Reporter Live অসম

Reporter Live অসম Get the best news and updates on your Fingertips. Reporter Live Assam thrives to unfold the Truth and

03/02/2025

গোলাঘাটত সহস্ৰাধিক ভকত বৈষ্ণৱ বিশাল ধৰ্মীয় শোভাযাত্ৰাৰে আদৰি নিয়ে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দদেৱ গোস্বামীক।

03/02/2025

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই অনা দুই খেলুৱৈক বিপুল আদৰণি।

03/02/2025

ব্ৰেকিং বালিপৰা::-- শোণিতপুৰৰ বালিপৰাৰ বোকাগাঁওত পথ দুৰ্ঘটনা।দুৰ্ঘটনাত নিহত এজন ব্যক্তি।

03/02/2025

মৰিগাঁৱটো বীৰ লাচিত সেনা প্ৰতীকি অৱস্থা ধৰ্মঘট

03/02/2025

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২৪ নং লুকী পৰিষদীয় সমষ্টিত তিনিটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে কাৰ্যবাহী সদস্য ফ্ৰাইলিন আৰ মাৰাকে।

03/02/2025

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।

03/02/2025

মাননীয় মুখ্যমন্ত্ৰী মহোদয়।অসমৰ উন্নয়নৰ উদাহৰণ ডাঙি ধৰি আপুনি কিছুমান কথা সামাজিক মাধ্যমত প্ৰকাশ কৰে।আপুনি নিশ্চয় ভাৱে ,এই কথাবোৰে সকলোকে অনুপ্ৰাণিত কৰক। আপুনি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পাছত সেই অনুষ্ঠান সমূহৰ খবৰ ল'বলৈ কোনোবা যাইনে?

03/02/2025

আজি‌ ৰাজ্যৰ প্ৰতি প্ৰান্তৰ লগতে যোৰহাটতো
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উদযাপন.....

03/02/2025

সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰস্বতী পূজাত উখলমাখল পৰিৱেশ।

03/02/2025

সাত জনকৈ নিৰীহ অসমীয়া যুৱকক ভূৱা গোচৰত আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত ৩ ঘন্তীয়া অৱস্থান ধৰ্মঘটত বহিল বীৰ লাচিত সেনা অসম বোকাজান আঞ্চলিক সমিতি

03/02/2025

বিশ্বনাথত বীৰ লাচিত সেনা অসম, বিশ্বনাথ আঞ্চলিক সমিতিৰ প্ৰতিকি অৱস্হান ধৰ্মঘট।

পশ্চিম গোলাঘাট শাখা সাহিত্য সভালৈ অসম সাহিত্য সভাৰ বিশেষ বঁটা ঘোষণা । পাঠশালা অধিৱেশনত আজি ঘোষণা কৰে এই বঁটা ।
03/02/2025

পশ্চিম গোলাঘাট শাখা সাহিত্য সভালৈ অসম সাহিত্য সভাৰ বিশেষ বঁটা ঘোষণা । পাঠশালা অধিৱেশনত আজি ঘোষণা কৰে এই বঁটা ।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞালৈ অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা। পাঠশালা অধিৱেশনত ...
03/02/2025

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞালৈ অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা। পাঠশালা অধিৱেশনত আজি এই বঁটা ঘোষণা। ২০১৮-২০ বৰ্ষতো লাভ কৰিছিল শ্ৰেষ্ঠ সংগঠকৰ বঁটা ।

03/02/2025

আজি জ্ঞানৰ অধিস্থাত্ৰী দেৱী সৰস্বতী পূজা ।

03/02/2025

লখিমপুৰৰ বগীনদীত জ্ঞানজ্যোতি একাডেমী শুভাৰম্ভ।

03/02/2025

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা: যোৰহাটত উজ্জাপন

Address

Golaghat Town VIP Road
Golaghat
785621

Alerts

Be the first to know and let us send you an email when Reporter Live অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Reporter Live অসম:

Videos

Share