Nabajit Saikia News Live

Nabajit Saikia News Live General Secretary of Gohpur Press Club. First Reporter of Electronic Media in Gohpur Sub Division

12/03/2024
21/02/2024
29/09/2023
07/08/2023
06/08/2023

গহপুৰৰ আগশাৰীৰ অন্যতম শিক্ষানুষ্ঠান *New SCHOLAR'S ACADEMY* ৰ ছাত্ৰী MISS TARA DOLEY এই বৰ্ষত অনুষ্ঠিত হৈ যোৱা *NEET* পৰীক্ষাত প্ৰথম প্ৰয়াসতে কোনো ধৰণৰ ক'চিং নোলোৱাকৈ এই বিদ্যালয়ৰ অভিজ্ঞ‌ শিক্ষকসকলৰ সহায়েৰে উক্ত পৰীক্ষাত উৰ্ত্তীণ হৈ অসম মেডিকেল কলেজ, ডিব্ৰুগড়ত অধ্যয়নৰ সুবিধা লাভ কৰে । *NEW SCHOLAR'S ACADEMY* শিক্ষানুষ্ঠানৰ লগতে সমগ্ৰ গহপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা তৰা দলেৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

09/07/2023
06/07/2023

লাজুকী বান্দৰ উদ্ধাৰ গহপুৰত

20/06/2023
20/06/2023
20/06/2023
মাছ বেপাৰত বিশেষকৈ পুৰুষ সকলক দেখা যায় ।আজি  কম এগৰাকী নাৰীৰ সংগামৰ কাহিনী । তেওঁৰ নাম জোন বড়া, ঘৰ চৰাইদেউত । স্বামী কেৰ...
07/06/2023

মাছ বেপাৰত বিশেষকৈ পুৰুষ সকলক দেখা যায় ।আজি কম এগৰাকী নাৰীৰ সংগামৰ কাহিনী । তেওঁৰ নাম জোন বড়া, ঘৰ চৰাইদেউত । স্বামী কেৰেলাত কৰ্মৰত ৷ জানিব পৰা মতে তেওঁৰ লৰা ছোৱালী দুটা পঢ়াৰ লগতে ক্ৰীড়া জগতত আগবাঢ়ি গৈছে। জোন বড়াই সন্তান দুটিক আগুৱাই নিয়াৰ লগতে নিজেই স্বাৱলম্বী হবলৈ এই পথ বাছি লৈছে । নিজেই ঘৰে ঘৰে মাছ বিক্ৰী কৰি নিজৰ ভৰিত থিয় দিছে। এইয়া হ’ল আৰ্দশ । আজিৰ নাৰী দুৰ্বল নহয় ।
কৰ্ময়ে ধৰ্ম

Health is like a money,we have never have a true idea of its value until we lose it.
19/04/2023

Health is like a money,we have never have a true idea of its value until we lose it.

08/03/2023
সাহিত্য সুৱাসত ৷ বিদায় পৰত ৷হয়তো আৰু ত্ৰিশ বছৰৰ পিছত ইমান কাষত পাম ৷
04/02/2023

সাহিত্য সুৱাসত ৷ বিদায় পৰত ৷হয়তো আৰু ত্ৰিশ বছৰৰ পিছত ইমান কাষত পাম ৷

Address

NH 15
Gohpur
784168

Telephone

8638141038

Website

Alerts

Be the first to know and let us send you an email when Nabajit Saikia News Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nabajit Saikia News Live:

Videos

Share


Other Gohpur media companies

Show All