৰ ভাগ্য ভাল আছিল,পাকিস্তান ফাইনেলত নাছিল: আফ্ৰিদী।সদ্য বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ সন্দৰ্ভত প্ৰাক্ত...
06/11/2025

ইণ্ডিয়াৰ ভাগ্য ভাল আছিল,পাকিস্তান ফাইনেলত নাছিল: আফ্ৰিদী।
সদ্য বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ সন্দৰ্ভত প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ ছাহীদ আফ্ৰিদীৰ দম্ভালী।

ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰাৰ কাৰণ জনালে শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তই।"মোৰ বিবেকে এটা কথা কৈ আছিল...
06/11/2025

ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰাৰ কাৰণ জনালে শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তই।

"মোৰ বিবেকে এটা কথা কৈ আছিল যে যদি মোৰ ভাতৃ সম্পৰ্কীয় কিবা তথ্য বিচাৰি কোনো লোকে আবেদন কৰে, তেতিয়া মানুহৰ মনত যাতে কোনোধৰণৰ সন্দেহ আৰু সংশয় নাথাকে, তাৰ স্বাৰ্থতে মই দায়িত্বৰ পৰা অব্যাহতি লোৱা উচিত":ভাস্কৰজ্যোতি মহন্ত

‘ৰৈ ৰৈ বিনালে’ৰ বৃহৎ ৰেকৰ্ড।  ৫ দিনত ‘ৰৈ ৰৈ বিনালে’ৰ বক্স অফিচ কালেকশ্যন ১০ কোটি। ব্যৱসায়ীক ভাৱে অসমীয়া চিনেমাৰ ৫ দিনৰ স...
06/11/2025

‘ৰৈ ৰৈ বিনালে’ৰ বৃহৎ ৰেকৰ্ড। ৫ দিনত ‘ৰৈ ৰৈ বিনালে’ৰ বক্স অফিচ কালেকশ্যন ১০ কোটি।
ব্যৱসায়ীক ভাৱে অসমীয়া চিনেমাৰ ৫ দিনৰ সকলো RECORD ভংগ।

শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ।ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।মুখ্যমন্ত্ৰীৰ প...
06/11/2025

শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ।
ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।
মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।

অসমে হেৰুৱালে আৰু এজন তাৰকা।আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰখ্যাত বাঁহী বাদক দীপক শৰ্মাৰ আজি পুৱা প্ৰায় ৬.১৫ বজাত চেন...
03/11/2025

অসমে হেৰুৱালে আৰু এজন তাৰকা।

আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰখ্যাত বাঁহী বাদক দীপক শৰ্মাৰ আজি পুৱা প্ৰায় ৬.১৫ বজাত চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে।

ইতিহাস ৰচনা কৰিলে ভাৰতৰ মহিলা ক্ৰিকেট দলে। নৱী মুম্বাইত অনুষ্ঠিত হোৱা আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপত ভাৰতে দক্ষিণ আফ্ৰিক...
02/11/2025

ইতিহাস ৰচনা কৰিলে ভাৰতৰ মহিলা ক্ৰিকেট দলে। নৱী মুম্বাইত অনুষ্ঠিত হোৱা আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপত ভাৰতে দক্ষিণ আফ্ৰিকাক ৫২ ৰাণত পৰাস্ত কৰি প্ৰথমটো আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ দখল কৰে।

জুবিনৰ সৈতে প্ৰকৃততে কি হৈছিল, ৰাইজে জানিব পাৰিব!মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মায়ে এক সংবাদমেলত জুবিন গাৰ্গৰ সন্দৰ্ভত ...
01/11/2025

জুবিনৰ সৈতে প্ৰকৃততে কি হৈছিল, ৰাইজে জানিব পাৰিব!

মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মায়ে এক সংবাদমেলত জুবিন গাৰ্গৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ মন্তব্য কৰিছে, য'ত তেওঁ জনাইছে যে SIT-এ তদন্তত যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু তেওঁলোকৰ হাতত কিছু বিস্ফোৰক তথ্য আহি পৰিছে।

মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে যে অহা ১৭ ডিচেম্বৰৰ পূৰ্বে চাৰ্জশ্বীট দাখিল কৰা হ'ব আৰু ১০ ডিচেম্বৰৰ ভিতৰত সকলো তথ্য ৰাইজৰ মাজলৈ অনা হ'ব।

Address

KACHARIHAT , GOLAGHAT
Golaghat

Alerts

Be the first to know and let us send you an email when Kaziranga Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kaziranga Times:

Share