Live অসম

Live অসম Live অসম
(2)

11/06/2024

কানাডাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। ইটোৰ পিছত সিটো জনপ্ৰিয় গীত গাই মোহিলে প্ৰবাসী অসমীয়াক।

11/06/2024

উদীয়মান কণ্ঠশিল্পী স্বৰ্ণালী আইদেউৰ কণ্ঠই আপ্লুত কৰিব আপোনাক।

10/06/2024

📌পশ্চিম বংগৰ কন্ঠশিল্পী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি দৃষ্টি আকৰ্ষণ কৰিছিল শ্ৰোতা দৰ্শকৰ।
📌প্ৰিয় কণ্ঠশিল্পী জনক এবাৰ লগ পোৱাৰ আশা আছিল তেখেতৰ।
📌অৱশেষত পশ্চিম বংগৰ কন্ঠশিল্পী মৰ্মিতা মিত্ৰই লগ পালে প্ৰতিজনৰ হিয়াৰ আমঠু মৰমৰ হাৰ্টথ্ৰৱ সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক।
Marmita Mitra Lifestyle & Vlog
Marmita Mitra Musical - মর্মিতা মিত্র মিউজিক্যাল

10/06/2024

খৱৰটো পায় মনটো ভাল লাগিল দদাই...

09/06/2024

জুবিন অনুৰাগী এজন যুৱক মনৰ কিছু অনুভূতি প্ৰকাশেৰে এটি লেখা আগবঢ়ালোঁ

08/06/2024

জুবিন অনুৰাগী এজন যুৱকৰ মনৰ অনুভূতি প্ৰকাশেৰে এটি লেখা।

07/06/2024

যুগ্ম জীৱনৰ ২৪টা বসন্ত সম্পূৰ্ণ কৰিলে অসমৰ দক্ষ, কৰ্মপটু তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ সহধৰ্মিণী বিশিষ্ট উদ্যোগী শ্ৰীমতী ৰিণিকি ভূঞা শৰ্মাই।
Himanta Biswa Sarma
Riniki Bhuyan Sharma

আপোনালোকৰ আৰ্শীষ,সহযোগিতা আৰু উৎসাহত আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ।আপুনিওঁ যদি বিচাৰিছে আপোনাৰ স্থানৰ পৰা আমাৰ পেজৰ জৰিয়ত...
07/06/2024

আপোনালোকৰ আৰ্শীষ,সহযোগিতা আৰু উৎসাহত আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ।
আপুনিওঁ যদি বিচাৰিছে আপোনাৰ স্থানৰ পৰা আমাৰ পেজৰ জৰিয়তে সেৱা আগবঢ়াৱলৈ তেন্তে যোগাযোগ কৰিব পাৰে আমাৰ সৈতে..
আমাৰ যোগাযোগ নম্বৰঃ 8471923606

07/06/2024

নিজৰ সাৱলীল অভিনয়ৰে ৰিলচ' বনাই সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰিছে উদীয়মান অভিনেত্ৰী কনিকা নাথ।

06/06/2024

উদীয়মান কণ্ঠশিল্পী দিক্ষিত কলিতাৰ কণ্ঠই আপ্লুত কৰিব আপোনাক

05/06/2024

পিতৃ-মাতৃ আৰু পুত্ৰৰ কন্ঠত এটি চিৰযুগমীয়া গীত

05/06/2024

অমায়িক স্বভাৱৰ,সহজ-সৰল মনোভাৱৰ,বিশাল মনৰ,সৱল ব্যক্তিত্বৰ অধিকাৰী তথা ৰাইজৰ মাজত,ৰাইজৰ হৃদয়ত স্থান লাভ কৰা ব্যক্তিজন।
Sarbananda Sonowal

04/06/2024

উদীয়মান কণ্ঠশিল্পী অন্তৰা শইকীয়াৰ কণ্ঠই মুগ্ধ কৰিব আপোনাক ..

03/06/2024

সকলোৰে প্ৰিয় শিল্পী জন।

02/06/2024

সাইলাখ বিশ্ববৰণ্য শিল্পী,সংগীতসূৰ্য সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ কণ্ঠৰে গীত গোৱা শিল্পী লোহিত গগৈ।

01/06/2024

আমাৰ এই সাম্য যাত্ৰাত আপোনালোকৰ সহযোগিতা বিচাৰি..🙏

31/05/2024

২০২৪বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক Live অসম পেজ কতৃপক্ষই সম্বৰ্ধনা জ্ঞাপন।

30/05/2024

উদীয়মান কণ্ঠশিল্পী ৰাখিস্মিতা কলিতাৰ কণ্ঠত গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত।

28/05/2024

স্বেচ্ছাসেৱী সংগঠন 'পথিক'ৰ সম্পাদক ৰুদ্ৰ প্ৰসাদ হাজৰিকাৰ সেউজীয়া জীৱন সজাগতাৰ সম্পকৰ্ত ব্যক্ত কৰা মনৰ কথা খিনি শুনকচোন

27/05/2024

জুবিন গাৰ্গক লৈ এজন শুভাকাংশীৰ এটি কবিতা।

26/05/2024

সকলোৰে প্ৰিয় শিল্পীজন

25/05/2024

'ডাঙৰীয়া আহিছে আঁতৰি দিয়ক'। বিহু মঞ্চত সহ শিল্পীৰ সৈতে ৰসাল কথা জুবিন গাৰ্গৰ।

24/05/2024

উদীয়মান কণ্ঠশিল্পী মূৰ্চ্ছনা দাসৰ কণ্ঠই আপ্লুত কৰিব আপোনাক

23/05/2024

শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ ৰবি শৰ্মাৰ অভিনীত চলচ্চিত্ৰ 'ৰুদ্ৰ'.....
তিতাবৰত ৰবি শৰ্মাৰ এক্সনথ্ৰিলাৰ 'ৰুদ্ৰ"ৰ আৰম্ভ হৈছে চিত্ৰগ্ৰহণ।

23/05/2024

গুৱাহাটীৰ ফুটপাথত এজন প্ৰতিভাসম্পন্ন যুৱ-কণ্ঠশিল্পীৰ কণ্ঠত আপ্লুত কৰিব আপোনাক

22/05/2024

এখন ভৰিৰে নৃত্য কৰা বিশেষ ভাৱে সক্ষম ৰানী কামানৰ নৃত্যই আপ্লুত কৰিব আপোনাক।

21/05/2024

মুম্বাইৰ পৰা অসমলৈ অহা ২২ বছৰীয়া ৰাজুক চাবলৈ নলবাৰীত ভিৰ

20/05/2024

উদীয়মান কণ্ঠশিল্পী জুবিনাচ আমানৰ কণ্ঠই আপ্লুত কৰিব আপোনাক
Papon
Simanta Shekhar

Address

Gohpur
784172

Alerts

Be the first to know and let us send you an email when Live অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live অসম:

Videos

Share

Category